• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
23 °c
Guwahati
21 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাজেট ২০২৪ : সলনি হ’ব নেকি নতুন কৰ ব্যৱস্থা; কেনেকৈ লাভান্বিত হ’ব আপুনি?

Nation NE by Nation NE
July 11, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
বাজেট ২০২৪ : সলনি হ’ব নেকি নতুন কৰ ব্যৱস্থা; কেনেকৈ লাভান্বিত হ’ব আপুনি?

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

অহা ২৩ জুলাইত দেশৰ বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে লোকসভাত দাখিল কৰিব ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেট। ইয়াৰ বাবে তেওঁ ভাৰতীয় উদ্যোগখণ্ডৰ বিভিন্ন অৰ্থনীতিবিদ, বাণিজ্যিক অংশীদাৰসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণ কৰে।

দেশৰ কৰদাতাসকলে দীৰ্ঘদিন ধৰি নতুন কৰ ব্যৱস্থাত পৰিবৰ্তনৰ দাবী কৰি আহিছে। এই ক্ষেত্ৰত বিত্ত মন্ত্ৰীগৰাকীয়ে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে দাখিল কৰিবলগীয়া বাজেট ত নতুন কৰ ব্যৱস্থাৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিবৰ্তন ঘটায় তাৰ বাবে অপেক্ষাত আছে দেশৰ প্ৰতিগৰাকী নাগৰিক।

উল্লেখ্য যে, ২০২০ চনৰ ১ ফেব্ৰুৱাৰিত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২০ বৰ্ষৰ বাজেট উত্থাপন কৰিছিল। য’ত নতুন কৰ ব্যৱস্থা প্ৰৱৰ্তনকে ধৰি গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছিল। পুৰণি কৰ গাঁথনি সলনি কৰা আৰু কৰদাতাসকলৰ ওপৰত থকা কৰৰ বোজা হ্ৰাস কৰাৰ লক্ষ্যৰে নতুন কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছিল। যাৰ বাবে চৰকাৰে এই ব্যৱস্থাক পুৰণি কৰ ব্যৱস্থাতকৈ উন্নতমানৰ বুলি ঘোষণা কৰিছে। ইয়াক ৰেহাই কৰ ব্যৱস্থা বুলিও কোৱা হয়।

২০২৩-২৪ বিত্তীয় বৰ্ষৰ পৰা, চৰকাৰে নতুন কৰ ব্যৱস্থাক ডিফল্ট কৰি তুলিছে, অৰ্থাৎ যদিহে কোনো ব্যক্তিয়ে কোনো কৰ প্ৰণালী বাছনি নকৰে, তেন্তে তেওঁ স্বয়ংক্ৰিয়ভাৱে নতুন কৰ প্ৰণালীত অন্তৰ্ভুক্ত হ’ব।

অৱশ্যে বহুতো কৰ্মচাৰীয়ে এইচ আৰ এ ৰেহাই, ৮০ চি কৰ্তন আদি প্ৰাপ্ত কৰিবলৈ পুৰণি কৰ ব্যৱস্থা বাছনি কৰিছে। এই নতুন কৰ ব্যৱস্থাত, পুৰণি কৰ প্ৰণালীৰ অধীনত প্ৰদান কৰা সুবিধাবোৰৰ লাভালাভ উপলব্ধ নহয়।

বিগত কেইটামান বৰ্ষৰ পৰা, চৰকাৰে এন পি এছ আৰু নতুন ব্যক্তিগত কৰ ব্যৱস্থাৰ প্ৰসাৰ বৃদ্ধিৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে। জানিবলৈ পোৱা মতে, চৰকাৰে এই বছৰৰ সাধাৰণ বাজেটতো এনেধৰণৰ বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।

বৰ্তমান, ধাৰা ৮০ চিচিডি(১ বি)ৰ অধীনত ৫০,০০০ টকাৰ স্বেচ্ছামূলক অৱদানে পুৰণি ব্যৱস্থাৰ অধীনত অতিৰিক্ত কৰ কৰ্তনৰ সুবিধা লাভ কৰে। কিন্তু নতুন কৰ ব্যৱস্থাত এনে কোনোধৰণৰ সুবিধা নাই।

সূত্ৰ অনুসৰি, চৰকাৰে এই সাধাৰণ বাজেটত নতুন কৰ প্ৰণালীৰ অধীনত কৰ কৰ্তনৰ অনুমতি দিয়াৰ বিষয়ে বিবেচনা কৰিব। ই কৰদাতাসকলক অতিৰিক্ত কৰ কৰ্তনৰ সুবিধা প্ৰদান কৰিব। লগতে, অৱসৰৰ পৰিকল্পনাত অধিক বিনিয়োগত সহায় কৰিব। এইটোৱে নতুন কৰ প্ৰণালীক যথেষ্টখিনি উৎসাহিত কৰিব।

Tags: Budget SessionIncome TaxNirmala SitharamanTax Payers

Related Posts

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026

শীৰ্ষ সংবাদ

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025