• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
23 °c
Guwahati
23 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অন্ত পৰিল প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ; প্ৰায় ৬০ শতাংশ ভোটাৰে কৰিলে ভোটদান

Nation NE by Nation NE
May 2, 2025
in Top News, অসম, উত্তৰ পূৱ
0 0
অন্ত পৰিল প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ; প্ৰায় ৬০ শতাংশ ভোটাৰে কৰিলে ভোটদান

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বিয়লি ৪.৩০ বজাৰ লগে লগে অন্ত পৰে প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। চৰকাৰী সূত্ৰ অনুসৰি, বিয়লি ৩.৩০ বজালৈ ৰাজ্যৰ ভোটদানৰ হাৰ ৫৬.৪১ শতাংশ। এই পৰ্যন্ত অহা ভোটদানৰ চূড়ান্ত হাৰ। প্ৰথম পৰ্যায়ত ৰাজ্যৰ ১৪ খন জিলাৰ ১২,৯১৬ টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হয় এই ভোটগ্ৰহণ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত ৰাজ্যৰ উজনি আৰু বৰাক উপত্যকাৰ মুঠ ১৪ খন জিলাৰ ২১৬টা জিলা পৰিষদীয় সমষ্টি, ৯৪খন আঞ্চলিক পঞ্চায়ত আৰু ১,১৩৯খন গাঁও পঞ্চায়তত অনুষ্ঠিত হয় ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ত ভোটাধিকাৰ সাব্যস্ত কৰিবলগীয়া ভোটাৰৰ সংখ্যা আছিল মুঠ ৮৯.৫৯ লাখৰো অধিক লোক।

চৰকাৰী তথ্য অনুসৰি, বিয়লি পৰ্যন্ত লখিমপুৰত সৰ্বাধিক সংখ্যক ৬৬.৫ শতাংশই ভোটাধিকাৰ সাব্যস্ত কৰাৰ বিপৰীতে ডিব্ৰুগড়ত সৰ্বনিম্ন ৪৫ শতাংশই ভোটাধিকাৰ সাব্যস্ত কৰে।

আনহাতে, বিয়লি ৩.৩০ বজালৈ কাছাৰত ৫৮.৫৫ শতাংশ, বিশ্বনাথত ৫৬.৮৯ শতাংশ, ধেমাজিত ৬২ শতাংশ, গোলাঘাটত ৫২.৫১ শতাংশ, শ্ৰীভূমিত ৬০.১৫ শতাংশ, মাজুলীত ৬১.৬৭ শতাংশ, যোৰহাট ৫৭ শতাংশ, তিনিচুকীয়াত ৪৮.১৪ শতাংশ, শোণিতপুৰ ৫২.৫ শতাংশ, চৰাইদেউত ৫০.৯৪ শতাংশ, শিৱসাগৰত ৫৭.৭২ শতাংশ আৰু হাইলাকান্দিত ৬০.১০ শতাংশই ভোটাৰে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে।

ইফালে ভোট গ্ৰহণৰ সময়ছোৱাত ৰাজ্যৰ বিভিন্ন স্থানত সংঘটিত হয় বিক্ষিপ্ত হিংসা। ৰাজ্যৰ কিছুমান ঠাইৰ পৰা হিংসাত্মক পৰিস্থিতিৰ বাতৰি পোৱা গৈছে আৰু যাৰ ফলত কেইটামান ভোটকেন্দ্ৰত ভোটদানত বাধাৰ সৃষ্টি হোৱা বুলিও জানিব পৰা গৈছে।

কাছাৰ জিলাৰ কাটিগড়াৰ বোৱালিপাৰ এল পি স্কুল ভোটগ্ৰহণ কেন্দ্ৰত মোহনপুৰ-শালচাপৰা গাঁও পঞ্চায়তৰ ভোটগ্ৰহণ চলি থকাত এঘণ্টাৰ বাবে ভোটগ্ৰহণ বন্ধ কৰা হয় বুলি সূত্ৰৰ পৰা জানিব পৰা গৈছে। আনহাতে, ভোটগ্ৰহণ চলি থকাৰ মাজতে মাজুলীতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সূত্ৰৰ খবৰ অনুসৰি, আঁহতগুৰিৰ কাঁচিকতা আদৰ্শ এম ই স্কুলৰ ভোটদান কেন্দ্ৰত বেলট পেপাৰৰ বিসংগতি পোহৰলৈ আহিছে।

উল্লেখ্য যে, প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত অনুষ্ঠিত হৈছে।

Tags: #AssamPanchayat ElectionVoting

Related Posts

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026

শীৰ্ষ সংবাদ

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025