• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
23 °c
Guwahati
23 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটঃ চৰকাৰী কৰ্মচাৰীৰ বাবে আৰ্শীবাদ হ’ব নিৰ্মলা সীতাৰমণৰ বাজেট!

২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটঃ চিকিৎসা বীমাৰ প্ৰিমিয়াম বৃদ্ধি হোৱাৰ সম্ভাৱনা!

Nation NE by Nation NE
July 21, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটঃ চৰকাৰী কৰ্মচাৰীৰ বাবে আৰ্শীবাদ হ’ব নিৰ্মলা সীতাৰমণৰ বাজেট!
Share on FacebookShare on TwitterWhatsApp

২৩ জুলাইত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিব ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেট। বাজেটক লৈ প্ৰতিজন লোকৰ মাজত নিজা-নিজা প্ৰত্যাশা আছে। একে সময়তে নিযুক্তিপ্ৰাপ্ত লোকসকলৰো এই বাজেটখনক লৈ দৃষ্টি নিৱদ্ধ আছে। কিয়নো চৰকাৰী চাকৰিয়ালৰ ক্ষেত্ৰত ২০২৪-২৫ বৰ্ষৰ বাজেটে আশাৰ ৰেঙনি কঢ়িয়াই আনিব পাৰে।

বিগত বছৰত দেশত প্ৰায় ৮.২ কোটি লোকে আয়কৰ ৰিটাৰ্ণ দাখিল কৰিছিল। যি পূৰ্বৰ বিত্তীয় বৰ্ষতকৈ ৯% অধিক আছিল। দেশৰ বহু সংখ্যক কৰদাতা নিযুক্তিপ্ৰাপ্ত লোক। এনে পৰিস্থিতিত বাজেটক লৈ উচ্চ প্ৰত্যাশা আছে লোকসকলৰ।

ইফালে বিশ্লেষকসকলৰ মতে, বেতনভোগী লোকসকলৰ বাবে চলিত বৰ্ষৰ বাজেট বিশেষ হ’ব। চৰকাৰে কৰ শ্লেবৰ পৰিৱৰ্তন, ধাৰা ৪০চিত ৰেহাই আৰু চিকিৎসা বীমা সম্পৰ্কীয় বহুতো ঘোষণা কৰিব পাৰে বাজেটত।

মানক কৰ্তনৰ স্তৰ বৃদ্ধিৰ সম্ভাৱনাঃ ২০১৮ চনৰ বাজেটত প্ৰথমবাৰৰ বাবে মানক কৰ্তন অন্তৰ্ভুক্ত কৰা হৈছিল। মানক কৰ্তন হৈছে প্ৰতিটো দৰমহাৰ সেই অংশ যাৰ ওপৰত চৰকাৰে কৰ ৰেহাই দিয়ে। চৰকাৰে প্ৰথমে ৪০,০০০ টকাৰ মানক কৰ্তন ঘোষণা কৰিছিল। ২০১৯ চনৰ বাজেটত ৫০,০০০ টকালৈ বৃদ্ধি কৰা হৈছিল। তেতিয়াৰ পৰা কৰ্তনৰ পৰিমাণত কোনো পৰিৱৰ্তন হোৱা নাই। বিশেষজ্ঞসকলৰ মতে, চলিত বৰ্ষৰ বাজেটত ৬০,০০০ বা ৭০,০০০ টকালৈ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

কৰৰ পৰা ৰেহাইঃ আগশাৰীৰ সংবাদ মাধ্যমৰ তথ্য অনুসৰি আগন্তুক বাজেটত ৩ লাখৰ পৰা ৫ লাখ টকালৈ কৰ ৰেহাই দিয়াৰ সম্ভাৱনা আছে। যদি আয়কৰ ৫ লাখ পৰ্যন্তলৈ ৰেহাই দিয়া হয় তেতিয়াহলে ৮.৫ লৈ উপাৰ্জন কৰা ব্যক্তিয়ে কৰ দিব নালাগে।

NPS ত হ’ব পাৰে পৰিৱৰ্তনঃ বিগত কিছু বছৰৰ পৰা ৰাষ্ট্ৰীয় পেঞ্চন নীতিৰ পৰিৱৰ্তনক লৈ চৰ্চা অব্যাহত আছে। আনকি, NPS প্ৰত্যাহ্বাৰৰ বাবে সমগ্ৰ দেশত সময়ে সময়ে প্ৰতিবাদ অব্যাহত আছে। NPS ৰ ধাৰা ৮০ চিচিডি ১বিৰ অধীনত অতিৰিক্ত আয়কৰ কৰ্তনৰ সীমা বৃদ্ধি কৰাৰ বহুতো দাবী আছে। ম্যাদপুৰ্তিৰ ওপৰত কৰ-মুক্ত প্ৰত্যাহাৰৰ সীমা বৃদ্ধি কৰাৰ ওপৰতো গুৰুত্ব দিয়া হৈছে।

দৰমহাত কৰ কম হোৱাৰ সম্ভাৱনাঃ আগন্তুক বাজেটত আয় সন্দৰ্ভত নতুন কৰ ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ সম্ভাৱনা আছে। দৰমহাৰ কৰ ব্যৱস্থা ৩০ শতাংশৰ পৰা হ্ৰাস কৰি ২৫ শতাংশ কৰাৰ সম্ভাৱনা আছে। বাজেটত চৰকাৰে পুৰণি কৰ ব্যৱস্থাৰ অধীনত উচ্চতম কৰ ১০ লাখৰ পৰা ২৫ লাখ পৰ্যন্ত কৰাৰ সম্ভাৱনা আছে।

হাউছ এলাউটমেন্ট বৃদ্ধিৰ সম্ভাৱনাঃ চহৰক্ষেত্ৰত বসবাস কৰা লোকৰ বাবে ঘৰভাড়া প্ৰতিবছৰে বৃদ্ধি হৈ এক সমস্যা হিচাপে থিয় দিছে। সেইক্ষেত্ৰত চৰকাৰে বাজেটত হাউছ এলাউটমেন্ট বৃদ্ধি কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

চিকিৎসা বীমাৰ প্ৰিমিয়াম বৃদ্ধি হোৱাৰ সম্ভাৱনাঃ স্বাস্থ্যসেৱাৰ বৰ্ধিত ব্যয়ৰ বাবে ১৯৬১ চনৰ আয়কৰ আইনৰ ধাৰা ৪০ডিৰ অধীনত চিকিৎসা বীমা প্ৰিমিয়ামৰ বাবে কৰ্তনৰ সীমা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। বৰ্তমান সাধাৰণ ব্যক্তিৰ বাবে ২৫,০০০ টকা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে ৫০,০০০ টকাৰ সীমা নিৰ্ধাৰণ কৰা আছিল। অৱশ্যে, নতুন বাজেটত সাধাৰণ ব্যক্তিৰ বাবে ৫০,০০০ টকা আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে ৭৫,০০০ টকালৈ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।

Tags: Budgetfinance ministerGeneral budgetIndiaNirmala Sitharaman

Related Posts

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026

শীৰ্ষ সংবাদ

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025