• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, December 14, 2025
18 °c
Guwahati
19 ° Mon
19 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

মুখত এমোকোৰা হাঁহি লৈ ১৮ দিনৰ অন্তত পৃথিৱীলৈ উভতিল মহাকাশচাৰী শুভাংশু শুক্লা

Nation NE by Nation NE
July 15, 2025
in BIG BREAKING, Top News, আন্তঃ ৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়
0 0
মুখত এমোকোৰা হাঁহি লৈ ১৮ দিনৰ অন্তত পৃথিৱীলৈ উভতিল মহাকাশচাৰী শুভাংশু শুক্লা
Share on FacebookShare on TwitterWhatsApp

মহাকাশচাৰী শুভাংশু শুক্লা আৰু আন তিনিজন মহাকাশচাৰীয়ে মঙলবাৰে (১৫ জুলাই) আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা পৃথিৱীলৈ উভতি আহে। আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ১৮ দিন কটোৱা এই দলটোৱে ২২.৫ ঘণ্টীয়া যাত্ৰাৰ অন্তত তেওঁলোকক কঢ়িয়াই অনা ড্ৰেগন মহাকাশযানখন কেলিফৰ্ণিয়াৰ ছান ডিয়েগোত অৱতৰণ কৰে।

মিছন পাইলট শুভাংশু শুক্লাই মুখত এমোকোৰা হাঁহি লৈ ড্ৰেগন মহাকাশযানৰ পৰা ওলাই আহি ১৮ দিনৰ পিছত প্ৰথমবাৰৰ বাবে মাধ্যাকৰ্ষণ শক্তিৰ অভিজ্ঞতা লাভ কৰে।

চাৰিওজন মহাকাশচাৰীৰ ভিতৰত প্ৰথমে মহাকাশযানৰ পৰা কমাণ্ডাৰ পেগী হুইটছন গান ওলাই আহে আৰু তাৰ পিছত মিছন পাইলট শুভাংশু শুক্লা বাহিৰলৈ আহে।

পৃথিৱীলৈ উভতি অহাৰ পিছত শুভাংশু শুক্লাসহ বাকী কেইজন মহাকাশচাৰীক ১০ দিনৰ আইছ’লেশ্যনত ৰখা হ’ব। এই সময়সীমাৰ পিছতহে তেওঁলোকে সাধাৰণ জীৱন যাপন আৰম্ভ কৰিব পাৰিব।

উল্লেখ্য যে, দেওবাৰে (১৩ জুলাই) আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত অনুষ্ঠিত হোৱা বিদায় অনুষ্ঠানত শুভাংশু শুক্লাই কৈছিল, ‘শীঘ্ৰে পৃথিৱীত সকলোকে লগ পাম’।

শুভাংশু শুক্লা হৈছে ৰাকেশ শৰ্মাৰ পিছত মহাকাশ ভ্ৰমণ কৰা দ্বিতীয়জন ভাৰতীয় মহাকাশচাৰী। এক্সিয়াম-৪ অভিযানৰ অংশ আছিল ভাৰত, পোলেণ্ড আৰু হাংগেৰী।

Tags: DragonShubhanshu ShuklaSpace Axiom 4 MissionSpaceX

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

December 14, 2025
সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025