• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
23 °c
Guwahati
23 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চৰকাৰৰ গেৰান্টি! এইসকল পৰিয়ালৰ ঘৰৰ ছাদত বিনামূলীয়া বিদ্যুৎ আঁচনি

Nation NE by Nation NE
July 24, 2024
in Top News, অসম, ৰাষ্ট্ৰীয়
0 0
চৰকাৰৰ গেৰান্টি! এইসকল পৰিয়ালৰ ঘৰৰ ছাদত বিনামূলীয়া বিদ্যুৎ আঁচনি
Share on FacebookShare on TwitterWhatsApp

মঙলবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিলে  ২০২৪-২৫ বৰ্ষৰ পূৰ্ণাংগ বাজেট। এই বাজেটত বিত্তমন্ত্ৰীগৰাকীয়ে কেইবাটাও বিশেষ ঘোষণা কৰে। বাজেটত উল্লেখ কৰা অনুসৰি, প্ৰধানমন্ত্ৰীৰ সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনিৰ অধীনত দেশৰ জনসাধাৰণে ৩০০ ইউনিট বিনামূলীয়া বিদ্যুৎ আঁচনিৰ সুবিধা লাভ কৰিব। লগতে, এই আঁচনিৰ বহুল প্ৰচাৰৰ বাবে চৰকাৰে নতুন পদক্ষেপ গ্ৰহণ কৰিব। বিত্তমন্ত্ৰীৰ এই ঘোষণাৰ পাছতেই শ্বেয়াৰ মাৰ্কেটত সৌৰ শক্তি ১১ শতাংশ উৰ্ধমুখী হয়।

কি হয় প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ যোগান আঁচনি?

বাজেট দাখিল কৰাৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, এই আঁচনিৰ অধীনত এতিয়ালৈকে দেশৰ বিভিন্ন প্ৰান্তত ১.২৮ কোটি পঞ্জীয়নৰ লগতে ১৪ লাখ আবেদন আহিছে। এই আঁচনিৰ মূল উদ্দেশ্য হ’ল কেৱল সৌৰ শক্তি ব্যৱহাৰ কৰি প্ৰয়োজনীয় বিদ্যুতৰ ব্যৱহাৰৰ লগতে গ্ৰীণ আৰু ক্লীন এনাৰ্জি উন্নত কৰা।

ইফালে, বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২৪ চনৰ ১ ফেব্ৰুৱাৰীত অন্তৱৰ্তীকালীন বাজেটৰ সময়ত বিনামূলীয়া “ছোলাৰ ৰুফটপ যোজনা” আৰম্ভ কৰিছিল। পৰৱৰ্তী সময়ত ২৪ ফেব্ৰুৱাৰীত এই আঁচনিৰ নাম সলনি কৰি “প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ মুফ্ট বিদ্যুৎ যোজনা” কৰে। ইয়াৰ অধীনত চৰকাৰে ৭৮ হাজাৰ টকা পৰ্যন্ত ৰাজ সাহায্য দিয়াৰ ব্যৱস্থা কৰিছে।

কোনে লাভ কৰিব এই আঁচনিৰ সুবিধা?

  • এই আঁচনিৰ সুবিধা লাভ কৰিবলৈ আপোনাৰ ঘৰৰ ছাদত সৌৰ পেনেল স্থাপন কৰিব পৰা ব্যৱস্থা থাকিব লাগিব।
  • আপুনি ভাৰতীয় নাগৰিক হ’ব লাগিব।
  • আপোনাৰ বয়স ১৮ বছৰৰ ওপৰত হ’ব লাগিব।
  • কেৱল মধ্যবিত্ত আৰু দৰিদ্ৰসকলেহে পাব বিশেষ গুৰুত্ব।
  • প্ৰয়োজনীয় নথি-পত্ৰ দাখিল কৰিব লাগিব।

কি কি তথ্যৰ প্ৰয়োজন হ’ব? 

প্ৰধানমন্ত্ৰীৰ সূৰ্য ঘৰ বিনামূলীয়া বিদ্যুৎ যোজনাৰ বাবে তলত দিয়া তথ্যসমূহৰ প্ৰয়োজন হ’ব-

  • আধাৰ কাৰ্ড
  • বিদ্যুতৰ বিল
  • বেংকৰ পাছবুক
  • আয়ৰ প্ৰমাণ পত্ৰ (প্ৰয়োজন সাপক্ষে)
  • পাছপ’ৰ্ট ফটো।
  • ৰেচন কাৰ্ড
  • মোবাইল নং।
  • আয়ৰ প্ৰমাণ পত্ৰ

কেনেকৈ কৰিব আবেদন

  • এই আঁচনিৰ বাবে আপুনি প্ৰথমে https://www.pmsuryaghar.gov.in/ ৱেবচাইত যাব লাগিব।
  • তাৰ পাছত apply for rooftop solar  ত ক্লিক কৰিব।
  • প্ৰথমে তাত গৈৰেজিষ্টাৰ কৰিব লাগিব।
  • ইয়াৰ বাবে গ্ৰাহকৰ মোবাইল নম্বৰৰ প্ৰয়োজন হ’ব।

মোবাইল নম্বৰ দিয়াৰ পাছত তাত এটা OTP আহিব। সেই OTP দি চাবমিট কৰি দিব লাগিব। যদি পঞ্জীয়ন সফলভাৱে হয় তেন্তে মোবাইলত এটা মেছেজ আহিব। ৰেজিষ্টেচন হোৱাৰ পাছত ‘লগ ইন’ত ক্লিক কৰিব লাগিব। “ৰুফ টপ ছলাৰ”ত লগ ইন হোৱাৰ পাছত প্ৰয়োজনীয় নথি পত্ৰৰ স্কেন কপি আপলোড কৰিব লাগিব।

  • ইয়াৰ লগতে প্লাণ্টৰ সবিশেষ দি নেট মিটাৰৰ বাবে আবেদন কৰিব লাগিব।
  • নেট মিটাৰৰ বাবে আবেদন কৰাৰ পিছত কমিচনিং প্ৰমাণপত্ৰৰ ব্যৱস্থা কৰিব লাগিব।
  • কমিচনিং ৰিপৰ্ট লাভ কৰাৰ পাছত বেংক একাউণ্টৰ সবিশেষ আৰু বাতিল কৰা চেক জমা দিব লাগিব।
  • ৩০ দিনৰ ভিতৰত গ্ৰাহকে বেংক একাউণ্টত নিজৰ ৰাজ সাহায্য লাভ কৰিব।
Tags: #AssamCentral GovermentIndiaNirmala sitaraman

Related Posts

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026

শীৰ্ষ সংবাদ

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025