• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, August 14, 2025
27 °c
Guwahati
28 ° Fri
29 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জিলা দিৱসৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নলবাৰীবাসীক দিলে নতুন বতৰা

    ভাৰত-বাংলদেশ সীমান্তৰ পৰা ৯ জন সন্দেহজনক ৰহিংগিয়াক আটক অসম আৰক্ষীৰ

    কি ৰাশিয়ে আনিব ইতিবাচক ফলাফল… পঢ়ক দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

    ৰাশিফলঃ এইকেইটা ৰাশিৰ সৌভাগ্যৰ দুৱাৰ খোল খাব আজি

    দেওবাৰৰ দিনটো কেনে যাব আপোনাৰ; পঢ়ক আমাৰ ৰাশিফল

    মেঘালয়ৰ এখন গাঁৱত অবৈধ বাংলাদেশী লোকৰ তাণ্ডৱ; এজন গুৰুতৰভাৱে আহত

    চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনৰ থিতাতে মৃত্যু, এজন গুৰুতৰভাৱে আহত

    মোৰ কলিজা সৰু নহয়, মই ভয় নাখাও, উচ্ছেদ হ’বই : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      জিলা দিৱসৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নলবাৰীবাসীক দিলে নতুন বতৰা

      Nation NE by Nation NE
      August 14, 2025
      in Top News, অসম
      0 0
      জিলা দিৱসৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নলবাৰীবাসীক দিলে নতুন বতৰা
      Share on FacebookShare on TwitterWhatsApp

      নলবাৰী জিলা দিৱসৰ দিনাই বিকাশৰ বাৰ্তা লৈ আজি নলবাৰীত উপস্থিত হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। কেইবাটাও কাৰ্যসূচী লৈ নলবাৰীৰ বাবে ৫৭৬ কোটিৰ প্ৰকল্পৰ সৈতে উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

      আজি বহু আকাংক্ষিত নলবাৰীৰ বৰকুৰাৰ ৰে’লপথৰ ওপৰৰ উৰণ সেতুখন আনুষ্ঠানিকভাবে উদ্বোধন কৰি ৰাইজৰ বাবে মুকলি কৰে। ৬৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই উৰণ সেতুৰ নামাকৰণ কৰা হৈছে কুমাৰ ভাস্কৰ বৰ্মা উৰণ সেতু নামেৰে।

      প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ দিনত শিলান্যাস কৰা এই উৰণ সেতুৱে নলবাৰী চহৰত প্ৰবেশ কৰা পথৰ যান-জঁটৰ কিছু উপসম ঘটাব বুলি অনুমান কৰা হৈছে। বৰকুৰা উৰণ সেতুৰ লগতে গোপাল বজাৰ, বালিতাৰা, চামতা আৰু মিলন বজাৰ বিদ্যুত উপকেন্দ্ৰৰো শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে।

      একেদৰে মুখ্যমন্ত্ৰীৰ উন্নত পকী পথ নিৰ্মাণ আঁচনিৰ অধীনত মুঠ ৩৭ টা পকী পথৰো শুভ উদ্বোধন কৰা হয়। আনহাতে মলজাতীয় আৱৰ্জনাৰ পৰিশোধন প্ৰকল্পৰো উদ্বোধন কৰা হয়।

      আজি নলবাৰী জিলা দিৱস উপলক্ষ্যে ঘগ্ৰাপাৰত উৰণ সেতুৰ শিলান্যাস  কৰাৰ লগতে চহৰবাসীৰ বাবে বিশুদ্ধ খোৱাপানীৰ যোগান প্ৰকল্প, নলবাৰী চহৰত ত্ৰিশ হাজাৰ গছ পুলি ৰোপন কৰাৰ পৰিকল্পনাৰে আৰবান ফৰেষ্ট প্ৰকল্প, নতুন আৱৰ্ত ভৱন, অত্যাধুনিক ক্লক টাৱাৰ, হাইমাক্স স্মাৰ্ট ষ্ট্ৰীট লাইট, জলসম্পদ বিভাগৰ ত্ৰিশ কোটি টকাৰ প্ৰকল্পকে ধৰি ২০ টা প্ৰকল্পৰ শিলান্যাস কৰা হয়।

      আজি এই ৫৭৬ কোটি টকীয়া প্ৰকল্পৰ বাৰ্তা লৈ নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, জ্যেষ্ঠ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু নাৰায়ণ ডেকাই।

      ইপিনে সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কুমাৰ ভাস্কৰ বৰ্মা আমাৰ প্ৰাতঃস্মৰণীয় ব্যক্তি। আমাৰ জাতীয় নায়ক প্ৰাতঃস্মৰণীয় ব্যক্তিৰ কাৰণে আমি কাম কৰি যাম।

      Tags: Himanta Biswa SarmaJayanta Malla BaruahNalbari

      Related Posts

      শ্বাহৰুখ খানৰ নাইট ৰাইডাৰ্ছৰ অধিনায়কৰ দায়িত্বত নিকোলাছ পুৰান
      Top News

      শ্বাহৰুখ খানৰ নাইট ৰাইডাৰ্ছৰ অধিনায়কৰ দায়িত্বত নিকোলাছ পুৰান

      August 14, 2025
      অপাৰেশ্যন সেন্দূৰৰ ‘নায়ক’ক সন্মান; বায়ুসেনাৰ ৯ গৰাকী বীৰ জোৱানলৈ বীৰ চক্ৰ

      FIR পঞ্জীয়ন কৰাটো কাৰ দায়িত্ব আছিল? কলিকতা কাণ্ডৰ গোচৰত সৰ্বোচ্চ ন্যায়ালয়ৰ ১০টা প্ৰশ্ন
      Top News

      ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা ৬৫ লাখ লোকৰ সবিশেষ উপলব্ধ কৰক ৱেবছাইটত : নিৰ্বাচন আয়োগক নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

      August 14, 2025
      জম্মু-কাশ্মীৰত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ; ১২ জনৰ সৈতে ঘটিল শোকাৱহ ঘটনা

      পাকিস্তানত স্বাধীনতা দিৱস উদযাপনৰ সময়তে গুলীচালনা, নিহত ৩ জন

      ১৩ বছৰীয়া নাবালিকাৰ সৈতে সতীয়া পিতৃয়ে কৰিলে জঘন্য কাণ্ড, কেইবামাহো ধৰি কৰি আহিছিল এই দুষ্কৰ্ম…
      ৰাষ্ট্ৰীয়

      শীৰ্ষ সংবাদ

      শ্বাহৰুখ খানৰ নাইট ৰাইডাৰ্ছৰ অধিনায়কৰ দায়িত্বত নিকোলাছ পুৰান

      অপাৰেশ্যন সেন্দূৰৰ ‘নায়ক’ক সন্মান; বায়ুসেনাৰ ৯ গৰাকী বীৰ জোৱানলৈ বীৰ চক্ৰ

      জিলা দিৱসৰ দিনাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নলবাৰীবাসীক দিলে নতুন বতৰা

      ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হোৱা ৬৫ লাখ লোকৰ সবিশেষ উপলব্ধ কৰক ৱেবছাইটত : নিৰ্বাচন আয়োগক নিৰ্দেশ সৰ্বোচ্চ ন্যায়ালয়ৰ

      জম্মু-কাশ্মীৰত ভয়ংকৰ ডাৱৰ বিস্ফোৰণ; ১২ জনৰ সৈতে ঘটিল শোকাৱহ ঘটনা

      পাকিস্তানত স্বাধীনতা দিৱস উদযাপনৰ সময়তে গুলীচালনা, নিহত ৩ জন

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist