• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
24 °c
Guwahati
23 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অপাৰেশ্যন সেন্দূৰৰ ‘নায়ক’ক সন্মান; বায়ুসেনাৰ ৯ গৰাকী বীৰ জোৱানলৈ বীৰ চক্ৰ

Nation NE by Nation NE
August 14, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
অপাৰেশ্যন সেন্দূৰৰ ‘নায়ক’ক সন্মান; বায়ুসেনাৰ ৯ গৰাকী বীৰ জোৱানলৈ বীৰ চক্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা নাৰকীয় সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰতে প্ৰত্যুত্তৰ হিচাপে অপাৰেশ্যন সেন্দূৰৰ জৰিয়তে পাকিস্তানৰ ভূমিত থকা কেইবাটাও সন্ত্ৰাসবাদীৰ ঘাটি ধ্বংস কৰিছিল। এই অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা কেইবাগৰাকীও ভাৰতীয় যুঁজাৰু পাইলটকে ধৰি বায়ুসেনাৰ ৯জন বিষয়াক ভাৰতৰ তৃতীয় সৰ্বোচ্চ বীৰত্ব বঁটা ‘বীৰ চক্ৰ’ৰে সন্মানিত কৰা হ’ব।

বীৰ চক্ৰৰে সন্মানীত হ’বলগীয়া ভাৰতীয় বায়ুসেনাৰ বিষয়াসকল হ’ল গ্ৰুপ কেপ্তেইন ৰঞ্জিত সিং সিদ্ধু, গ্ৰুপ কেপ্তেইন মনীষ অৰোৰা, গ্ৰুপ কেপ্তেইন অনিমেশ পাটনী, গ্ৰুপ কেপ্তেইন কুনাল কালৰা, উইং কমাণ্ডাৰ জয় চন্দ্ৰ, স্কোৱাড্ৰন লিডাৰ সাৰ্থক কুমাৰ, স্কোৱাড্ৰন লিডাৰ সিদ্ধান্ত সিং, স্কোৱাড্ৰন লিডাৰ ৰিজৱান মালিক আৰু ফ্লাইট লেফটেনেণ্ট অৰ্শবীৰ সিং ঠাকুৰ।

এইবোৰৰ উপৰি অপাৰেশ্যন সেন্দূৰত অৱদান আগবঢ়োৱা ভাৰতীয় বায়ুসেনাৰ চাৰিজন জ্যেষ্ঠ বিষয়া, বায়ুসেনাৰ উপ মুখ্য এয়াৰ মাৰ্শ্বাল নৰনাদেশ্বৰ তিৱাৰী, পশ্চিম বায়ুসেনাৰ অধিনায়ক এয়াৰ মাৰ্শ্বাল জিতেন্দ্ৰ মিশ্ৰ আৰু এয়াৰ অপাৰেশ্যনৰ সঞ্চালক প্ৰধান এয়াৰ মাৰ্শ্বাল অভধেশ ভাৰতীকো শ্ৰেষ্ঠ যুদ্ধ সেৱা পদক প্ৰদান কৰা হয়।

উল্লেখ্য যে, অপাৰেশ্যন সেন্দূৰৰ সময়ত ভাৰতীয় সেনাই বীৰত্ব প্ৰদৰ্শন কৰি পাকিস্তানৰ ৬ খন যুঁজাৰু বিমান ধ্বংস কৰিছিল। ইয়াৰ উপৰি ভাৰতীয় সেনাৰ আক্ৰমণত পাকিস্তানে প্ৰশ্ৰয় দিয়া সন্ত্ৰাসবাদীৰ কেইবাটাও ঘাটি ধ্বংস হৈছিল।

Tags: Independence dayIndian Air ForceOperation SindoorVir Chakra

Related Posts

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026

শীৰ্ষ সংবাদ

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025