• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
24 °c
Guwahati
23 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home BIG BREAKING

ভাৰতত দুভৰিৰ যাদু দেখুৱাব ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে! এফ চি গোৱাৰ বিৰুদ্ধে খেলিব আল নাছাৰ

Nation NE by Nation NE
August 15, 2025
in BIG BREAKING, Top News, ক্ৰীড়া
0 0
ভাৰতত দুভৰিৰ যাদু দেখুৱাব ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৱে! এফ চি গোৱাৰ বিৰুদ্ধে খেলিব আল নাছাৰ
Share on FacebookShare on TwitterWhatsApp

দুভৰিৰ যাদুৰে কোটি কোটি ফুটবল প্ৰেমীৰ হৃদয় জয় কৰা বিশ্বৰ অন্যতম সফল ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোক হয়তো ভাৰতৰ ভূমিত খেলা দেখা যাব পাৰে। যদিহে ভাৰতলৈ খেলিব আহে তেন্তে ভাৰতত থকা কোটি-কোটি ৰ’নাল্ডো অনুৰাগীৰ বাবে ইয়াতকৈ ডাঙৰ আনন্দৰ খবৰ একোৱেই নহ’ব।

দৰাচলতে এ এফ চি চেম্পিয়নছ লীগ টুৰ ড্ৰ’ত ভাৰতৰ এফ চি গোৱা দলক ৰ’নাল্ডোৱে প্ৰতিনিধিত্ব কৰা ছৌদি আৰৱৰ ক্লাব আল নাছাৰৰ সৈতে গ্ৰুপ ডিত স্থান দিয়া হৈছে।

এ এফ চি চেম্পিয়নছ লীগ টুৰ ড্ৰ’ত ভাৰতৰ এফ চি গোৱা দলৰ উপৰি আল নাছাৰ, ইৰাকৰ আল জাৱৰা এফ চি আৰু তাজিকিস্তানৰ এফ চি ইষ্টিকলকো গ্ৰুপ ডিত স্থান দিয়া হৈছে।

যদি ক্রিষ্টিয়ানো ৰ’নাল্ডো সম্পূৰ্ণ সুস্থ হৈ থাকে তেন্তে তেওঁ এই মেচখন খেলিবলৈ ভাৰতলৈ অহাৰ সম্ভাৱনা আছে যদিও তেওঁৰ চুক্তিৰ এটা দফাই সমস্যা হিচাপে দেখা দিব পাৰে। চুক্তি অনুসৰি, তেওঁক যিকোনো প্রতিযোগিতাত বিদেশত অনুষ্ঠিত হোৱা মেচৰ বাবে যাত্ৰা কৰাত বাধা দিয়ে।

এ এফ চি চেম্পিয়নছ লীগ টু প্ৰতিযোগিতাত দলসমূহে বিদেশৰ মাটিৰ লগতে ঘৰুৱা খেলপথাৰতো মেচত অংশ ল’ব লাগিব।

উল্লেখ্য যে, এই প্ৰতিযোগিতাখনত মুঠ ৩২টা দলে অংশগ্ৰহণ কৰিছে, যিবোৰক ১৬টাকৈ পূব আৰু পশ্চিম জ’নত ভাগ কৰা হৈছে। ইয়াৰ পিছত সকলো দলকে চাৰিটাকৈ ৮টা গ্ৰুপত স্থান দিয়া হৈছে আৰু প্ৰতিটো গ্ৰুপৰ শীৰ্ষ ২টা দলে ৰাউণ্ড অৱ ১৬ত নিজৰ স্থান নিশ্চিত কৰিব।

এই প্ৰতিযগিতাখনৰ গ্ৰুপ ষ্টেজৰ মেচসমূহ অহা ১৬ ছেপ্তেম্বৰৰ পৰা ২৪ ডিচেম্বৰৰ ভিতৰত অনুষ্ঠিত হ’ব।

Tags: AFC Champions LeagueAl-Nassr FCCristiano RonaldoFC GoaIndia

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

শীৰ্ষ সংবাদ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025