• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

‘আমেৰিকাইও কিনে ভাৰতৰ পৰা তেল, তেন্তে ট্ৰাম্পে কিয় সৃষ্টি কৰিছে হুলস্থুলীয়া পৰিৱেশৰ’? জানক তেলৰ বজাৰৰ সম্পূৰ্ণ তথ্য

Nation NE by Nation NE
August 26, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
‘আমেৰিকাইও কিনে ভাৰতৰ পৰা তেল, তেন্তে ট্ৰাম্পে কিয় সৃষ্টি কৰিছে হুলস্থুলীয়া পৰিৱেশৰ’?  জানক তেলৰ বজাৰৰ সম্পূৰ্ণ তথ্য
Share on FacebookShare on TwitterWhatsApp

ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। কেৱল এয়াই নহয়, তেওঁ ভাবুকি দিছে যে যদি ভাৰতে এতিয়াও ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ নকৰে, তেন্তে ইয়াৰ বিৰুদ্ধে অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যাব।

২৫ শতাংশ জৰিমনা ঘোষণা কৰি ট্ৰাম্পে কৈছিল যে ভাৰত ৰাছিয়াৰ তেলৰ পৰা লাভৱান হৈছে। ইফালে মস্কোত উপস্থিত হোৱা বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে এনে উত্তৰ দিছে, যাৰ বাবে বহু প্ৰশ্ন উত্থাপন হৈছে। তেওঁ কয় যে যদি কোনো দেশৰ ভাৰতৰ পৰা তেল ক্ৰয় কৰাত সমস্যা আছে, তেন্তে তেল ক্ৰয় কৰা উচিত নহয়। ইয়াৰ বাবে কাকো জোৰ-জবৰদস্তি কৰিব নোৱাৰি। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হ’ল যে ভাৰতে কোন দেশত তেল বিক্ৰী কৰে আৰু ভাৰতে ইমান তেল ক’ৰ পৰা পায়।

ভাৰতে খাৰুৱা তেল আমদানি কৰে আৰু শোধিত পেট্ৰলিয়াম সামগ্ৰী ৰপ্তানি কৰে। ভাৰতৰ পৰা শোধিত পেট্ৰলিয়াম ক্ৰয় কৰা দেশসমূহৰ ভিতৰত আমেৰিকাও অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও ইউৰোপীয় সংঘৰ দেশসমূহ নেদাৰলেণ্ড, ছিংগাপুৰ, অষ্ট্ৰেলিয়া, ইউ এ ই, দক্ষিণ আফ্ৰিকা আদিতো অন্তৰ্ভুক্ত। ভাৰতৰ পৰা সৰ্বাধিক শোধিত তেল ক্ৰয় কৰা দেশসমূহৰ ভিতৰত ইউৰোপৰ দেশসমূহ শীৰ্ষত আছে।

২০২৪ চনত ভাৰতে ইউৰোপীয় সংঘলৈ ১৯ বিলিয়ন ডলাৰতকৈ অধিক মূল্যৰ পেট্ৰলিয়াম সামগ্ৰী ৰপ্তানি কৰিছিল, যিটো ২০২৪-২৫ চনত ১৫ বিলিয়ন ডলাৰলৈ হ্ৰাস পাইছিল। এক তথ্য অনুসৰি ইয়াৰ মূল কাৰণ হ’ল ৰাছিয়াৰ পৰা ক্ৰয় কৰা খাৰুৱা তেলৰ পৰা প্ৰস্তুত কৰা পেট্ৰলিয়াম সামগ্ৰীৰ ওপৰত পশ্চিমীয়া দেশসমূহে নিষেধাজ্ঞা আৰোপ কৰা। এই নিষেধাজ্ঞাৰ মাজতো ভাৰতে ২০২৫ চনত ৰাছিয়াৰ পৰা ৫০ বিলিয়ন ডলাৰৰ খাৰুৱা তেল ক্ৰয় কৰিছিল। এইটো ভাৰতে ৰাছিয়াৰ পৰা ক্ৰয় কৰা মুঠ তেলৰ প্ৰায় এক তৃতীয়াংশ। উল্লেখ্য যে ভাৰতে এতিয়ালৈকে ৰাছিয়াৰ পৰা ১৪৩ বিলিয়ন ডলাৰৰ তেল ক্ৰয় কৰিছে।

ভাৰতে প্রয়োজনীয় খাৰুৱা তেলৰ প্রায় ৮৫ শতাংশ আমদানি কৰে৷ ই কেৱল ৰাছিয়াৰ পৰাই নহয়, চৌদি আৰব, ইউ এ ই, আমেৰিকা, নাইজেৰিয়া, কুৱেইট, মেক্সিকো, ওমানৰ পৰাও তেল ক্ৰয় কৰে। ২০২১ চনৰ এপ্ৰিলৰ পৰা ২০২২ চনৰ জানুৱাৰীলৈ ভাৰতে ইৰাকৰ পৰা সৰ্বাধিক তেল ক্ৰয় কৰিছিল।

ইউক্ৰেইন যুদ্ধৰ পিছত যেতিয়া ৰাছিয়াৰ পৰা তেল ক্ৰয়ৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল তেতিয়া ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় বৃদ্ধি কৰিছিল। পেট্ৰলিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে ইয়াৰ পূৰ্বে মুঠ ২৭খন দেশে ভাৰতক তেল বিক্ৰী কৰিছিল। বৰ্তমান এই সংখ্যা ৪০ লৈ বৃদ্ধি পাইছে।

ভাৰতত খাৰুৱা তেলৰ উৎপাদন অতি কম। কিছু পৰিমাণে তেল অসম, পশ্চিম অফশ্ব’ৰ, ৰাজস্থান, গুজৰাট আৰু মুম্বাইত পোৱা যায়। অৱশ্যে দেশৰ বিভিন্ন প্ৰান্ততো তেলৰ মজুত পোৱা গৈছে বুলি কোৱা হৈছে। আন্দামান সাগৰত বিপুল পৰিমাণৰ তেলৰ মজুত আছে বুলি অনুমান কৰা হৈছে। যদি আমি বিশ্বৰ কথা কওঁ, তেন্তে ভেনিজুৱেলাৰ তেলৰ মজুত আটাইতকৈ বেছি। ইয়াৰ পিছত চৌদি আৰব, ইৰাণ, কানাডা আৰু ইৰাকৰ পৰা আহে।

Tags: AmericaIndiaOIL

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025