Friday, May 1, 2026
22 °c
Guwahati
23 ° Sat
22 ° Sun
Language -
অসমীয়া
  • English

Tag: OIL

দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

হৰমুজ জলদ্বীপৰ প্ৰায় বন্ধ হোৱাৰ পিছত পশ্চিম এছিয়াৰ তেল আৰু গেছ উৎপাদনকাৰী দেশসমূহে বিকল্প ৰপ্তানি পথৰ সন্ধান তীব্ৰতৰ কৰি তুলিছে। ...

ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিলে কি কি লোকচানৰ সন্মুখীন হ’ব ভাৰত?

হৰমুজত উত্তেজনাৰ মাজতে ৰাছিয়াৰ সৈতে মিলি ভাৰতৰ ডাঙৰ পদক্ষেপ, ২০৩০ চনৰ ভিতৰত অন্ত পৰিব তেল সংকটৰ

আমেৰিকা আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধ আৰু হৰমুজ জলদ্বীপৰ অৱৰোধে বিশ্বজুৰি তেল আৰু গেছ যোগানক লৈ উদ্বেগ বৃদ্ধি কৰিছে। ...

যুদ্ধৰ মাজত ডাঙৰ সকাহ, ইৰাণৰ পৰা ভাৰতে কিনিব তেল, আমেৰিকাই কিয় ল’লে U-turn?

যুদ্ধৰ মাজত ডাঙৰ সকাহ, ইৰাণৰ পৰা ভাৰতে কিনিব তেল, আমেৰিকাই কিয় ল’লে U-turn?

আমেৰিকা-ইজৰাইল  আৰু ইৰাণৰ মাজত ক্ৰমবৰ্ধমান উত্তেজনাৰ মাজতে ভাৰতৰ বাবে উল্লেখযোগ্য সকাহৰ খবৰ ওলাইছে। হঠাতে আমেৰিকা প্ৰশাসনে গতিপথ সলনি কৰি ইৰাণৰ ...

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ মাজতে ভাৰতলৈ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এই মুছলমান দেশৰ, ৪ খন টেংকাৰেৰে লাখ লাখ বেৰেল তেল প্ৰেৰণ

আমেৰিকা, ইজৰাইল আৰু ইৰাণৰ মাজত চলি থকা যুদ্ধই হৰমুজ জলদ্বীপত সংকট আৰু গভীৰ কৰি তুলিছে। ইফালে ভাৰতৰ বাবে সকাহৰ খবৰ ...

তেল, কয়লা, সোণ… কিয় আমেৰিকাই আক্ৰমণ কৰিলে মাদুৰোৰ দেশত?

তেল, কয়লা, সোণ… কিয় আমেৰিকাই আক্ৰমণ কৰিলে মাদুৰোৰ দেশত?

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছৰে পৰা তেওঁৰ সিদ্ধান্তসমূহে বাৰে বাৰে তেওঁৰ ব্যৱসায়িক বুদ্ধিমত্তাক প্ৰতিফলিত কৰিছে আৰু তেওঁৰ ...

‘আমেৰিকাইও কিনে ভাৰতৰ পৰা তেল, তেন্তে ট্ৰাম্পে কিয় সৃষ্টি কৰিছে হুলস্থুলীয়া পৰিৱেশৰ’?  জানক তেলৰ বজাৰৰ সম্পূৰ্ণ তথ্য

‘আমেৰিকাইও কিনে ভাৰতৰ পৰা তেল, তেন্তে ট্ৰাম্পে কিয় সৃষ্টি কৰিছে হুলস্থুলীয়া পৰিৱেশৰ’? জানক তেলৰ বজাৰৰ সম্পূৰ্ণ তথ্য

ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাৰ বাবে ভাৰতৰ ওপৰত মুঠ ৫০ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। কেৱল এয়াই ...

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist