• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, March 15, 2026
22 °c
Guwahati
22 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটৰ ঐতিহাসিক সিদ্ধান্ত

Nation NE by Nation NE
September 9, 2025
in Top News, BIG BREAKING, অসম
0 0
‘কল্পনা চোৰেনক দেখি মোৰ পত্নীয়ে…..’, ৰাঁচীত শাসক পক্ষৰ বিৰুদ্ধে তীব্ৰ বাক্যবাণ হিমন্ত বিশ্ব শৰ্মাৰ

ফাইল ফটো

Share on FacebookShare on TwitterWhatsApp

বিদেশী বহিষ্কাৰ সন্দৰ্ভত অসম কেবিনেটে আজি এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমৰ পৰা অনুপ্ৰৱেশকাৰীক বহিষ্কৰণৰ বাবে জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকক (এছ এছ পি) নিৰ্দেশনা দিবলৈ প্ৰব্ৰজন (অসমৰ পৰা বহিষ্কৰণ) আইন, ১৯৫০ৰ অধীনত এক এছ অ’ পি প্ৰস্তুত কৰাৰ বাবে অনুমোদন জনাইছে কেবিনেটে।

কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ জৰিয়তে জানিব দি কয়, ‘সৰ্বোচ্চ ন্যায়ালয়ৰ সাংবিধানিক ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি অসমত প্ৰথমবাৰৰ বাবে ট্ৰিবিউনেলৰ ব্যৱস্থাটো বাইপাছ কৰা হৈছে। ইমিগ্ৰেণ্টছ এক্সপালছন ফ্ৰম আছাম এক্ট ১৯৫০ ব্যৱহাৰৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ ফলত বাংলাদেশী চিনাক্তকৰণ প্ৰক্ৰিয়াটো অতি সহজ হৈ পৰিব।’

তেওঁ লগতে কয় যে যদি জিলা উপায়ুক্তই আৰক্ষী বা আন কোনো উৎসৰ পৰা এজন ব্যক্তি অনুপ্ৰৱেশকাৰী বুলি সন্দেহৰ তথ্য লাভ কৰে, তেনে পৰিস্থিতিত সেই ব্যক্তিজনক ১০ দিনৰ ভিতৰত তেওঁৰ নাগৰিকত্বৰ প্ৰমাণ দাখিল কৰিবলৈ নিৰ্দেশনা দিব।

এই নিৰ্দেশনাৰ পিছত সন্দেহজনক নাগৰিকজনে যদি উপযুক্ত নথি পত্ৰৰে ভাৰতীয় নাগৰিক বুলি প্ৰমাণ কৰিব নোৱাৰে তেন্তে সেই ব্যক্তিজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰি ২৪ ঘণ্টাৰ সময় দি জিলা আয়ুক্তই নিৰ্ধাৰণ কৰা পথ অনুসৰি বহিষ্ককৰণৰ নিৰ্দেশনা প্ৰদান কৰিব।

ইফালে এই এছ অ’ পিত স্পষ্টভাৱে উল্লেখ আছে যে অনুপ্ৰৱেশকাৰী যদি আন্তঃৰাষ্ট্ৰীয় সীমাৰ শূন্য ৰেখাৰ ওচৰত ধৰা পৰে বা ৰাজ্যত প্ৰৱেশৰ ১২ ঘণ্টাৰ ভিতৰত ধৰা পৰে, তেন্তে পৰৱৰ্তী কোনো প্ৰক্ৰিয়া অবিহনে তাৎক্ষণিকভাৱে ওভতাই পঠিওৱা হ’ব।

Tags: Assam CabinetExpel ForeignersHimanta Biswa SarmaSOP

Related Posts

ইৰাণৰ সৈতে যুদ্ধৰ মাজতে আমেৰিকাক আঘাত এই দেশৰ! আমেৰিকান সেনাৰ বাবে বন্ধ আকাশমাৰ্গ
Top News

March 15, 2026
ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন
Top News

ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

March 15, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 15, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 15, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 15, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 14, 2026

শীৰ্ষ সংবাদ

ইৰাণৰ সৈতে যুদ্ধৰ মাজতে আমেৰিকাক আঘাত এই দেশৰ! আমেৰিকান সেনাৰ বাবে বন্ধ আকাশমাৰ্গ

ASSAM ASSEMBLY ELECTION 2026: আজি ঘোষণা হ’ব অসম বিধানসভা নিৰ্বাচনৰ দিন

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025