• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
23 °c
Guwahati
21 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নেৰানেপেৰা বৰষুণৰ ফলত খহি পৰিল মাৰ্কেট কমপ্লেক্স; এজনৰ মৃত্যু

Nation NE by Nation NE
September 13, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
নেৰানেপেৰা বৰষুণৰ ফলত খহি পৰিল মাৰ্কেট কমপ্লেক্স; এজনৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

ওড়িশাৰ কোৰাপুট জিলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। বিগত কিছু দিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত শনিবাৰে কোৰাপুট বাছ ষ্টেণ্ডৰ সমীপৰ এটা মাৰ্কেট কমপ্লেক্স অট্টালিকা ভাঙি পৰে। এই ঘটনাৰ ফলত এজন লোকৰ মৃত্যু হয়।

আনহাতে ৫ জনতকৈ অধিক লোক ধ্বংসাৱশেষৰ তলত আবদ্ধ হৈ থকাৰ আশংকা প্ৰকাশ কৰা হৈছে। অট্টালিকাটো ভাঙি পৰাৰ খবৰ লাভ কৰাৰ লগে লগে স্থানীয় অগ্নিনিৰ্বাপক সেৱা, অ’ডিআৰএএফ আৰু স্থানীয় আৰক্ষীৰ দলে সেই স্থানত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।

তথ্য অনুসৰি কোৰাপুট বাছ ষ্টেণ্ডৰ সমীপৰ তিনিখন দোকানো এই ঘটনাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে।

ওড়িশা দুৰ্যোগ ৰেপিড একচন ফ’ৰ্চৰ দলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। আৰক্ষীও ঘটনাস্থলীত উপস্থিত হৈ বিষয়টোৰ তদন্ত অব্যাহত ৰাখিছে।

বিষয়াসকলে সন্দেহ কৰিছে যে দোকানৰ মালিককে ধৰি ৫ জনতকৈ অধিক লোক এতিয়াও ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ আছে। অৱশ্যে বৰ্তমানলৈ ভুক্তভোগীৰ সঠিক সংখ্যা নিশ্চিত হোৱা নাই।

Tags: Building CollapseMarket ComplexOdisha

Related Posts

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026

শীৰ্ষ সংবাদ

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025