• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
23 °c
Guwahati
21 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…

Nation NE by Nation NE
February 10, 2026
in Top News, অসম
0 0
প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা, জানক কিমান ভোটাৰৰ নাম হ’ল কৰ্তন…
Share on FacebookShare on TwitterWhatsApp

আজি প্ৰকাশ পালে কামৰূপ মহানগৰ জিলাৰ ৫ টাকৈ সমষ্টিৰ ভোটাৰৰ ফটো সম্বলিত তালিকা। কামৰূপ মহানগৰ জিলাৰ ৫ টা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা ১০,৪৯,৬৪৪ গৰাকী।

ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৫,০৫,৪২৯ গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা ৫,৪৪,১৮৩ গৰাকী। তৃতীয় লিংগৰ ভোটাৰ আছে ৩২ গৰাকী।

৫টা সমষ্টিৰ দিছপুৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,৪৩,১৭৬ গৰাকী। ডিমৰীয়া(sc) সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ২,১৬,৯৪৯ গৰাকী। নিউ গুৱাহাটী সমষ্টিত মুঠ ১,৯১,৪৪৭ গৰাকী ভোটাৰ। গুৱাহাটী চেন্ট্ৰেল সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১,৯১,৭৫৮ গৰাকী আৰু জালুকবাৰী সমষ্টিত আছে মুঠ ২,০৬,৩১৪ গৰাকী ভোটাৰ।

৫টাকৈ সমষ্টিত মুঠ পোলিং ষ্টেচনৰ সংখ্যা হৈছে ১২১৮ টা। ইয়াৰে খচৰা ভোটাৰ ১০,৭৫,৫৭৬ গৰাকী। চুড়ান্ত ভোটাৰৰ সংখ্যা ১০,৪৯,৬৪৪ গৰাকী। ৫টা সমষ্টিৰ পৰা কৰ্তন কৰা হ’ল ২৫,৯৩২ গৰাকী ভোটাৰৰ নাম। নতুনকৈ অন্তৰ্ভুক্ত হৈছে ২২,৩৯০ গৰাকী ভোটাৰ।

মৃত্যু, স্থায়ী ঠিকনা সলনি আৰু ৰিপিতেড ভোটাৰ এই তিনিটা প্ৰক্ৰিয়াৰে কৰ্তন কৰা হৈছে ভোটাৰ নাম। যদি  কোনো ভোটাৰৰ নাম বাদ পৰে, তেনেহ’লে তেওঁ কণ্টিনিয়াছ ৰিভিজনৰ জৰিয়তে এপ্লাই কৰিব পাৰিব। মনোনয়ন দাখিলৰ ১০ দিন আগলৈকে এপ্লাই কৰিব পাৰিব। নাম কৰ্তন হোৱাসকলে নতুনকৈ কৰিব পাৰিব আৱেদন। ১৫ দিনৰ ভিতৰত নাম অন্তৰ্ভুক্তিৰ বাবে জিলা আয়ুক্তক আৱেদন কৰিব লাগিব। ২৫ ফেব্ৰুৱাৰীলৈ পঞ্জীয়ন বিষয়াৰ সিদ্ধান্তৰ বিৰুদ্ধে অভিযোগ দিব পাৰিব ভোটাৰে।

Tags: Kamrup (M)Voter List

Related Posts

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026

শীৰ্ষ সংবাদ

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025