• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
23 °c
Guwahati
22 ° Sat
24 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ক্ৰীড়া

IPL 2026ত বৃহৎ ধুমুহা আনিবলৈ সাজু বৈভৱ সূৰ্য্যবংশী! প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে ডাঙৰ বক্তব্য

Nation NE by Nation NE
March 16, 2026
in ক্ৰীড়া
0 0
IPL 2026ত বৃহৎ ধুমুহা আনিবলৈ সাজু বৈভৱ সূৰ্য্যবংশী! প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পূৰ্বে ডাঙৰ বক্তব্য
Share on FacebookShare on TwitterWhatsApp

ভাৰতীয় ক্ৰিকেটৰ অন্যতম উদীয়মান যুৱ তাৰকা বৈভৱ সূৰ্য্যবংশীয়ে এতিয়া IPL 2026ত এক সুন্দৰ প্ৰদৰ্শনৰ লক্ষ্য কৰি লৈছে। অতি কম বয়সতে বিস্ফোৰক বেটিঙৰ বাবে স্বীকৃতি লাভ কৰা খেলুৱৈগৰাকীয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে, এই ছিজনত তেওঁৰ আটাইতকৈ ডাঙৰ সপোন হৈছে তেওঁৰ দলটোৱে খিতাপ দখল কৰাত।

শেহতীয়াকৈ BCCI নমন বঁটা ২০২৬ অনুষ্ঠানৰ সময়ত সূৰ্যবংশীয়ে মুকলিকৈ নিজৰ লক্ষ্যৰ বিষয়ে কয়। IPLত ৰাজস্থান ৰয়েলছৰ হৈ খেলা বৈভৱ সূৰ্যবংশীয়ে উল্লেখ কৰে যে এইবাৰ তেওঁৰ মূল লক্ষ্য হৈছে নিজৰ দলটোক চেম্পিয়ন কৰোৱা। তেওঁ কয় যে, যদি তেওঁ ভাল প্ৰদৰ্শন কৰে তেন্তে সমগ্ৰ দলটোৱেই লাভৱান হ’ব। তেওঁৰ মতে IPLৰ দৰে ডাঙৰ টুৰ্ণামেণ্টত প্ৰতিজন খেলুৱৈয়ে ট্ৰফী জয় কৰাৰ সপোন দেখে। এই মানসিকতাৰে তেওঁ খেলপথাৰত প্ৰৱেশ কৰিব আৰু দললৈ যিমান পাৰে দলটোত অৰিহণা যোগাবলৈ চেষ্টা কৰিব।

অতি কম বয়সতে ক্ৰিকেট জগতত নিজৰ স্থান দখল কৰিছে বৈভৱ সূৰ্য্যবংশীয়ে। ২০২৫ চনৰ IPLত তেওঁ এক উজ্জ্বল বেটিং প্ৰদৰ্শন অৰ্জন কৰি প্ৰতিযোগিতাখনৰ কনিষ্ঠতম শতৰাজ্যৰ অভিলেখ গঢ়িবলৈ সক্ষম হয়। তেওঁৰ এই কৃতিত্বই ক্ৰিকেট জগতৰ দৃষ্টি আকৰ্ষণ কৰিছিল।

১৯ বছৰ অনুৰ্ধ পৰ্যায়তো তেওঁ উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছিল। ১৯ বছৰ অনুৰ্ধ বিশ্বকাপৰ ICC ৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে ৮০ বলত ১৭৫ ৰানৰ বিস্ফোৰক ইনিংছ খেলিছিল। এই ইনিংছে ভাৰতক অভিলেখ ষষ্ঠবাৰৰ বাবে ১৯ বছৰ অনুৰ্ধ বিশ্বকাপ জয় কৰাত সহায় কৰে।

বৈভৱ সূৰ্যবংশীয়ে ২০১৪ চনত ৰাজস্থান ৰয়েলছৰ ১.১ কোটি টকাত চুক্তিবদ্ধ হোৱাৰ সময়ত উল্লেখযোগ্য স্বীকৃতি লাভ কৰিছিল। সেই সময়ত তেওঁৰ বয়স মাত্ৰ ১৩ বছৰ আৰু IPL ৰ চুক্তি লাভ কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈসকলৰ ভিতৰত অন্যতম। তেওঁ বুজাই দিয়ে যে, ঘৰুৱা ক্ৰিকেট আৰু ১৯ বছৰ অনুৰ্ধৰ খেলৰ সময়ত ৰাজস্থান ৰয়েলছৰ স্কাউটিং দলে তেওঁক দীৰ্ঘদিন ধৰি চকু ৰাখিছিল। ট্ৰাইলত ভাল প্ৰদৰ্শন কৰি দলৰ স্থান নিশ্চিত কৰে।

Tags: #cricketIPLSports

Related Posts

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?
Top News

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

April 29, 2026
IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল
Top News

IPLৰ ইতিহাসৰ সৰ্ববৃহৎ চুক্তি! নতুন স্বত্বাধিকাৰী পাই আটাইতকৈ দামী ফ্ৰেঞ্চাইজি হ’ব উদ্বোধনী দল

March 25, 2026
ঈশান কিষানৰ সৈতে এই ‘ৰহস্যময়ী যুৱতী’ কোন? মেচখনৰ পিছতে ভাইৰেল হৈ পৰে ৰোমান্টিক ফটো…
Top News

ঈশান কিষানৰ সৈতে এই ‘ৰহস্যময়ী যুৱতী’ কোন? মেচখনৰ পিছতে ভাইৰেল হৈ পৰে ৰোমান্টিক ফটো…

March 9, 2026
ভাৰত বনাম নিউজিলেণ্ড টি-২০ বিশ্বকাপ ২০২৬ৰ চূড়ান্ত মেচ, জানক পিটচৰ আৰু আহমেদাবাদৰ বতৰৰ পৰিস্থিতি
Top News

ভাৰত বনাম নিউজিলেণ্ড টি-২০ বিশ্বকাপ ২০২৬ৰ চূড়ান্ত মেচ, জানক পিটচৰ আৰু আহমেদাবাদৰ বতৰৰ পৰিস্থিতি

March 8, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 8, 2026
T20 World Cup 2026ৰ পুৰস্কাৰৰ ধনৰাশিৰ তালিকা প্ৰকাশ;  জানক কিমান টকা লাভ কৰিব বিজয়ী আৰু ছুপাৰ ৮ দলে…
Top News

T20 World Cup 2026ৰ পুৰস্কাৰৰ ধনৰাশিৰ তালিকা প্ৰকাশ; জানক কিমান টকা লাভ কৰিব বিজয়ী আৰু ছুপাৰ ৮ দলে…

March 7, 2026

শীৰ্ষ সংবাদ

মাতৃৰ মমত্ববোধ…শেষ উশাহলৈকে এৰি নিদিলে নিজ সন্তানক…

বিষাক্ত গেছৰ বিধ্বংসী কাণ্ড! অগ্নিনিৰ্বাপক বাহিনীৰ লোককে ধৰি ২৪ জনকৈ লোক চিকিৎসাধীন

খননৰ সময়তে উদ্ধাৰ প্ৰাচীন শিৱলিংগ, উত্তেজিত হৈ পৰে সকলো ভক্ত

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025