• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 22, 2026
27 °c
Guwahati
28 ° Thu
30 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE by Nation NE
April 22, 2026
in Top News, অসম
0 0
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Share on FacebookShare on TwitterWhatsApp

মেষ- স্থায়ী সম্পত্তিৰ কামৰ পৰা আপুনি বিপুল সুবিধা লাভ কৰিব পাৰে। কৰ্মসংস্থাপন বৃদ্ধি পাব। আয়ৰ নতুন উৎস লাভ কৰিব পাৰে। শুভ নম্বৰ-১, শুভ ৰং-ৰঙা

বৃষ- আজিৰ আপোনাৰ শৰীৰত কিছু ক্লান্তি আৰু দুৰ্বলতা থাকিব পাৰে। ব্যৱসায়ত ভাল হ’ব। কৰ্মস্থলীত শান্তি থাকিব। প্ৰেমৰ সম্পৰ্কত কিছু সামঞ্জস্যতা থাকিব। শুভ নম্বৰ-৭, শুভ ৰং-সোণালী

মিথুন-আজিৰ দিনটো মিথুন ৰাশিৰ জাতক-জাতিকাৰ বাবে যথেষ্ট শুভ হব। বিদ্যাত সুনাম বৃদ্ধি পাব। ব্য়ৱসায়ত মধ্যম। শুভ নম্বৰ-৮, শুভ ৰং-সুমথিৰা

কৰ্কট-শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীয়ে লক্ষণীয় সফলতা লাভ কৰিব। পুৰণি ৰোগৰ উন্মেষ ঘটিব পাৰে। কামত সাৱধানতা অৱলম্বন কৰিব। যাত্ৰাত খৰখেদা নকৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব। শুভ নম্বৰ-৫, শুভ ৰং-মটিয়া

সিংহ-ব্যৱসায়িক দিশত সুনাম বৃদ্ধি পাব। পৰিয়ালৰ লোকৰ সৈতে ভ্ৰমণৰ যোগ। কৰ্ম সম্পৰ্কীয় সিদ্ধান্তবোৰ গোপনে ৰাখক। শুভ নম্বৰ-৩, শুভ ৰং-পাতল গুলপীয়া

কন্যা-আজিৰ দিনটো আপোনাৰ আনন্দ-ফুৰ্তিৰে পৰিপূৰ্ণ হৈ থাকিব। ব্যৱসায়-বাণিজ্যত শুভ ফল লাভ কৰিব। বিনিয়োগৰ বাবে আজিৰ দিনটো অত্যন্ত ভাল। শুভ নম্বৰ-২, শুভ ৰং-সেউজীয়া

তুলা- আজিৰ দিনটোত তুলা ৰাশিৰ জাতক-জাতিকাসকলে কেতিয়াও আত্মবিশ্বাসৰ অভাৱ অনুভৱ নকৰে৷ পদোন্নতি, প্ৰশংসা প্ৰাপ্তিৰ যোগ। শুভ নম্বৰ-১, শুভ ৰং-ৰঙা

বৃশ্চিক-আজি দিনটোত আপোনাৰ বাবে সৌভাগ্যই অপেক্ষা কৰি আছে। আপুনি বহুদিনৰে পৰা কোনো ধৰ্মীয় স্থানত বা তীৰ্থযাত্ৰাত যোৱাৰ কথা যদি ভাবি আছে, তেন্তে আজি এই যাত্ৰা আৰম্ভ কৰাৰ বাবে বৰ ভাল দিন। বিদ্যাত শুভ। শুভ নম্বৰ-৭, শুভ ৰং-নীলা

ধনু- সাংসাৰিক দিশত আজিৰ দিনটো আপোনাৰ বাবে বৰ ভাল। স্বাস্থ্য উত্তম, আৰু আপুনি অত্যধিক উজ্জীৱিত হৈ থাকিব। কৰ্মক্ষেত্ৰত আৰু ক্ৰীড়াক্ষেত্ৰত সম্পূৰ্ণ ইতিবাচক হৈ থাকিব। আৰ্থিক লাভৰ যোগ আছে ।শুভ নম্বৰ-৫, শুভ ৰং-বগা আৰু হালধীয়া

মকৰ-আজি আপোনাক আৱেগ আৰু দুশ্চিন্তাই কিছু আগুৰি থাকিব পাৰে। মানসিক সুখ-শান্তিৰ অভাৱ আপোনাক কষ্ট দি থাকিব পাৰে। ব্যয়ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগিব। য’ত পৰিপক্বতাৰ প্ৰয়োজন তাত খৰধৰ নকৰিব। আইনী কাগজপত্ৰ, বিশেষকৈ মাটি, সম্পত্তি বা গাড়ীৰ কাগজপত্ৰক লৈ সাৱধানে ৰাখিব। শুভ নম্বৰ-৪, শুভ ৰং-সুমথিৰা

কুম্ভ-আজি আপুনি সুখ আৰু সফলতা, স্বাস্থ্য আৰু সম্পদ, অপৰ্যাপ্ত সৃজনশীলতা আৰু ইতিবাচক মনোভাৱ উপভোগ কৰিব। কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব। গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’বলৈ আজিৰ দিনটো উপযুক্ত। দাম্পত্য সুখ আৰু শান্তিৰ প্ৰবল সম্ভাৱনা। আপোনাৰ সন্মান আৰু জনপ্ৰিয়তা বৃদ্ধি হ’ব। শুভ নম্বৰ-৯, শুভ ৰং-হালধীয়া

মীন-আজি আপুনি সুস্থ অনুভৱ কৰিব আৰু নিজৰ ভিতৰতে তজবজীয়া অনুভৱ কৰিব। আজি আপুনি নিজক সুস্থ, সবল অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আলোচনা সন্তোষজনক হ’ব পাৰে। শুভ নম্বৰ-৬, শুভ ৰং-নীলা

Tags: #AssamDaily HoroscopeToday Astrology

Related Posts

ইছলামবাদ শান্তি আলোচনা ২.০: কাম কৰা নাই ট্ৰাম্পৰ ভাবুকিয়ে! ইৰাণে ক’লে- ‘এই প্ৰতিবেদন সম্পূৰ্ণ অসত্য’
Top News

ইছলামবাদ শান্তি আলোচনা ২.০: কাম কৰা নাই ট্ৰাম্পৰ ভাবুকিয়ে! ইৰাণে ক’লে- ‘এই প্ৰতিবেদন সম্পূৰ্ণ অসত্য’

April 22, 2026
‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে
Top News

‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

April 22, 2026
ছাত্ৰৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দি তীব্ৰ উত্তাপৰ মাজতে বিদ্যালয়সমূহলৈ নতুন নিৰ্দেশনা জাৰি

ম’হ যুঁজ খেল বন্ধ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

ইছলামবাদ শান্তি আলোচনা ২.০: কাম কৰা নাই ট্ৰাম্পৰ ভাবুকিয়ে! ইৰাণে ক’লে- ‘এই প্ৰতিবেদন সম্পূৰ্ণ অসত্য’

‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

ছাত্ৰৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দি তীব্ৰ উত্তাপৰ মাজতে বিদ্যালয়সমূহলৈ নতুন নিৰ্দেশনা জাৰি

ম’হ যুঁজ খেল বন্ধ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025