• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 22, 2026
27 °c
Guwahati
28 ° Thu
30 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    বিহু পৰিবেশন কৰি উভতাৰ পথত অঘটন, কি হৈছিল বিহুদলটিৰ সদস্যসকলৰ সৈতে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছাত্ৰৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দি তীব্ৰ উত্তাপৰ মাজতে বিদ্যালয়সমূহলৈ নতুন নিৰ্দেশনা জাৰি

Nation NE by Nation NE
April 22, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
ছাত্ৰৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দি তীব্ৰ উত্তাপৰ মাজতে বিদ্যালয়সমূহলৈ নতুন নিৰ্দেশনা জাৰি
Share on FacebookShare on TwitterWhatsApp

দিল্লীৰ তীব্ৰ উত্তাপৰ পোহৰত চৰকাৰে এক ডাঙৰ সিদ্ধান্ত লৈছে। বিদ্যালয়ৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। শিশুৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দি চৰকাৰে এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। নতুন নিৰ্দেশনাত প্ৰতিখন বিদ্যালয়তে “পানীৰ ঘণ্টা”ৰ প্ৰয়োজনীয়তাকে ধৰি গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ সন্নিবিষ্ট কৰা হৈছে।

গৰমৰ বাবে এতিয়া দিল্লীৰ প্ৰতিখন স্কুলত ৪৫ৰ পৰা ৬০ মিনিটৰ মূৰে মূৰে স্কুলৰ ঘণ্টা বাজিব, পিছে ক্লাছ শেষ হোৱাৰ জাননীৰ বাবে নহয়, বৰঞ্চ শিশুসকলক পানী খাবলৈ সোঁৱৰাই দিয়াৰ বাবেহে। চৰকাৰে স্পষ্টকৈ উল্লেখ কৰিছে যে, বিদ্যালয়সমূহে এই ব্যৱস্থা ৰূপায়ণ কৰিব লাগিব যাতে শিশুসকলে গৰম পঢ়াৰ হেঁচাত পানী খাবলৈ পাহৰি নাযায়।

দিল্লী চৰকাৰে অধ্যয়নতকৈ স্বাস্থ্যক অগ্ৰাধিকাৰ দি শিশুৰ সুৰক্ষা নিশ্চিত কৰিছে। শিশুৰ স্বাস্থ্যৰ অৱনতি ৰোধৰ বাবে অসংখ্য প্ৰচেষ্টা চলোৱা হৈছে। দিল্লীৰ এই আদ্ৰতাহীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত লোৱা হৈছে।

বিগত কেইবাদিনো ধৰি দিল্লীৰ বতৰৰ যথেষ্ট পৰিৱৰ্তন হৈছে। ৰাজধানীত ক্ৰমাগতভাৱে বৃদ্ধি পাইছে গৰম আৰু উষ্ণতা। তীব্ৰ উত্তাপে সাধাৰণ জনতাৰ বাবে অসুবিধাৰ সৃষ্টি কৰিছে। ফলত শিশুৰ পৰা বৃদ্ধসকললৈকে ঘামচি আৰু গৰম ৰ’দৰ বাবে অসুস্থ হৈ পৰিছে। স্বাস্থ্য বিভাগে ৰাইজক সজাগ হৈ থাকিবলৈ পৰামৰ্শ দিছে।

স্কুলীয়া ছাত্ৰ-ছাত্ৰীকে ধৰি দিল্লীৰ উষ্ণতাই জনসাধাৰণক অহৰহ অশান্তি দিছে। আজি দিল্লীৰ সৰ্বোচ্চ তাপমাত্ৰা ৪০ ডিগ্ৰীৰ ওচৰ চাপিব। নিম্নতম তাপমাত্ৰা ২৭ ডিগ্ৰীলৈ হ্ৰাস পাব। অনাগত দিনত তাপমাত্ৰা যথেষ্ট বৃদ্ধি পাব। ইয়াৰ ফলত গৰম আৰু অধিক তীব্ৰতৰ হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত নাগৰিকৰ অস্বস্তি আৰু অধিক ভয়াৱহ হ’ব পাৰে।

Tags: #DelhiheatwaveSchool

Related Posts

ইছলামবাদ শান্তি আলোচনা ২.০: কাম কৰা নাই ট্ৰাম্পৰ ভাবুকিয়ে! ইৰাণে ক’লে- ‘এই প্ৰতিবেদন সম্পূৰ্ণ অসত্য’
Top News

ইছলামবাদ শান্তি আলোচনা ২.০: কাম কৰা নাই ট্ৰাম্পৰ ভাবুকিয়ে! ইৰাণে ক’লে- ‘এই প্ৰতিবেদন সম্পূৰ্ণ অসত্য’

April 22, 2026
‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে
Top News

‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

April 22, 2026
ম’হ যুঁজ খেল বন্ধ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 22, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 22, 2026

শীৰ্ষ সংবাদ

ইছলামবাদ শান্তি আলোচনা ২.০: কাম কৰা নাই ট্ৰাম্পৰ ভাবুকিয়ে! ইৰাণে ক’লে- ‘এই প্ৰতিবেদন সম্পূৰ্ণ অসত্য’

‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

ছাত্ৰৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দি তীব্ৰ উত্তাপৰ মাজতে বিদ্যালয়সমূহলৈ নতুন নিৰ্দেশনা জাৰি

ম’হ যুঁজ খেল বন্ধ কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025