• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
23 °c
Guwahati
23 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

Nation NE by Nation NE
April 30, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Share on FacebookShare on TwitterWhatsApp

সমাপ্ত হ’ল ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচন। নিৰ্বাচন অন্ত পৰাৰ লগে লগে প্ৰকাশ পালে কেইবাটাও সংস্থাৰ EXIT POLL। ৯ এপ্ৰিলত অসমৰ ১২৬টা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছিল বিধানসভা নিৰ্বাচন।

২৯ এপ্ৰিলত বিভিন্ন সংস্থাই প্ৰকাশ কৰিলে অসমৰ নিৰ্বাচনী সমীক্ষা। অসমত বিজেপি মিত্ৰজোঁটৰ বৃহৎ জয়ৰ ইংগিত EXIT POLLত। EXIT POLLত গেৰুৱা দলৰ জয়জয়কাৰ হোৱা দেখা গৈছে।

  • AXIS MY INDIAৰ EXIT POLL ৰ সমীক্ষাত অসমত BJP মিত্ৰজোঁটে ৮৮ৰ পৰা ১০০খন আসন, কংগ্ৰেছ মিত্ৰজোঁটে ২৪ৰ পৰা ৩৬খন আসন পোৱাৰ সম্ভাৱনা আছে।
  • MATRIZE ৰ EXIT POLL অনুসৰি, BJP য়ে ৮৫-৯৫খন আসন আৰু কংগ্ৰেছ মিত্ৰজোঁটে ২৫ৰ পৰা ৩২খন আসন পোৱাৰ লগতে অন্যান্যই ৬-১২খন আসন পোৱাৰ সম্ভাৱনা আছে।
  • ইণ্ডিয়া টিভি অসমৰ EXIT POLLত BJP মিত্ৰজোঁটে ৮৫ৰ পৰা ৯৫খন আসন, CONG মিত্ৰজোঁটে  ২৫ৰ পৰা ৩২খন আসন আৰু অন্যান্যই ৬ৰ পৰা ১২খন আসন পোৱাৰ সম্ভাৱনা আছে।
  • JVCৰ EXIT POLL তো অসমত বিজেপিয়ে চৰকাৰ গঠন কৰাৰ ইংগিত দেখা গৈছে। য’ত BJP মিত্ৰজোঁটে ৮৮ৰ পৰা ১০১খন আসন, CONG মিত্ৰজোঁটে ২৩খনৰ পৰা ৩৩খন আসন আৰু অন্যান্যই ২ৰ পৰা ৫খন লাভ কৰাৰ সম্ভাৱনা আছে।
  • PEOPLES PULSEৰ EXIT POLL তো য’ত BJP মিত্ৰজোঁটে ৬৮ৰ পৰা ৭২খন আসন, CONG মিত্ৰজোঁটে ২২খনৰ পৰা ২৬খন আসন আৰু অন্যান্যই ৭ ৰ পৰা ১৫খন লাভ কৰাৰ সম্ভাৱনা আছে।
  • POLL DAIRY তো BJP মিত্ৰজোঁটে ৮৬ৰ পৰা ১০১খন আসন, CONG মিত্ৰজোঁটে ১৫ৰ পৰা ২৬খন আসন আৰু অন্যান্যই ৩ ৰ পৰা ৭খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।

আকৌ EXIT POLL অনুসৰি, কংগ্ৰেছ দলে আসন লাভ কৰাৰ সম্ভাৱনা থকা সমষ্টিসমূহ হ’ল- ধুবুৰী, গৌৰীপুৰ,বীৰসিং জৰুৱা, লাহৰিঘাট, লামডিং, ৰূপহীহাট, চামগুৰি, কাটলিচেড়া, আলগাপুৰ, উত্তৰ কৰিমগঞ্জ আৰু দক্ষিণ কৰিমগঞ্জত কংগ্ৰেছে আসন লাভ কৰাৰ সম্ভৱনা আছে। বৰখলাত বিজেপি-কংগ্ৰেছ 50-50, সোণাইত বিজেপি-কংগ্ৰেছ 50-50, হাইলাকান্দিত বিজেপি-কংগ্ৰেছ 50-50, ৰহাত বিজেপি বা কংগ্ৰেছ 50-50, বিলাসীপাৰাত কংগ্ৰেছ বা অগপ 50-50, ধিঙত ৰাইজৰ দল আৰু বিন্নাকান্দিত AIUDF আসন পোৱাৰ সম্ভাৱনা আছে।

এইদৰে প্ৰায় সকলো EXIT POLLতে অসমত পুনৰ বিজেপিৰ চৰকাৰ হোৱাৰ ইংগিত পোৱা গৈছে। ইয়াৰ পাছতে গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন যে পুনৰ সপোন হৈয়ে ৰ’ব সেয়া একপ্ৰকাৰ স্পষ্ট হৈ পৰিছে। এতিয়া সকলোৱে ৪ মেৰ ফলাফলক লৈ সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাইছে।

Tags: #AssamElectionExit Poll

Related Posts

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?
Top News

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

April 29, 2026

শীৰ্ষ সংবাদ

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025