• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, June 6, 2026
28 °c
Guwahati
27 ° Mon
26 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

TMCৰ প্ৰাক্তন বিধায়ক সৌকত মোল্লাক গ্ৰেপ্তাৰ, কি গোচৰত গ্ৰেপ্তাৰ এই বিধায়কগৰাকী?

Nation NE by Nation NE
June 6, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
TMCৰ প্ৰাক্তন বিধায়ক সৌকত মোল্লাক  গ্ৰেপ্তাৰ, কি গোচৰত গ্ৰেপ্তাৰ এই বিধায়কগৰাকী?
Share on FacebookShare on TwitterWhatsApp

অৱশেষত বংগ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ভাংগাৰ বিস্ফোৰণৰ মূল অভিযুক্ত সৌকট মোল্লা। চলিত বৰ্ষৰ আৰম্ভণিতে কলকাতাৰ সমীপৰ ভাংগাৰত সংঘটিত বিস্ফোৰণত এজন লোকৰ মৃত্যু হোৱা ঘটনাৰ সৈতে জড়িত পশ্চিম বংগৰ দক্ষিণ ২৪ পৰগনা জিলাৰ তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক সৌকট মোল্লাক গ্ৰেপ্তাৰ কৰিছে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই।

তদন্তকাৰী সংস্থাই তেওঁক ‘পলাতক’ বুলি ঘোষণা কৰাৰ কেইঘণ্টামানৰ পাছতে এই ঘটনা সংঘটিত হৈছে। NIAৰ দলে তেওঁৰ বাসগৃহত অভিযান চলোৱাৰ সময়তে মটৰ চাইকেলেৰে পলায়ন কৰে। সূত্ৰ অনুসৰি, তেওঁ বাংলাদেশলৈ পলায়নৰ পৰিকল্পনা কৰিছিল। সৌকটক এই গোচৰৰ মূল অভিযুক্ত আৰু ষড়যন্ত্ৰকাৰী বুলি অভিহিত কৰিছে NIA য়ে।

এই গোচৰত এজেন্সীটোৱে কৰা চতুৰ্থটো গ্ৰেপ্তাৰ হৈছে সৌকট মোল্লা। কেনিং পূর্বা বিধানসভা সমষ্টিৰ প্রাক্তন বিধায়ক মোল্লাক সোধা-পোছাৰ বাবে NIA ৰ কার্যালয়লৈ লৈ যোৱা হয় আৰু শনিবাৰে তেওঁক আদালতত হাজিৰ কৰা হ’ব৷ ৫ জুনৰ নিশা সংবাদ সংস্থাক NIAৰ এগৰাকী বিষয়াই কয় যে, ভাংগাৰ বোমা বিস্ফোৰণৰ গোচৰৰ চলি থকা তদন্তৰ অংশ হিচাপে সৌকট মোল্লাক গ্ৰেপ্তাৰ কৰিছো। আজি ​​তেওঁক আদালতত হাজিৰ কৰা হ’ব আৰু ইয়াৰ পিছত পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

সূত্ৰৰ পৰা জানিব পৰা মতে, ঘৰৰ পৰা পলায়ন কৰাৰ পিছত সৌকটে বাংলাদেশলৈ পলায়নৰ পৰিকল্পনা কৰিছিল যদিও সেয়া সম্ভৱ নহ’ল।আনহাতে সৌকটৰ কন্যাই দাবী কৰে যে, NIA য়ে তেওঁৰ পিতৃক গ্ৰেপ্তাৰ কৰা নাছিল, বৰঞ্চ তেওঁ নিজে আত্মসমৰ্পণহে কৰিছিল। তেওঁ কয় যে, তেওঁৰ পিতৃয়ে কোনো গুৰুত্বপূৰ্ণ কামত ওলাই গৈছিল, কিন্তু যেতিয়া NIA য়ে তেওঁৰ লগত যোগাযোগ কৰিছিল, তেতিয়া তেওঁ আহি আত্মসমৰ্পণ কৰে।

মন কৰিবলগীয়া যে, ১৯ মাৰ্চত পশ্চিমবংগ নিৰ্বাচনৰ পূৰ্বে ভাংগাৰ অঞ্চলত বিস্ফোৰণ সংঘটিত হৈছিল, য’ত এজন লোকৰ মৃত্যু হৈছিল আৰু কেইবাজনো আহত হৈছিল। অভিযোগ উত্থাপন হৈছিল যে তাত খাৰুৱা বোমা নিৰ্মাণ কৰা হৈছিল। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি NIA ক বৃহত্তৰ ষড়যন্ত্ৰত অভিযুক্তৰ ভূমিকা সম্পৰ্কে তদন্তৰ দায়িত্ব অৰ্পণ কৰা হয়।

ইয়াৰ পূৰ্বে NIA য়ে শ্বামছুল চৰ্দাৰ নামৰ এজন লোকক আটক কৰে। ৪ জুনলৈকে এই গোচৰত ছানুৰ মোল্লাকে ধৰি তিনিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছিল। ভাংগাৰ বিস্ফোৰণৰ সৈতে জড়িত মুঠ ৯টা স্থানত NIA য়ে অভিযান চলাইছিল। বিস্ফোৰণৰ আঁৰৰ নেটৱৰ্কৰ তদন্ত অব্যাহত ৰাখিছে NIA য়ে। গুৰুত্বপূৰ্ণ নথি-পত্ৰ আৰু ডিজিটেল প্ৰমাণ পৰীক্ষা কৰা হৈছে। ভংগৰ বিস্ফোৰণ সন্দৰ্ভত ভৱিষ্যতে উন্মোচন হ’ব পাৰে উল্লেখযোগ্য।

মন কৰিবলগীয়া যে পশ্চিম বংগৰ দক্ষিণ ২৪ পৰগনা জিলাৰ এটা বিধান সভা সমষ্টি ভাংগাৰ। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত ভংগাৰৰ পৰা পৰাস্ত হৈছিল সৌকট। ইয়াৰ পূৰ্বে সৌকটে কেনিং ইষ্ট সমষ্টিৰ পৰা বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ মাত্ৰ কেইদিনমান পূৰ্বে যোৱা ১৯ মাৰ্চত দক্ষিণ ২৪ পৰগনা জিলাৰ ভাংগাৰৰ দক্ষিণ বামুনিয়া গাঁৱত সংঘটিত হৈছিল এক বিস্ফোৰণ। ইয়াৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আন তিনিজন গুৰুতৰভাৱে আহত হয়। খবৰ অনুসৰি অভিযুক্তই বোমা নিৰ্মাণ কৰি থকাৰ সময়তে এই বিস্ফোৰণ সংঘটিত হয়। এই ঘটনাই পুনৰবাৰ উজ্জ্বল কৰি তুলিলে পশ্চিম বংগত খাৰুৱা বোমা বিস্ফোৰণৰ বিষয়টো, যিটো ৰাজ্যখনৰ পুনৰাবৃত্তিমূলক সমস্যা। বিধানসভা নিৰ্বাচনৰ সময়সীমাৰ বাবে এই গোচৰটো NIA লৈ হস্তান্তৰ কৰা হয়।

Tags: BHANGAR BLASTTMCWest Bengal

Related Posts

T20I দলত স্থান লাভ Youth Sensation বৈভৱ সূৰ্যবংশীৰ, অধিনায়কত্ব বৃহৎ পৰিৱৰ্তন
Top News

T20I দলত স্থান লাভ Youth Sensation বৈভৱ সূৰ্যবংশীৰ, অধিনায়কত্ব বৃহৎ পৰিৱৰ্তন

June 6, 2026
ধ্বংসৰ দিশলৈ মগজুৰ কাৰ্যক্ষমতা; টোপনি আৰু ক্লান্তিৰ বিষয়ে ভয়ংকৰ সত্য উদঙালে বিশেষজ্ঞই
Top News

ৰাছিয়াৰ এটা লেবত প্ৰস্তুত “চিৰজৌৱনা ঔষধ”! ১৫০ বছৰীয়া জীৱনকালৰ দাবীত স্তম্ভিত বিশ্ব

June 6, 2026
ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা বৃদ্ধি, BGB-BSFৰ মাজত সংঘৰ্ষ, অবৈধ অনুপ্ৰৱেশৰ সুবিধা প্ৰদান কৰাৰ অভিযোগ
Top News

ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা বৃদ্ধি, BGB-BSFৰ মাজত সংঘৰ্ষ, অবৈধ অনুপ্ৰৱেশৰ সুবিধা প্ৰদান কৰাৰ অভিযোগ

June 6, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

June 6, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

June 6, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

June 6, 2026

শীৰ্ষ সংবাদ

T20I দলত স্থান লাভ Youth Sensation বৈভৱ সূৰ্যবংশীৰ, অধিনায়কত্ব বৃহৎ পৰিৱৰ্তন

ৰাছিয়াৰ এটা লেবত প্ৰস্তুত “চিৰজৌৱনা ঔষধ”! ১৫০ বছৰীয়া জীৱনকালৰ দাবীত স্তম্ভিত বিশ্ব

ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা বৃদ্ধি, BGB-BSFৰ মাজত সংঘৰ্ষ, অবৈধ অনুপ্ৰৱেশৰ সুবিধা প্ৰদান কৰাৰ অভিযোগ

TMCৰ প্ৰাক্তন বিধায়ক সৌকত মোল্লাক গ্ৰেপ্তাৰ, কি গোচৰত গ্ৰেপ্তাৰ এই বিধায়কগৰাকী?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025