• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
24 °c
Guwahati
23 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ট্ৰেডিং এপত বিনিয়োগ; গহপুৰত কোটি-কোটি টকা লুন্ঠন YBY প্ৰতিষ্ঠানৰ

Nation NE by Nation NE
August 11, 2024
in Top News, অসম
0 0
ট্ৰেডিং এপত বিনিয়োগ; গহপুৰত কোটি-কোটি টকা লুন্ঠন YBY প্ৰতিষ্ঠানৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

ট্ৰেডিং এপত ধন বিনিয়োগ কৰাসকলে সাৱধান হ’ব। কিয়নো ট্ৰেডিং এপত ধন বিনিয়োগ কৰি সৰ্বশ্ৰান্ত হ’ল ৰাইজ। প্ৰতিষ্ঠানটোৱে কেইবা কোটি টকা আত্মাসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে।

এই ঘটনা সংঘটিত হৈছে গহপুৰত। YBY নামৰ ট্ৰেডিং এপটোৱে লুন্ঠন কৰিলে কোটি-কোটি টকা। বৰ্তমান কাৰ্যালয় এৰি পলায়ন কৰিছে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীয়ে।

ইফালে, প্ৰাক্তন NDFB  নেতা অনিৰাম বসুমতাৰীয়ে গহপুৰত প্ৰতিষ্ঠানটো প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আগভাগ লৈছিল। অৱশ্যে, বৰ্তমান অনিৰাম বসুমতাৰী অন্তৰ্ধান হোৱাৰো তথ্য লাভ কৰা হৈছে।

আনহাতে, YBY ক অসমত প্ৰতিষ্ঠা কৰি কোটি-কোটি টকাৰ মালিক হৈ পৰা অনিৰাম বসুমতাৰীয়ে YBY ৰ পৰা লাভ কৰিছিল দুখনকৈ বিলাসী বাহন। অতি কম দিনৰ ভিতৰতে গাঁও আৰু চহৰ অঞ্চলত শিপাইছিল YBY ৷

এপটোত এগৰাকী বিনিয়োগকাৰীয়ে আন এজনক যোগদান কৰালেও লাভ কৰিছিল ধন। যাৰবাবে অতি কম দিনৰ ভিতৰত জনপ্ৰিয় হৈ পৰিছিল YBY। গহপুৰ, নাৰায়ণপুৰ, বিশ্বনাথ চাৰিআলিৰ ভিতৰুৱা অঞ্চলত গঢ় লৈ উঠিছিল YBY ৰ সৰু-সৰু কাৰ্যালয়।

এপ টো বন্ধ হৈ পৰাৰ লগে লগেই এতিয়া ৰাতিটোৰ ভিতৰতে নাইকিয়া হৈ পৰিল এইসমূহ কাৰ্যালয়। আনকি বানপানীৰ বাবে মূখ্যমন্ত্ৰীৰ সাহাৰ্য পুজিলৈ ধন দিয়া বুলিও প্ৰচাৰ চলাইছিল YBY য়ে।

একাংশ বিনিয়োগকাৰীক গাড়ী, মটৰ চাইকেল, মোবাইল আদি বিতৰন কৰি উৎসাহিত কৰিছিল YBY নামৰ এপটোৱে।

গ্ৰাহকৰ ৱালেটৰ জমা ধন উলিয়াব নোৱাৰিলে গ্ৰাহকে। ধন উলিয়াবলৈ পুনৰ KYC ৰ নামত ৬০০০ টকা বিচাৰিছে YBY য়ে৷ ধন লুন্ঠনৰ বাবে YBY য়ে আৰম্ভ কৰা এই নতুন পদ্ধতিত হাহাকাৰ অৱস্থা ৰাজ্যৰ লাখ লাখ YBY গ্ৰাহকৰ। লাভাংশ নহ’লেও মুলধন উভতাই দিবলৈ আহ্বান জনাইছে গ্ৰাহক সকলে।

Tags: #AssamScamTrading

Related Posts

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026

শীৰ্ষ সংবাদ

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025