• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
23 °c
Guwahati
21 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আহি গ’ল দুৰ্গা পূজাৰ SOP; পূজা কমিটীসমূহে কি কি মানি চলিব লাগিব… জানক সবিশেষ

Nation NE by Nation NE
September 26, 2024
in Top News, অসম
0 0
আহি গ’ল দুৰ্গা পূজাৰ SOP; পূজা কমিটীসমূহে কি কি মানি চলিব লাগিব… জানক সবিশেষ
Share on FacebookShare on TwitterWhatsApp

শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ আৰু কেইটামান দিন। দুৰ্গা পূজা এক আনন্দৰ উৎসৱ। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বৰ উলহ-মালহেৰে পালন কৰা হয় দুৰ্গা পূজা। ৰাজ্যৰ পূজাসমূহ যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে প্ৰত্যেক জিলা প্ৰশাসনে এক নিৰ্দেশনা জাৰি কৰে। এইবাৰো পূজা কমিটীসমূহে মানি চলিব লাগিব কিছুমান বিশেষ নিয়ম। শাৰদীয় দুৰ্গা পূজাৰ পূৰ্বে কমিটীসমূহৰ বাবে কামৰূপ (ম) জিলা প্ৰশাসনে বান্ধি দিছে বিশেষ নিয়ম।

সমিতি সমূহে কৰিবলগীয়া

১) লাউড স্পীকাৰৰ ব্যৱহাৰ আৰু শব্দ প্ৰদূষুণ সম্পৰ্কীয় নীতি-নিয়ম সাৱধানে মানি চলিব।

২) অস্থায়ীভাৱে নিৰ্মাণ কৰা পূজা মণ্ডপত বৈদ্যুতিক সা-সৰঞ্জাম আজিৰ পৰা সকলো দৰ্শনাৰ্থীৰ সম্পূৰ্ণ সুৰক্ষা নিশ্চিত কৰক।

৩) দুৰ্গা পূজাৰ উৎসৱস্থলী সকলো ধৰণৰ বিপদজনক সামগ্ৰীৰ পৰা মুক্ত আৰু পৰিস্কাৰকৈ ৰাখক।

৪) জৰুৰীকালীন সময়ত ব্যৱহাৰ কৰিব পৰাকৈ এক সুকীয়া স্থান নিৰ্দিষ্ট কৰি ৰাখক।

৫) পূজাস্থলীত জৰুৰীকালীন অৱস্থাৰ মোকাবিলা কৰাৰ বাবে চিকিৎসককে ধৰি এটি চিকিৎসা গোট ৰাখিব।

৬) পৰ্যাপ্ত স্বেচ্ছাসেৱকক নিয়োগ কৰা।

৭) গুৰুত্বপূৰ্ণ ব্যক্তিৰ আগমন আৰু পূজাস্থলীৰ সকলো কাৰ্যসূচীৰ বিষয়ে আগতীয়াকৈ স্থানীয় আৰক্ষী থানাত জনাব লাগিব।

৮) পূজাস্থলীত মাদকদ্ৰব্য আৰু নিচাজাতীয় সামগ্ৰী নিষিদ্ধ কৰক।

৯) পূজাস্থলী পৰিস্কাৰ কৰাটো নিশ্চিত কৰিব লাগিব।

১০) বলপূৰ্বকভাৱে চান্দা বা বৰঙণি সংগ্ৰহ নকৰিব। মনত ৰাখিব এয়া বে-আইনী।

১১) পূজা সমিতিৰ বিষয়ববীয়া আৰু স্বেচ্ছাসেৱকৰ নাম সমীপৱৰ্তী আৰক্ষী থানাত দাখিল কৰক।

১২) পূজা মণ্ডপৰ আশে-পাশে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰক।

১৩) বিজুলি সৰবৰাহ সুনিশ্চিত কৰাৰ বাবে জেনেৰেটৰ চেটৰ ব্যৱস্থা কৰক।

১৪) চিচি টিভি কেমেৰা বাধ্যতামূলক।

১৫) প্ৰতিমা বিসৰ্জনৰ সময়ত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে বান্ধি দিয়া নিয়মসমূহ সম্পূৰ্ণভাৱে মানি চলক।

১৬) প্ৰতিমা বিসৰ্জনৰ সময়ত ফটকা ফুটোৱা কাৰ্যৰ পৰা বিৰতি থাকক।

১৭) পূজা সমিতিসমূহক পূজা সম্পৰ্কীয় সকলো বেনাৰ, হ’ৰ্ডিং, পোষ্টাৰ, তোৰণ আদিত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ আহ্বান।

নকৰিবলগীয়া

১. ৰাজহুৱা পথৰ ওপৰত পূজা পেণ্ডেল নাসাজিব।

২) পোষ্টাৰ বেনাৰ লগাই কোনো ৰাজহুৱা দেৱাল-সম্পত্তি, প্ৰাকৃতিক সম্পদ বিনষ্ট নকৰিব।

৩) ৰাজহুৱা স্থানত কোনো কাৰ্যালয়/বিপণি আদি স্থাপন নকৰিব।

৪) কোনো ৰাজহুৱা স্থানত পতাকা/কাপোৰ/পোষ্টাৰ নলগাব।

৫) পেণ্ডেলৰ ১০০ মিটাৰ ভিতৰত যান-বাহন ৰখোৱাৰ অনুমতি নিদিব।

৬) কোনো ৰাজহুৱা স্থানত প্লাষ্টিকৰ বেগ, পতাকা, বেনাৰ, কাপোৰ বা পোষ্টাৰ ব্যৱহাৰ নকৰিব।

৭) নিশা ১০ বজাৰ পিছত লাউড স্পিকাৰ ব্যৱহাৰ নকৰিব।

৮) পূজা মণ্ডপ, তোৰণ আদি বিদ্যুত পৰিবাহী তাঁৰৰ তলত হ’ব নালাগিব।

Tags: Durga PujaKamrup (M)SOP

Related Posts

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026

শীৰ্ষ সংবাদ

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025