• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, March 15, 2026
22 °c
Guwahati
22 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিজ ভগ্নীৰ সৈতে আচৰিত কাণ্ড সংঘটিত কৰে এগৰাকী ব্যক্তিয়ে!

Nation NE by Nation NE
September 27, 2024
in Top News, অসম
0 0
নিজ ভগ্নীৰ সৈতে আচৰিত কাণ্ড সংঘটিত কৰে এগৰাকী ব্যক্তিয়ে!
Share on FacebookShare on TwitterWhatsApp

কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ কঞা আৰক্ষী থানাৰ অন্তৰ্গত সৌৰামুৰীত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা।

সম্পত্তিৰ লোভত নিজৰেই ভগ্নীক হত্যা কৰে দিনেশ দাস নামৰ এগৰাকী ব্যক্তিয়ে। প্ৰায় ৪৫ বছৰীয়া মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় কঞা আৰক্ষী থানাৰ অন্তৰ্গত সৌৰামুৰী অঞ্চলত।

মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি সৌৰামুৰীত।

উল্লেখ্য যে, সৌৰামুৰীৰ নদী পাৰৰ দিনেশ দাসে নিজৰ বিবাহ বিচ্ছেদিত ভগ্নীক সম্পত্তিৰ লোভত মৰিয়াই হত্যা কৰি পানীত পেলাই দিয়াৰ গুৰুতৰ অভিযোগ স্হানীয় লোকৰ।

জানিবলৈ পৰা মতে বিবাহ বিচ্ছেদ হোৱাৰ পিছতেই মহিলা গৰাকীয়ে তেওঁৰ একমাত্ৰ পুত্ৰৰ সৈতে সৌৰামুৰী নদীপাৰত ককায়েকৰ লগত বাস কৰি আছিল যদিও বিগত দুবছৰ ধৰি ককায়েকৰ সৈতে তেওঁৰ মাটি বাৰী সংক্ৰান্তত হাই-কাজিয়া চলি আছিল।

যাৰ পৰিণতিত ককায়েক দিনেশ দাসে নিজ ভগ্নীক পিছ মুৰত কোৱাই হত্যা কৰি পানীত পেলাই দি পলায়ন কৰে। ইতিমধ্যে ঘটনাস্হলীত কঞা আৰক্ষী উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যবস্থা গ্ৰহণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

আনহাতে মাটি বাৰীৰ সংক্ৰান্তত নিজ বিবাহ বিচ্ছেদিত ভনীয়েকক ৰাতিপুৱাই হত্যা কৰি পলায়ন কৰা দিনেশ দাসক গ্ৰেপ্তাৰ কৰি নজিৰ বিহীন শাস্তি প্ৰদান কৰিবলৈ স্হানীয় ৰাইজে প্ৰশাসনক দাবী জনাইছে।

Tags: #AssamKamrup (M)Rangia

Related Posts

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

March 15, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 15, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 14, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

শীৰ্ষ সংবাদ

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025