• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
18 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছাত্ৰী আৱাসৰ ৱাৰ্ডেন তথা কেয়াৰ টেকাৰৰ কাণ্ডই চকু কঁপালত তুলিছে সকলোৰে

Nation NE by Nation NE
October 3, 2024
in Top News, অসম
0 0
ছাত্ৰী আৱাসৰ ৱাৰ্ডেন তথা কেয়াৰ টেকাৰৰ কাণ্ডই চকু কঁপালত তুলিছে সকলোৰে
Share on FacebookShare on TwitterWhatsApp

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফেকামাৰী কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰী আৱাসত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

আৱাসিক ছাত্ৰীসকলৰ নামত অহা ধন আত্মসাত কৰাৰ লগতে আৱাসিক ছাত্ৰীসকলক অশ্লীল ইঙ্গিত দিয়াৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে৷ এই অভিযোগ দিছে বিদ্যালয়খনৰ ছাত্ৰীসকলৰ অভিভাৱকে।

এই অভিযোগ উত্থাপন হৈছে ছাত্ৰী আৱাসৰ ৱাৰ্ডেন বেগম ফাতেমা মনছুৰা আৰু কেয়াৰ টেকাৰৰ মতিউৰ ৰহমান বিৰুদ্ধে৷

উল্লেখ্য যে, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফেকামাৰী কস্তুৰীবা গান্ধী বালিকা বিদ্যালয়ৰ আৱাসিক ছাত্ৰীৰ নামত অহা চৰকাৰী ধনৰ পৰা ছাত্ৰীসকলক বঞ্চিত কৰি ৱাৰ্ডেন বেগম ফাতেমা মনছুৰা আৰু কেয়াৰ টেকাৰ মতিউৰ ৰহমানে মিলি আত্মসাত কৰা বুলি দাবী কৰিছে স্থানীয় ৰাইজৰ লগতে অভিভাৱকসকলে।

ইয়াৰ উপৰিও মতিউৰ ৰহমানে নাৱালিকা ছাত্ৰীসকলক অশ্লীল ইঙ্গিত দিয়াৰো এক গুৰুতৰ অভিযোগ উত্থাপন কৰি জিলা আয়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰে অভিভাৱসকলে।

জিলা আয়ুক্তক দিয়া অভিযোগত উল্লেখ কৰা অনুসৰি, আৱসিক বিদ্যালয়খনত অধ্যায়নৰত ছাত্ৰীসকলৰ আবন্টিন খোৱা-বোৱাৰ লগতে অন্যান্য সা-সুবিধাৰ নামত অহা ধনৰ পৰা ছাত্ৰীসকলক বঞ্চিত কৰি সমুদায় ধন ৱাৰ্ডেন বেগম ফাতেমা মনছুৰা আৰু কেয়াৰ টেকাৰৰ মতিউৰ ৰহমান আত্মসাৎ কৰি আহিছে।

ইয়াৰ উপৰিও আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কেয়াৰ টেকাৰ মতিউৰ ৰহমানৰ বিৰুদ্ধে৷ যেতিয়াই তেতিয়াই বিনা অনুমতিত হোষ্টেলত প্রৱেশ কৰি ছাত্ৰীসকলক অশ্লীল ইংগিত দিয়াৰ লগতে ছাত্ৰীসকলৰ গা-ধোৱা সময়তো সেই ঠাইত প্ৰৱেশ কৰি অশ্লীল ইংগিত দিয়ে। যাৰ বাবে কিছুমান ছাত্ৰীয়ে হোষ্টেল এৰিবলৈ বাধ্য হৈছে। ছাত্ৰীসকলে হোষ্টেলত গা-ধুৱাৰ সু-ব্যৱস্থা নথকাৰ কাৰণে দমকলৰ পাৰতে গা-ধুব লাগে আৰু এই গা-ধুৱা সময়তেই মতিউৰ ৰহমানে দমকলৰ পাৰত উপস্থিত হয় বুলি ছাত্ৰীসকলে অভিযোগ উত্থাপন কৰিছে৷

Tags: Cyber Crimegirls hostelHostel

Related Posts

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন
Top News

December 13, 2025
আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025
অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক
Top News

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

December 12, 2025

শীৰ্ষ সংবাদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি, বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025