• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
22 °c
Guwahati
23 ° Thu
25 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ছাত্ৰী আৱাসৰ ৱাৰ্ডেন তথা কেয়াৰ টেকাৰৰ কাণ্ডই চকু কঁপালত তুলিছে সকলোৰে

Nation NE by Nation NE
October 3, 2024
in Top News, অসম
0 0
ছাত্ৰী আৱাসৰ ৱাৰ্ডেন তথা কেয়াৰ টেকাৰৰ কাণ্ডই চকু কঁপালত তুলিছে সকলোৰে
Share on FacebookShare on TwitterWhatsApp

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফেকামাৰী কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ ছাত্ৰী আৱাসত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

আৱাসিক ছাত্ৰীসকলৰ নামত অহা ধন আত্মসাত কৰাৰ লগতে আৱাসিক ছাত্ৰীসকলক অশ্লীল ইঙ্গিত দিয়াৰ এক গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে৷ এই অভিযোগ দিছে বিদ্যালয়খনৰ ছাত্ৰীসকলৰ অভিভাৱকে।

এই অভিযোগ উত্থাপন হৈছে ছাত্ৰী আৱাসৰ ৱাৰ্ডেন বেগম ফাতেমা মনছুৰা আৰু কেয়াৰ টেকাৰৰ মতিউৰ ৰহমান বিৰুদ্ধে৷

উল্লেখ্য যে, দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ফেকামাৰী কস্তুৰীবা গান্ধী বালিকা বিদ্যালয়ৰ আৱাসিক ছাত্ৰীৰ নামত অহা চৰকাৰী ধনৰ পৰা ছাত্ৰীসকলক বঞ্চিত কৰি ৱাৰ্ডেন বেগম ফাতেমা মনছুৰা আৰু কেয়াৰ টেকাৰ মতিউৰ ৰহমানে মিলি আত্মসাত কৰা বুলি দাবী কৰিছে স্থানীয় ৰাইজৰ লগতে অভিভাৱকসকলে।

ইয়াৰ উপৰিও মতিউৰ ৰহমানে নাৱালিকা ছাত্ৰীসকলক অশ্লীল ইঙ্গিত দিয়াৰো এক গুৰুতৰ অভিযোগ উত্থাপন কৰি জিলা আয়ুক্তক এখন লিখিত অভিযোগ দাখিল কৰে অভিভাৱসকলে।

জিলা আয়ুক্তক দিয়া অভিযোগত উল্লেখ কৰা অনুসৰি, আৱসিক বিদ্যালয়খনত অধ্যায়নৰত ছাত্ৰীসকলৰ আবন্টিন খোৱা-বোৱাৰ লগতে অন্যান্য সা-সুবিধাৰ নামত অহা ধনৰ পৰা ছাত্ৰীসকলক বঞ্চিত কৰি সমুদায় ধন ৱাৰ্ডেন বেগম ফাতেমা মনছুৰা আৰু কেয়াৰ টেকাৰৰ মতিউৰ ৰহমান আত্মসাৎ কৰি আহিছে।

ইয়াৰ উপৰিও আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কেয়াৰ টেকাৰ মতিউৰ ৰহমানৰ বিৰুদ্ধে৷ যেতিয়াই তেতিয়াই বিনা অনুমতিত হোষ্টেলত প্রৱেশ কৰি ছাত্ৰীসকলক অশ্লীল ইংগিত দিয়াৰ লগতে ছাত্ৰীসকলৰ গা-ধোৱা সময়তো সেই ঠাইত প্ৰৱেশ কৰি অশ্লীল ইংগিত দিয়ে। যাৰ বাবে কিছুমান ছাত্ৰীয়ে হোষ্টেল এৰিবলৈ বাধ্য হৈছে। ছাত্ৰীসকলে হোষ্টেলত গা-ধুৱাৰ সু-ব্যৱস্থা নথকাৰ কাৰণে দমকলৰ পাৰতে গা-ধুব লাগে আৰু এই গা-ধুৱা সময়তেই মতিউৰ ৰহমানে দমকলৰ পাৰত উপস্থিত হয় বুলি ছাত্ৰীসকলে অভিযোগ উত্থাপন কৰিছে৷

Tags: Cyber Crimegirls hostelHostel

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025