• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
23 °c
Guwahati
23 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১০ বছৰ পুৰণি গোচৰত ১০১ জন লোকক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

Nation NE by Nation NE
October 25, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
১০ বছৰ পুৰণি গোচৰত ১০১ জন লোকক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

কৰ্ণাটকৰ কোপ্পাল জিলাৰ এখন আদালতে বঞ্চিত সম্প্ৰদায়ৰ বস্তিত অগ্নিকাণ্ড সংঘটিত কৰাৰ অভিযোগত ১০১ জন লোকক দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে। শেহতীয়াকৈ অভিযুক্তসকলক দোষী সাব্যস্ত কৰা হৈছিল আৰু বৃহস্পতিবাৰে আদালতে শাস্তি ঘোষণা কৰে।

জাতিভিত্তিক হিংসাৰ সৈতে জড়িত এই গোচৰটো ২০১৪ চনৰ ২৮ আগষ্টত গংগাৱতী অঞ্চলৰ মাৰ্কুম্বী গাঁৱত সংঘটিত হৈছিল। অভিযুক্তই বঞ্চিত জনগোষ্ঠীৰ লোকৰ ঘৰত জুই লগাইছিল।

নাপিতৰ দোকান আৰু ধাবাত প্ৰৱেশ কৰিব নিদিয়াৰ বাবেই এই সংঘৰ্ষ আৰম্ভ হয়।

এই ঘটনাৰ ফলত ৰাজ্যৰ বহু ঠাইত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়। বিচাৰ বিভাগৰ মতে এই গোচৰত ১১৭ জন লোকক অভিযুক্ত কৰা হৈছে। ইয়াৰে ১৬ জন লোকৰ শুনানিৰ সময়ত মৃত্যু হয়।

গোচৰটোৰ ৰায়দান দি বিশেষ ন্যায়াধীশ চি চন্দ্ৰশেখৰে কয়, ‘এই ধৰণৰ গোচৰত দয়া দেখুওৱাটো ন্যায়ৰ ঠাট্টা হ’ব’। আহত ভুক্তভোগী পুৰুষ-মহিলা অনুসূচিত জাতিৰ হোৱাৰ লগতে অভিযুক্তই মহিলাৰ মৰ্যাদা উলংঘা কৰা কথাটো বিবেচনা কৰি তেওঁলোকে লাঠি, শিল আৰু ইটাৰ টুকুৰাৰে আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত হৈছে।

Tags: CourtKarnatakaLife Imprisonment

Related Posts

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026

শীৰ্ষ সংবাদ

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025