• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
23 °c
Guwahati
23 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

টোপ গিলিলে বিজেপিৰ! অৱশেষত মনোনয়ন প্ৰত্যাহাৰৰ সিদ্ধান্ত অমিয় কান্তি দাসৰ

Nation NE by Nation NE
October 28, 2024
in Top News, অসম, ৰাজনীতি
0 0
টোপ গিলিলে বিজেপিৰ! অৱশেষত মনোনয়ন প্ৰত্যাহাৰৰ সিদ্ধান্ত অমিয় কান্তি দাসৰ
Share on FacebookShare on TwitterWhatsApp

ধলাইত মনোনয়ন প্ৰত্যাহাৰ কৰিব নিৰ্দলীয় প্ৰাৰ্থী অমিয় কান্তি দাসে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপত মনোনয়ন প্ৰত্যাহাৰ কৰি পুনৰ বিজেপিলৈ উভতাৰ সিদ্ধান্ত অমিয় কান্তি দাসৰ।

বিজেপিৰ পৰা টিকট বঞ্চিত হোৱাৰ পিছতেই অমিয় কান্তি দাসে সাংসদ পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে ক্ষোভ উজাৰি উপ-নিৰ্বাচনত নিৰ্দলীয়ৰূপে মনোনয়ন দাখিল কৰিছিল।

দাসে মনোনয়ন দাখিল কৰাৰ পিছতেই অস্বস্তিত পৰিছিল বিজেপি নেতৃত্ব। প্ৰাৰ্থিত্ব কেন্দ্ৰিক সংঘাত দূৰ কৰাৰ বাবে শনিবাৰে নিশা ফোনযোগে অমিয় কান্তি দাসক বুজনি দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মুখ্যমন্ত্ৰী শৰ্মাৰ নিৰ্দেশৰ পিছতেই আজি ৰাজ্য চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুয়া ধলাইত উপস্থিত হৈ অমিয় কান্তি আৰু তেওঁৰ সমৰ্থক সকলক বুজনি দিয়ে।

ধলাই নতুন বজাৰৰ মা মনসা বিবাহ ভৱনত অমিয় কান্তি আৰু সমৰ্থক সকলক লৈ বৈঠকত বহে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিধায়ক কৌশিক ৰায়। প্ৰায় দুই ধন্টা বৈঠকৰ পাছত অমিয় কান্তিয়ে মনোনয়ন প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে।

এই বৈঠকতে পুনৰবাৰ পৰিমল শুক্লবৈদ্যৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে অমিয় কান্তি দাসসহ তেওঁৰ সমৰ্থক সকলে। পৰিমল শুক্লবৈদ্যৰ একনায়কত্বাৰ বাবে ধলাই বিজেপি ধ্বংস হ’বলৈ ধৰিছে বুলিও অভিযোগ কৰে দাসৰ সমৰ্থকসকলে৷

অমিয় কান্তি দাস আৰু তেওঁৰ সমৰ্থকসকলে উত্থাপন কৰা অভিযোগসমুহ গুৰুত্বসহকাৰে গ্ৰহণ কৰি দলৰ মজিয়াত অমিয় কান্তিক গুৰুত্বপূৰ্ণ স্থান দিয়াৰ লগতে ২৬ৰ বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব বুলিও আশ্বাস দিয়া হয়।

সূত্ৰৰ পৰা লাভ কৰা খবৰ অনুসৰি দলৰ জিলা সভাপতি, শিলচৰ উন্নয়ন খণ্ডৰ চেয়াৰমেন অথবা কাছাৰ জিলা পৰিষদৰ চেয়াৰমেন, এই তিনটা পদৰ যি কোনো এটা পদ অমিয়ক প্ৰদান কৰাৰ সম্ভাৱনা আছে।

ইফালে আজি বিয়লি বিজেপি নেতৃত্বৰ সৈতে জিলা আয়ুক্ত কাৰ্যালয়লৈ গৈ অমিয় কান্তি দাসে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব।

Tags: #AssamAmiya Kanti DasBJPBye ElectionDholaiJayanta Malla Baruah

Related Posts

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026

শীৰ্ষ সংবাদ

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025