• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
24 °c
Guwahati
23 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

লোভ! সাধাৰণ গাঁওৱাসীয়ে হেৰুৱালে লাখে লাখে টকা

Nation NE by Nation NE
November 6, 2024
in Top News, অসম
0 0
লোভ! সাধাৰণ গাঁওৱাসীয়ে হেৰুৱালে লাখে লাখে টকা
Share on FacebookShare on TwitterWhatsApp

বিজ্ঞান প্ৰযুক্তিৰ দিনতো অন্ধ বিশ্বাসৰ কবলত এখন গাঁও।সোণৰ মূৰ্তিৰ লোভত প্ৰৱঞ্চকৰ জালত সোমাই পৰিছে গাঁওৱাসী।

বিলাসীপাৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।দীৰ্ঘদিনৰ পৰাই বিলাসীপাৰাৰ খুদিগাঁৱত এটি দুষ্ট চক্ৰৰ দলে ধৰ্মীয় আবেগ-অনুভূতি সৃষ্টি কৰি সহজ-সৰল দুখীয়া-নিচলা গাঁওৱাসীৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

খবৰ অনুসৰি, এই ঠগ-প্ৰৱঞ্চকৰ দলটোৱে নকল সোণৰ মূৰ্তি বনাই গাঁওৱাসীৰ ঘৰৰ পিছফালে গাঁত খান্দি গৃহস্থক অচিনাকি নম্বৰ পৰা ফোন কৰে। ফোন কৰি ঘৰৰ গৃহস্থক কয় যে, তেওঁলোকৰ ঘৰৰ পিছফালে এটি সোণৰ মূৰ্তি আছে।সেই মূৰ্তিটো কাকো নোকোৱাকৈ উঠাই আনি লগত ৰাখিলে জীৱনলৈ আহিব লাখে লাখে টকা।

পিছে এই মূৰ্তিৰ সন্ধান দিওঁতা প্ৰৱঞ্চকৰ দলটোক আগতিয়াকৈ দিব লাগে টকা।এই বিষয়ে কাৰোবাক জনালেই পৰিয়াল ধ্বংস হৈ যাব বুলি ভয় দেখুৱাইছিল প্ৰৱঞ্চকৰ দলটোৱে।

পিছে এশ গৰু মাৰিলে, বাঘৰো মৰণ বুলি এষাৰ কথা আছে। এইবাৰ অনুৰূপ ঘটনা সংঘটিত কৰি আৰক্ষীৰ জালত পৰে প্ৰৱঞ্চকৰ দলটো।মূৰ্তি উদ্ধাৰৰ বিনিময়ত দলটোৱে গৃহস্থৰ পৰা আগ ধন হিচাপে বিচাৰিছিল ৪ লাখ ৮০ হাজাৰ টকা। কিন্তু ধন দিয়াৰ পূৰ্বে গৃহস্থই অৱগত কৰে বিলাসীপাৰা আৰক্ষীক।

এই ধন সংগ্ৰহৰ সময়তেই আৰক্ষীৰ জালত পৰে এই দলটোৰ দুই প্ৰৱঞ্চক আব্দুল ৰচিদ আৰু ময়নাল খান। আৰক্ষীৰ তথ্য অনুসৰি, আব্দুল ৰচিদৰ ঘৰ অভয়াপুৰীৰ ইউছুফপুৰত আৰু ময়নাল খানৰ ঘৰ কোকৰাঝাৰ জিলাৰ বেদলাংমাৰীত বুলি জানিব পৰা গৈছে।

ঠক প্ৰৱঞ্চক দুজন পৰা তিনিখন নকল সোণৰ মুৰ্তিৰ লগতে এখন AS 15 AC 0299 নম্বৰ মেজিক আৰু এখন AS 16M 1660 নম্বৰৰ EECO মাৰুতি ভেন জব্দ কৰিবলৈ সক্ষম হয়। ইফালে আন দুজন অভিযুক্ত শহিদ আলী আৰু সাইজুদ্দিন আলী পলাই যাবলৈ সক্ষম হয়। ইতিমধ্যে মুল মাষ্টাৰ মাইণ্ড অভিযুক্ত শহিদ আলী আৰু সাইজুদ্দিন আলীক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

Tags: AsasamBilasiparaMoney ScamScam

Related Posts

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026

শীৰ্ষ সংবাদ

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025