• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Tuesday, October 28, 2025
26 °c
Guwahati
26 ° Wed
24 ° Thu
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই?

    জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে SIT গঠনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

    জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত ৰাজপথত নামিব মুখ্যমন্ত্ৰী, অংশগ্ৰহণ কৰিব #JusticeForZubeenGarg আন্দোলনত

    ত্ৰিকোণ প্ৰেমৰ ভয়ংকৰ পৰিণতি! প্ৰেমিকা ঘৰলৈ যোৱাৰ সময়তে অন্য যুৱতীৰ সৈতে ভাৰাঘৰৰ কোঠাত ভয়ংকৰ কাণ্ড…

    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিউজিলেণ্ড ক্ৰিকেট ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব কেন উইলিয়ামছনৰ নাম…

Nation NE by Nation NE
December 1, 2024
in Top News, ক্ৰীড়া
0 0
নিউজিলেণ্ড ক্ৰিকেট ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব কেন উইলিয়ামছনৰ নাম…
Share on FacebookShare on TwitterWhatsApp

নিউজিলেণ্ড ক্ৰিকেট দলৰ অভিজ্ঞ বেটাৰ কেন উইলিয়ামছনে ৰচিলে ইতিহাস। নিউজিলেণ্ড দলৰ হৈ টেষ্ট ক্ৰিকেটত ৯০০০ ৰান সংগ্ৰহ কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰত পৰিণত হ’ল উইলিয়ামছন। ৩৪ বছৰীয়া উইলিয়ামছনে নিজৰ ১০৩ সংখ্যক টেষ্টৰ ১৮২ নং ইনিংছত এই বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হয়।

নিউজিলেণ্ডৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ তালিকাত উইলিয়ামছনৰ পিছতে আছে প্ৰাক্তন বেটাৰ ৰছ টেইলৰ। ২০০৭ চনৰ পৰা ২০২২ চনলৈ নিউজিলেণ্ডৰ হৈ খেলা টেইলৰে ১১২ খন মেচৰ ১৯৬টা ইনিংছত সংগ্ৰহ কৰিছিল ৭৬৮৩ ৰান।

দ্ৰুতগতিত ৯০০০ টেষ্ট ৰান সংগ্ৰহ কৰা বিশ্বৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

নিউজিলেণ্ডৰ তাৰকা ক্ৰিকেটাৰ উইলিয়ামছনে নিজৰ ১৮২ নং ইনিংছত ৯০০০ ৰান সম্পূৰ্ণ কৰে। ইয়াৰ লগে লগে তেওঁ দ্ৰুতগতিত ৯০০০ ৰান সংগ্ৰহ কৰা বিশ্বৰ অষ্টমগৰাকী ক্ৰিকেটাৰত পৰিণত হয়। টেষ্ট ক্ৰিকেটত এতিয়ালৈকে সৰ্বমুঠ ১৯ গৰাকী বেটাৰে ৯০০০ ৰান সম্পূৰ্ণ কৰিছে।

বৰ্তমানৰ ফেব ফোৰ খেলুৱৈৰ ভিতৰত ৯০০০ টেষ্ট ৰান সংগ্ৰহ কৰা দ্বিতীয় দ্ৰুততম খেলুৱৈ হিচাপে পৰিগণিত হৈছে কেন উইলিয়ামছন। এই তালিকাৰ প্ৰথম স্থানত আছে ষ্টিভ স্মিথ। স্মিথে ১৭৪ সংখ্যক টেষ্ট ইনিংছত ৯০০০ ৰানৰ সংখ্যা স্পৰ্শ কৰিছিল। এই দুগৰাকী মহান খেলুৱৈৰ উপৰি জ’ ৰুটে ১৯৬ সংখ্যক টেষ্ট ইনিংছত আৰু বিৰাট কোহলীয়ে ১৯৭টা ইনিংছত ৯০০০ ৰান সম্পূৰ্ণ কৰিছিল।

Tags: Kane WilliamsonNew ZealandTest Cricket

Related Posts

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

October 28, 2025
হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক
Top News

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

October 27, 2025
ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

হাতত হেণ্ডকাফ! হতাশ মনেৰে আমেৰিকাৰ দ্বাৰা বিতাড়িত ৩৫ জনকৈ লোক

ইংলেণ্ডত ভাৰতীয় মহিলা সৈতে ভয়ংকৰ কাণ্ড, অভিযুক্তৰ সন্ধান অব্যাহত

হঠাতেই তচনচ হৈ যাব সকলো! কালঘূৰ্ণী ৰূপত আহি আছে…

৭০জন যাত্ৰী কঢ়িয়াই অনা ডাবল ডেকাৰ বাছত ভয়ংকৰ কাণ্ড, ২০ জনৰ প্ৰাণহানি

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025