• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
23 °c
Guwahati
24 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নিউজিলেণ্ড ক্ৰিকেট ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব কেন উইলিয়ামছনৰ নাম…

Nation NE by Nation NE
December 1, 2024
in Top News, ক্ৰীড়া
0 0
নিউজিলেণ্ড ক্ৰিকেট ইতিহাসত সোণালী আখৰেৰে লিপিবদ্ধ হৈ থাকিব কেন উইলিয়ামছনৰ নাম…
Share on FacebookShare on TwitterWhatsApp

নিউজিলেণ্ড ক্ৰিকেট দলৰ অভিজ্ঞ বেটাৰ কেন উইলিয়ামছনে ৰচিলে ইতিহাস। নিউজিলেণ্ড দলৰ হৈ টেষ্ট ক্ৰিকেটত ৯০০০ ৰান সংগ্ৰহ কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰত পৰিণত হ’ল উইলিয়ামছন। ৩৪ বছৰীয়া উইলিয়ামছনে নিজৰ ১০৩ সংখ্যক টেষ্টৰ ১৮২ নং ইনিংছত এই বিশেষ কৃতিত্ব গঢ়িবলৈ সক্ষম হয়।

নিউজিলেণ্ডৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰাৰ তালিকাত উইলিয়ামছনৰ পিছতে আছে প্ৰাক্তন বেটাৰ ৰছ টেইলৰ। ২০০৭ চনৰ পৰা ২০২২ চনলৈ নিউজিলেণ্ডৰ হৈ খেলা টেইলৰে ১১২ খন মেচৰ ১৯৬টা ইনিংছত সংগ্ৰহ কৰিছিল ৭৬৮৩ ৰান।

দ্ৰুতগতিত ৯০০০ টেষ্ট ৰান সংগ্ৰহ কৰা বিশ্বৰ অষ্টমগৰাকী ক্ৰিকেটাৰ

নিউজিলেণ্ডৰ তাৰকা ক্ৰিকেটাৰ উইলিয়ামছনে নিজৰ ১৮২ নং ইনিংছত ৯০০০ ৰান সম্পূৰ্ণ কৰে। ইয়াৰ লগে লগে তেওঁ দ্ৰুতগতিত ৯০০০ ৰান সংগ্ৰহ কৰা বিশ্বৰ অষ্টমগৰাকী ক্ৰিকেটাৰত পৰিণত হয়। টেষ্ট ক্ৰিকেটত এতিয়ালৈকে সৰ্বমুঠ ১৯ গৰাকী বেটাৰে ৯০০০ ৰান সম্পূৰ্ণ কৰিছে।

বৰ্তমানৰ ফেব ফোৰ খেলুৱৈৰ ভিতৰত ৯০০০ টেষ্ট ৰান সংগ্ৰহ কৰা দ্বিতীয় দ্ৰুততম খেলুৱৈ হিচাপে পৰিগণিত হৈছে কেন উইলিয়ামছন। এই তালিকাৰ প্ৰথম স্থানত আছে ষ্টিভ স্মিথ। স্মিথে ১৭৪ সংখ্যক টেষ্ট ইনিংছত ৯০০০ ৰানৰ সংখ্যা স্পৰ্শ কৰিছিল। এই দুগৰাকী মহান খেলুৱৈৰ উপৰি জ’ ৰুটে ১৯৬ সংখ্যক টেষ্ট ইনিংছত আৰু বিৰাট কোহলীয়ে ১৯৭টা ইনিংছত ৯০০০ ৰান সম্পূৰ্ণ কৰিছিল।

Tags: Kane WilliamsonNew ZealandTest Cricket

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025