• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, March 14, 2026
22 °c
Guwahati
21 ° Mon
21 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

৭০ জনকৈ অধিবক্তাৰো অনুৰোধ নাকচ কৰিলে চি জে আই সঞ্জীৱ খান্নাই! জানো আহক সমগ্ৰ বিষয়টো…

Nation NE by Nation NE
December 2, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ সঞ্জীৱ খান্না, ১১নৱেম্বৰত গ্ৰহণ কৰিব দ্বায়িত্বভাৰ
Share on FacebookShare on TwitterWhatsApp

শেহতীয়াকৈ চিজেআই সঞ্জীৱ খান্নাই নতুন গোচৰৰ আগতীয়া তালিকাভুক্তকৰণ আৰু শুনানিৰ বাবে অনুৰোধ জনাই অধিবক্তাই মৌখিকভাৱে উল্লেখ কৰাৰ প্ৰথা বন্ধ কৰি দিছিল।

সোমবাৰে অৰ্থাৎ ২ ডিচেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ে ৭০ জন অধিবক্তাক জ্যেষ্ঠ হিচাপে নিযুক্তি দিয়াৰ সন্দৰ্ভত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। দিল্লী উচ্চ ন্যায়ালয়ে অধিবক্তাক জ্যেষ্ঠ হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই অধিবক্তাসকলক আগতীয়াকৈ তালিকাভুক্ত কৰা আৰু আগতীয়াকৈ শুনানিৰ বাবে অনুৰোধ জনাই এখন পত্ৰ লিখিবলৈ কয়।

শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে ৭০জন অধিবক্তাক জ্যেষ্ঠ অধিবক্তা হিচাপে নিযুক্তি দিছে। মুখ্য ন্যায়াধীশ মনমোহন, ন্যায়াধীশ বিভু বাখৰু আৰু ন্যায়াধীশ যশৱন্ত ভাৰ্মা আদিকে ধৰি এখন স্থায়ী সমিতিৰ দ্বাৰা প্ৰাৰ্থীৰ মূল্যায়ন কৰি তেওঁলোকক জ্যেষ্ঠ অধিবক্তা হিচাপে নিযুক্তি দিয়া হয়।

উচ্চ ন্যায়ালয়ৰ কমিটীৰ অংশ হিচাপে থকা জ্যেষ্ঠ অধিবক্তা সুধীৰ নন্দ্ৰজোগে তেওঁৰ সন্মতি অবিহনে চূড়ান্ত তালিকা প্ৰস্তুত কৰা বুলি দাবী কৰি পদত্যাগ কৰাৰ লগে লগে এই প্ৰক্ৰিয়াটো বিতৰ্কৰ সৃষ্টি কৰে।

সোমবাৰে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠত জৰুৰী শুনানিৰ বাবে দাখিল কৰে এই আবেদন। এই বিচাৰপীঠত থাকে দেশৰ মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ন্যায়াধীশ সঞ্জয় কুমাৰ।

এই সময়ছোৱাত যেতিয়া ৭০ জন অধিবক্তাক মৌখিকভাৱে বিষয়টো দাখিল কৰিবলৈ অনুৰোধ কৰা হৈছিল, তেতিয়া চিজেআই সঞ্জীৱ খান্নাই নাকচ কৰে। অধিবক্তাগৰাকীয়ে বিষয়টোৰ আগতীয়া শুনানি লোৱাৰ ওপৰত জোৰ দি কয় যে, এই বিষয়টো দিল্লী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাৰ পদবীৰ সৈতে জড়িত। গতিকে বিচাৰপীঠে অনুৰোধ কৰি তেওঁক যেন ৩০ ছেকেণ্ড সময় দিয়ে। কিন্তু চিজেআই সঞ্জীৱ খান্নাই তেওঁৰ এই অনুৰোধত বাধা দিয়ে।

চিজেআইয়ে অধিবক্তাগৰাকীক মৌখিক অনুৰোধ কৰাৰ পৰিৱৰ্তে গোচৰৰ তালিকাভুক্তকৰণৰ সন্দৰ্ভত এখন পত্ৰ দাখিল কৰিবলৈ কয়।

Tags: advocateCJIIndia

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

March 14, 2026
ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026

শীৰ্ষ সংবাদ

কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025