• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, December 11, 2025
18 °c
Guwahati
18 ° Fri
19 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    ‘হিন্দু জাগিলে কোনো ঔৰংগজেৱ, ওছামা জীয়াই থাকিব নোৱাৰে’, বিহাৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

    দুবাৰকৈ বিয়া পতাসকল সাৱধান! শীঘ্ৰে চৰকাৰে মুকলি কৰিব এটা বিশেষ নম্বৰ

    সাজু বুলড’জাৰ, সাজু আৰক্ষী;  ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    কেনে যাব আপোনাৰ আজিৰ দিনটো:কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

বাংলাদেশত পুনৰ এটা হিন্দু মন্দিৰৰ ওপৰত আক্ৰমণ; জ্বলাই দিলে ইস্কন চেণ্টাৰ

Nation NE by Nation NE
December 7, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
বাংলাদেশত পুনৰ এটা হিন্দু মন্দিৰৰ ওপৰত আক্ৰমণ; জ্বলাই দিলে ইস্কন চেণ্টাৰ

হিন্দুৰ ওপৰত চলি থকা আক্ৰমণৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ ফাইল ছবি।

Share on FacebookShare on TwitterWhatsApp

বাংলাদেশত অব্যাহত আছে সংখ্যালঘুৰ ওপৰত আক্ৰমণ। শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰা সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত বৃদ্ধি পোৱা আক্ৰমণৰ মাজতেই এইবাৰ ইস্কন চেণ্টাৰত অগ্নিকাণ্ড সংঘটিত কৰাৰ খবৰ আহিছে। এই ঘটনাত ইস্কন চেণ্টাৰৰ লক্ষ্মী নাৰায়ণৰ বিগ্ৰহো জ্বলি যায়।

নমহট্টাস্থিত ইস্কন চেণ্টাৰত থকা আন আন সামগ্ৰীসমূহৰ লগতে মন্দিৰটো সম্পূৰ্ণৰূপে জ্বলি যোৱা বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, মহম্মদ ইউনুছৰ নেতৃত্বাধীন বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ শাসন কালত বাংলাদেশত সংখ্যালঘু, বিশেষকৈ হিন্দুৰ ওপৰত অহৰহ আক্ৰমণ চলি আছে। বাংলাদেশত হিন্দুৰ ওপৰত ক্ৰমাৎ বৃদ্ধি পোৱা হিংসাত্মক ঘটনাৰ বিৰোধিতা ভাৰতত বৃদ্ধি পাইছে।

ইস্কনৰ সৈতে জড়িত চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছতে বাংলাদেশৰ পৰিৱেশ অধিক ভয়াৱহ হৈ পৰিছে। হিন্দু সম্প্ৰদায়ৰ ওপৰত মৌলবাদীৰ আক্ৰমণ বৃদ্ধি পাইছে। যাৰ ওপৰত পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বাংলাদেশত ৰাষ্ট্ৰসংঘৰ শান্তি অভিযান মোতায়েন কৰিবলৈ অনুৰোধ জনাইছিল।

উল্লেখ্য হিন্দু সংগঠনৰ নেতা চিন্ময় কৃষ্ণ দাসক ২৫ নৱেম্বৰত ঢাকাত ‘দেশদ্ৰোহ’ৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। যোৱা ৩১ অক্টোবৰত স্থানীয় ৰাজনীতিবিদ এজনে হিন্দু সম্প্ৰদায়ৰ সমাৱেশৰ সময়ত বাংলাদেশৰ জাতীয় পতাকাক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছিল। চিন্ময় কৃষ্ণ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা বাংলাদেশৰ পৰিস্থিতি পুনৰ অস্বাভাৱিক হোৱা পৰিলক্ষিত হয়।

Tags: AttackBangladeshHindu TempleMinority

Related Posts

জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ
Top News

কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

December 11, 2025
ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…
Top News

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

December 11, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

December 11, 2025
ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি
Top News

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

December 10, 2025
ট্ৰাম্পৰ বিৰুদ্ধে উত্থাপিত কণ্ঠ  আমেৰিকাতেই, ভাৰতৰ ওপৰত শুল্ক হ্ৰাস কৰাৰ দাবীৰ লগতে ক্ষমা বিচৰাৰ দাবী তীব্ৰতৰ
Top News

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

December 10, 2025
মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

শীৰ্ষ সংবাদ

কোনে কিয় প্ৰাণ লৈছিল জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

ভাৰতৰ ওপৰত শুল্ক আৰোপক লৈ ক্ষুব্ধ আমেৰিকাৰ ৰাজনীতিবিদ, ট্ৰাম্পলৈ সকীয়নি…

আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

ভাৰতীয়ৰ বিৰুদ্ধে ট্ৰাম্পৰ ডাঙৰ এক্সন! আমেৰিকাই বাতিল কৰিলে ৮৫ হাজাৰ ভিছা

মাত্ৰ ৮০০ টকা উপাৰ্জন কৰি হৈ উঠিব ভাৰতত কোটিপতি! জানক এই মুছলমান দেশৰ সবিশেষ

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025