• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
23 °c
Guwahati
21 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

চৰকাৰৰ তথ্য, ২০২৫ চনত কিমান সংখ্যক লোক যাব পাৰিব হজলৈ?

Nation NE by Nation NE
December 10, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
চৰকাৰৰ তথ্য, ২০২৫ চনত কিমান সংখ্যক লোক যাব পাৰিব হজলৈ?
Share on FacebookShare on TwitterWhatsApp

প্ৰত্যেক বছৰে ভাৰতৰ পৰা বৃহৎ সংখ্যক তীৰ্থযাত্ৰী ছৌদি আৰবলৈ গৈ হজলৈ যাত্ৰা কৰে। চৰকাৰে হজ কোটা সন্দৰ্ভত সংসদক জনাইছে যে, ২০২৫ বৰ্ষৰ বাবে ছৌদি আৰবে ১ লাখ ৭৫ হাজাৰ ২৫ জন ভাৰতীয় তীৰ্থযাত্ৰীৰ বাবে হজ কোটা নিৰ্ধাৰণ কৰিছে।

চৰকাৰে ৰাজ্যসভাত জনোৱা মতে, ছৌদি আৰবে ২০২৫ চনৰ বাবে ১,৭৫,০২৫ ভাৰতীয় তীৰ্থযাত্ৰীৰ হজ কোটা নিৰ্ধাৰণ কৰিছে, যিটো কোটা ভাৰতৰ হজ কমিটি আৰু হাজ গ্ৰুপ অৰ্গেনাইজাৰ (এইচ জি অ’)ৰ মাজত বিতৰণ কৰা হৈছে।

সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে ৰাজ্যসভাত এক প্ৰশ্নৰ লিখিত উত্তৰত এই তথ্য প্ৰদান কৰে। তেওঁ কয় যে, ২০২৫ চনৰ কোটা ভাৰতৰ হজ কমিটি আৰু এইচ জি অ’ৰ মাজত ৭০:৩০ অনুপাতত ভাগ কৰা হ’ব। লগতে তেওঁ কয় যে, হজ ২০২৫ৰ বাবে এইচ জি অ’সমূহক আবণ্টিত হজ তীৰ্থযাত্ৰীৰ কোটা ভাৰতৰ মুঠ ১,৭৫,০২৫ জনৰ কোটাৰ ৩০ শতাংশ (৫২,৫০৭)। হজ কোটা আবণ্টন আৰু হজ গোটৰ সংগঠকসকলৰ সৈতে জড়িত চৰ্তসমূহ বিভিন্ন স্থল বাস্তৱতাক লক্ষ্য কৰি ভাৰত আৰু চৌদি আৰৱৰ মাজত হোৱা দ্বিপাক্ষিক চুক্তিৰ দ্বাৰা পৰিচালিত হয়।

লগতে কিৰেন ৰিজিজুৱে কয় যে, বিগত পাঁচ বছৰত হজ কমিটি আৰু হজ গ্ৰুপৰ মাজত ৭০:৩০ আৰু ৮০:২০ৰ ভিত্তিত কোটা বিতৰণ কৰা হৈছে। ২০২৪ আৰু ২০২৩ চনতো চৌদি আৰবে ১,৭৫,০২৫ জন ভাৰতীয় তীৰ্থযাত্ৰীৰ বাবে হজ কোটা নিৰ্ধাৰণ কৰিছিল। আনহাতে ২০১৯ চনত চৌদি আৰবে ভাৰতীয় তীৰ্থযাত্ৰীৰ কোটা বৃদ্ধি কৰি ২ লাখলৈ বৃদ্ধি কৰিছিল।

কিৰেন ৰিজিজুৱে কৈছিল, হজ প্ৰশাসনত কৰা অন্যতম ডাঙৰ সংস্কাৰ হৈছে ৪৫ বছৰ আৰু তাৰ ওপৰৰ মুছলমান মহিলাসকলক এল ডব্লিউ এম শ্ৰেণীৰ অধীনত মেহৰাম (ভাই, পিতৃ, স্বামী) অবিহনে হজ কৰিবলৈ দিয়া। ২০২৪ চনত সৰ্বকালৰ সৰ্বোচ্চ সংখ্যক ৪৫৫৮ গৰাকী মহিলাই এল ডব্লিউ এম শিতানৰ অধীনত হজ কৰিছিল আৰু হজ-২০২৫ চনত এল ডব্লিউ এমৰ বাবে হজক অধিক সুলভ কৰি তোলাৰ প্ৰচেষ্টা চলোৱা হ’ব।

হজযাত্ৰা সন্দৰ্ভত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে ইতিমধ্যে কৈছিল যে, ভাৰতৰ বৃহৎ সংখ্যক মুছলমান লোকে হজযাত্ৰা কৰিবলৈ যায়। এনে পৰিস্থিতিত হজ সন্দৰ্ভত সু-ব্যৱস্থা থকাটো উচিত। ছৌদি আৰবে প্ৰত্যেক বছৰে হজযাত্ৰীৰ বাবে কোটা জাৰি কৰে। দেশৰ মুছলমান জনসংখ্যা অনুসৰি ছৌদি আৰবে কোটা জাৰি কৰে। ছৌদি আৰবে যোৱা কেইবছৰমানৰ পৰা ভাৰতলৈ অহা তীৰ্থযাত্ৰীৰ সংখ্যা ১ লাখ ৭৫ হাজাৰৰ পৰা ২ লাখ কৰি ৰাখিছে।

Tags: HajjKiren RijijuSaudi Arab

Related Posts

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026

শীৰ্ষ সংবাদ

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025