• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
23 °c
Guwahati
23 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

CBIৰ এটা ভুলৰ বাবে জামিন পালে দেশ জোঁকাৰি যোৱা কলিকতা কাণ্ডৰ দুই অভিযুক্তই

Nation NE by Nation NE
December 13, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
CBIৰ এটা ভুলৰ বাবে জামিন পালে দেশ জোঁকাৰি যোৱা কলিকতা কাণ্ডৰ দুই অভিযুক্তই
Share on FacebookShare on TwitterWhatsApp

কলিকতা আৰজি কৰ হাস্পতালত সংঘটিত ভয়ংকৰ ধৰ্ষণ কাণ্ডৰ কথা নিশ্চয়কৈ মনত আছে সকলোৰে। দেশ জোঁকাৰি যোৱা এই ঘটনাত নাম সাঙোৰ খোৱা হাস্পতালখনৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষ আৰু তালা আৰক্ষী থানাৰ প্ৰভাৰী অভিজিত মণ্ডলে শুকুৰবাৰে জামিন লাভ কৰিছে।

শিয়ালদহৰ বিশেষ আদালতে এই দুয়োজন অভিযুক্তক জামিন প্ৰদান কৰে। এই ঘটনাৰ তদন্ত কৰি থকা চি বি আইয়ে ৯০ দিনৰ ভিতৰত চাৰ্জশ্বিট দাখিল কৰিব নোৱাৰা বাবেই দুয়োজনে জামিন লাভ কৰে।

উল্লেখ্য যে, চলিত বছৰৰ ৯ আগষ্টত কলিকতাৰ আৰজি কৰ হাস্পতালৰ এগৰাকী প্ৰশিক্ষণৰত মহিলা চিকিসকক ধৰ্ষণ কৰি নৃশংসভাৱে হত্যা কৰাৰ ঘটনা সংঘটিত হৈছিল।

দেশ জোঁকাৰি যোৱা এই ঘটনাৰ পিছতে চিবিআইয়ে ১৪ ছেপ্তেম্বৰত ঘোষ আৰু মণ্ডলক গ্ৰেপ্তাৰ কৰিছিল। এই নৃশংস ঘটনাৰ প্ৰমাণ নষ্ট কৰাৰ অভিযোগত দুয়োজনকে গ্ৰেপ্তাৰ কৰিছিল।

শুকুৰবাৰে যেতিয়া এই গোচৰটো অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত উত্থাপন হয়, তেতিয়া চিবিআইৰ অধিবক্তাগৰাকীয়ে কয় যে এই গোচৰৰ অভিযোগনামা প্ৰস্তুত কৰিবলৈ চিবিআইক আৰু অধিক সময়ৰ প্ৰয়োজন হ’ব। ইয়াৰ পিছতে ন্যায়াধীশে দুয়োজন অভিযুক্তক জামিন মঞ্জুৰ কৰে।

উল্লেখ্য যে এই ঘটনাত জামিন লাভ কৰিলেও আন এটা গোচৰৰ বাবে জেইলতে থাকিব সন্দীপ ঘোষ। তেওঁৰ কাৰ্যকালৰ সময়ত বিত্তীয় অনিয়ম সংঘটিত কৰাৰ অভিযোগত তেওঁৰ বিৰুদ্ধে আন গোচৰো ৰুজু হৈছিল।

Tags: Kolkata CaseKolkata RapeRapeRG Kar

Related Posts

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026

শীৰ্ষ সংবাদ

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025