• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, March 13, 2026
24 °c
Guwahati
23 ° Sat
23 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আচৰিত! অবৈধ প্ৰেমিক ৰাহুল দাসৰ সৈতে মিলি খোদ পত্নীয়ে লুটিলে স্বামীৰ গহণাৰ দোকান

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

লোকসভাত আজি সংবিধান সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

Nation NE by Nation NE
December 14, 2024
in Top News, ৰাষ্ট্ৰীয়
0 0
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি…
Share on FacebookShare on TwitterWhatsApp

আজি লোকসভাত সংবিধান সন্দৰ্ভত বৈঠকৰ দ্বিতীয় দিন। আজি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বৈঠকত অংশগ্ৰহণ কৰিব। ৰাহুল গান্ধীয়েও এই আলোচনাত যোগদান কৰিব পাৰে। পুৱা ১১ বজাৰ পৰা আৰম্ভ হ’ব লোকসভাৰ কাৰ্য্যবিধি।

শাসকীয় দল আৰু বিৰোধী দলৰ নেতাই সদনত নিজৰ মতামত দাঙি ধৰিব।সদনত আজি বিৰোধী নেতা ৰাহুল গান্ধীয়েও নিজৰ মতামত দাঙি ধৰিব পাৰে।

১৩ ডিচেম্বৰত অৰ্থাৎ প্ৰথম দিনাই লোকসভাত সংবিধান সন্দৰ্ভত আলোচনা আৰম্ভ কৰিছিল কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। বিৰোধীৰ ফালৰ পৰা প্ৰিয়ংকা গান্ধীয়ে ইয়াৰ উত্তৰ দিয়ে। সংসদত প্ৰিয়ংকা গান্ধীৰ এয়া প্ৰথম ভাষণ আছিল। ৰাজনাথ সিঙৰ প্ৰতিটো বক্তব্যৰ প্ৰতি সঁহাৰি জনাই প্ৰিয়ংকা গান্ধীয়ে।

NDAৰ জগদম্বিকা পাল, অভিজিত গংগোপাধ্যায়, JDUৰ ৰাজীৱ ৰঞ্জন সিং ওৰফে লালন সিং, LJPৰ শম্ভৱী চৌধুৰীকে ধৰি বহু সাংসদে নিজৰ মতামত ব্যক্ত কৰে। আনহাতে, প্ৰিয়ংকাৰ বাহিৰেও বিৰোধী পক্ষৰ পৰা অখিলেশ যাদৱ, TMCৰ পৰা মহুৱা মৈত্ৰা, DMK TR বালু, শিৱসেনাৰ উদ্ধৱ ফৈদৰ পৰা অৰবিন্দ সাৱন্তকে ধৰি অন্যান্য সাংসদসকলেও ইয়াত অংশগ্ৰহণ কৰে।

সংবিধান সন্দৰ্ভত আলোচনা কৰি ৰাজনাথ সিঙে কয় যে, সংবিধান কেৱল আইনী নথি নহয় বৰঞ্চ ই দেশৰ আকাংক্ষাৰ প্ৰতিফলন। সংবিধানে সকলো নাগৰিককে সম-মৰ্যাদা দিয়ে। সংবিধানে সকলোকে মৌলিক অধিকাৰ দিয়ে। এই সময়ত তেওঁ কংগ্ৰেছক তীব্ৰ আক্ৰমণ চলায়।

সংবিধান, নেহৰু, ইন্দিৰা, একনায়কত্ববাদ, জাতি লোকপিয়ল আদি বিষয়ত কংগ্ৰেছক আক্ৰমণ কৰিছিল ৰাজনাথে। প্ৰিয়ংকা গান্ধীয়ে ইয়াৰ তীব্ৰ প্ৰতিহত কৰে। প্ৰিয়ংকাই সম্ভলৰ পৰা সংবিধান আৰু উন্নাওৰ পৰা মণিপুৰলৈকে চৰকাৰক ঘেৰি ধৰে।

সামগ্ৰিকভাৱে সংবিধান সন্দৰ্ভত প্ৰথম দিনাৰ আলোচনা হুলস্থুলীয়া হৈ পৰিছিল। বহু বিষয়ত শাসকীয় দল আৰু বিৰোধীৰ মাজত উত্তপ্ত তৰ্ক হৈছিল। প্ৰথমবাৰৰ বাবে সাংসদ হোৱা প্ৰিয়ংকা গান্ধীয়ে লোকসভাত নিজৰ মতামত ব্যক্ত কৰে। তেওঁৰ প্ৰথম ভাষণত কৰ্ম, আৱেগ আৰু আক্ৰমণাত্মকতা দেখা গৈছিল। সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱৰ বেছিভাগ ভাষণেই আছিল উত্তৰ প্ৰদেশৰ প্ৰেক্ষাপটত। ইডিৰ অভিযান আৰু জাতি জনগণনা সন্দৰ্ভত তেওঁ নিজৰ মতামত প্ৰকাশ কৰে।

Tags: IndiaLoksabhaNarendra Modi

Related Posts

ভাৰতৰ প্ৰতি কঠোৰ হ’ব নেকি আমেৰিকা? ১৬খন দেশৰ তালিকাত অন্তৰ্ভুক্ত ভাৰত
Top News

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

March 13, 2026
পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

March 13, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

March 13, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

March 13, 2026

শীৰ্ষ সংবাদ

শান্তিৰ নোবেল বঁটাৰ দাবী কৰা ড’নাল্ড ট্ৰাম্পে এবছৰত কিমানখন দেশত কৰিলে আক্ৰমণ?

পেইড পিৰিয়ড লিভৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

আমেৰিকাৰ আটাইতকৈ শক্তিশালী পাৰমাণৱিক যুদ্ধ জাহাজত অ*গ্নি*কাণ্ড, কেনেকৈ হ’ল এই কাণ্ড?

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025