• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, July 25, 2025
32 °c
Guwahati
29 ° Sat
28 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

    ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

    কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

    নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ভয়ংকৰ পথ দুৰ্ঘটনা; চাৰিগৰাকী মহিলাসহ ৬ জন লোকৰ মৃত্যু

      Nation NE by Nation NE
      December 16, 2024
      in Top News, ৰাজনীতি
      0 0
      ভয়ংকৰ পথ দুৰ্ঘটনা; চাৰিগৰাকী মহিলাসহ ৬ জন লোকৰ মৃত্যু
      Share on FacebookShare on TwitterWhatsApp

      ছত্তীশগড়ৰ বালোদ জিলাত এখন তীব্ৰবেগী বিলাসী বাহনে ৰাজপথত ৰৈ থকা এখন ট্ৰাকক খুন্দিওৱাৰ ফলত ৬ জন লোকৰ মৃত্যু হয় আৰু আন ৭ জন লোক গুৰুতৰভাৱে আহত হয়। সোমবাৰে আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে।

      এক পাৰিবাৰিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। মৃতসকলৰ ভিতৰত আছে চাৰিগৰাকী মহিলা।

      দুৰ্ঘটনা সন্দৰ্ভত এজন আৰক্ষী বিষয়াই কয়, ‘বাহনখনে ট্ৰাকৰ পিছ অংশত খুন্দা মাৰে। এছ ইউ ভিখনত যাত্ৰা কৰা ১৩ জন লোকৰ ভিতৰত ৬ জন লোকৰ থিতাতে মৃত্যু হয়। আনহাতে ৭ জন গুৰুতৰভাৱে আহত হয়।’

      দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয় আৰু ওচৰে পাজৰে থকা লোকসকলে উদ্ধাৰৰ কাম আৰম্ভ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ আহত লোকসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

      বিষয়াসকলৰ মতে আহতসকলৰ ভিতৰত আছে ৫ গৰাকী মহিলা আৰু এটা শিশু। সেই লোকসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। কিন্তু অৱস্থা সংকটজনক হোৱাত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে ৰাজনান্দগাঁও জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

      ইফালে আৰক্ষীয়ে নিজাববীয়াকৈ এই পথ দুৰ্ঘটনাৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

      Tags: #AccidentChhattisgarhKilled

      Related Posts

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত
      Top News

      July 25, 2025
      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ
      Top News

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      July 25, 2025
      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত
      Top News

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      July 25, 2025
      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক
      Top News

      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

      July 25, 2025
      বিদ্যালয়ৰ দেৱাল ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৪ শিশুৰ প্ৰাণহানি
      Top News

      বিদ্যালয়ৰ দেৱাল ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৪ শিশুৰ প্ৰাণহানি

      July 25, 2025
      নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…
      Top News

      নাবালিকাৰ সৈতে কুকাণ্ড আৰক্ষী জোৱানৰ! কোনো নথকাৰ সুযোগ লৈ এই অপকৰ্ম কৰাৰ অভিযোগ…

      July 25, 2025

      শীৰ্ষ সংবাদ

      জম্মু-কাশ্মীৰৰ পুঞ্চত লেণ্ডমাইন বিস্ফোৰণ; এজন অগ্নিবীৰৰ মৃত্যু, দুজন আহত

      বহিঃৰাজ্যৰ ট্ৰাকৰ খুন্দাত মৃত্যু অংগনবাড়ী কৰ্মী সুনীতা মাৰ্ডীৰ

      ধেমাজিৰ ৰে’লৱে ট্ৰেকত দুজন যুৱকৰ মৃতদেহ উদ্ধাৰ; তদন্ত অব্যাহত

      কলিয়াবৰত বীৰ লাচিত সেনাৰ অভিযান, খেদি পঠিয়াই সন্দেহজনক লোকক

      RCBৰ এগৰাকী খেলুৱৈৰ বিৰুদ্ধে ২টাকৈ ভয়ংকৰ অভিযোগ, নাবালিকাৰ সৈতে অপকৰ্ম সংঘটিত…

      বিদ্যালয়ৰ দেৱাল ভাঙি ভয়ংকৰ দুৰ্ঘটনা, ৪ শিশুৰ প্ৰাণহানি

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist