• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
22 °c
Guwahati
23 ° Thu
25 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ভয়ংকৰ পথ দুৰ্ঘটনা; চাৰিগৰাকী মহিলাসহ ৬ জন লোকৰ মৃত্যু

Nation NE by Nation NE
December 16, 2024
in Top News, ৰাজনীতি
0 0
ভয়ংকৰ পথ দুৰ্ঘটনা; চাৰিগৰাকী মহিলাসহ ৬ জন লোকৰ মৃত্যু
Share on FacebookShare on TwitterWhatsApp

ছত্তীশগড়ৰ বালোদ জিলাত এখন তীব্ৰবেগী বিলাসী বাহনে ৰাজপথত ৰৈ থকা এখন ট্ৰাকক খুন্দিওৱাৰ ফলত ৬ জন লোকৰ মৃত্যু হয় আৰু আন ৭ জন লোক গুৰুতৰভাৱে আহত হয়। সোমবাৰে আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে।

এক পাৰিবাৰিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। মৃতসকলৰ ভিতৰত আছে চাৰিগৰাকী মহিলা।

দুৰ্ঘটনা সন্দৰ্ভত এজন আৰক্ষী বিষয়াই কয়, ‘বাহনখনে ট্ৰাকৰ পিছ অংশত খুন্দা মাৰে। এছ ইউ ভিখনত যাত্ৰা কৰা ১৩ জন লোকৰ ভিতৰত ৬ জন লোকৰ থিতাতে মৃত্যু হয়। আনহাতে ৭ জন গুৰুতৰভাৱে আহত হয়।’

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলত এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হয় আৰু ওচৰে পাজৰে থকা লোকসকলে উদ্ধাৰৰ কাম আৰম্ভ কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ আহত লোকসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলক মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।

বিষয়াসকলৰ মতে আহতসকলৰ ভিতৰত আছে ৫ গৰাকী মহিলা আৰু এটা শিশু। সেই লোকসকলক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল। কিন্তু অৱস্থা সংকটজনক হোৱাত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে ৰাজনান্দগাঁও জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ইফালে আৰক্ষীয়ে নিজাববীয়াকৈ এই পথ দুৰ্ঘটনাৰ গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Tags: #AccidentChhattisgarhKilled

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025