• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, July 24, 2025
32 °c
Guwahati
32 ° Fri
29 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

    নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

    পৰিয়ালৰ সৈতে আপোনাৰ আজিৰ দিনটো কেনে যাব? পঢ়ক ৰাশিফল

    ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো কেনে হ’ব? পঢ়ক সবিশেষ আমাৰ ৰাশিফলত…

    আল্লাহু আকবৰ ধ্বনি আৰক্ষীক আক্ৰমণ উচ্ছেদিতৰ, গুলীবিদ্ধ ১জনৰ প্ৰাণহানি

    চৰকাৰী ভূমিত সন্দেহজনক লোকৰ আগ্ৰাসনক লৈ সৰৱ চৰকাৰ…

    কোন কোন ৰাশিৰ জাতক-জাতিকাৰ খৰচ বৃদ্ধিৰ যোগ? জানিবলৈ পঢ়ক ৰাশিফল

    উচটনিমূলক ৰীলচ বনাই গ্ৰেপ্তাৰ যুৱক, জানক সবিশেষ…

    ৰাশিফলঃ আজি এইকেইটা ৰাশিৰ দুৱাৰ খোল খাব সৌভাগ্যৰ

    হাৰিয়ানাত গ্ৰেপ্তাৰ অসমৰ শ্ৰমিক, জানক অবৈধ বাংলাদেশীৰ সন্দেহত গ্ৰেপ্তাৰ হোৱা শ্ৰমিকৰ সবিশেষ তথ্য

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      আৰ জি কৰ হাস্পতালৰ পৰা আঁতৰোৱা হ’ল প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ পত্নীক

      Nation NE by Nation NE
      January 30, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      আৰ জি কৰ হাস্পতালৰ পৰা আঁতৰোৱা হ’ল প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ পত্নীক

      সন্দীপ ঘোষৰ ফাইল ছবি।

      Share on FacebookShare on TwitterWhatsApp

      আৰ জি কৰ হাস্পতালৰ প্ৰাক্তন অধ্যক্ষ সন্দীপ ঘোষৰ পত্নী সংগীতা ঘোষক আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা বদলি কৰা হৈছে। তেওঁ মাইক্ৰ’বায়’লজী বিভাগত সহকাৰী অধ্যাপক হিচাপে কাম কৰিছিল।

      এতিয়াৰ পৰা সংগীতা ঘোষে বেলেঘাটা আই ডি হাস্পতালত একেটা পদতে নিয়োজিত হ’ব। বৃহস্পতিবাৰে এক অধিসূচনাযোগে এই কথা ঘোষণা কৰে স্বাস্থ্য বিভাগে।

      চিকিৎসালয়ৰ সূত্ৰ অনুসৰি ব্যক্তিগত কাৰণত দীৰ্ঘদিন ধৰি ছুটীত আছিল সংগীতা। ছুটীৰ পিছত এইবাৰ তেওঁ নতুন কৰ্মস্থলীত যোগদান কৰিব।

      উল্লেখ্য যে, আৰ জি কৰ হাস্পতালত সংঘটিত হোৱা বিত্তীয় কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা সন্দীপ ঘোষ বৰ্তমান কাৰাগাৰত। অৱশ্যে পত্নীৰ বিৰুদ্ধে নাই কোনো অভিযোগ।

      বিগত বৰ্ষৰ ৯ আগষ্টত আৰ জি কৰ চিকিৎসা মহাবিদ্যালয়ৰ পৰা উদ্ধাৰ হৈছিল এগৰাকী মহিলা চিকিৎসকৰ মৃতদেহ। মহিলা চিকিৎসকগৰাকীক প্ৰথমে ধৰ্ষণ কৰি পিছত হত্যাৰ অভিযোগ উত্থাপন হৈছিল।

      আৰ জি কৰকে ধৰি ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়সমূহৰ কনিষ্ঠ চিকিৎসকে ধৰ্ণাত বহিছিল। লগতে উত্থাপিত হৈছিল তদানীন্তন অধ্যক্ষ সন্দীপৰ পদত্যাগৰ দাবী। আন্দোলনৰ হেঁচাত সন্দীপে নিজেই অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰে।

      অৱশ্যে পিছত ৰাজ্য চৰকাৰে তেওঁক ৰাষ্ট্ৰীয় চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। তাতো আৰম্ভ হয় প্ৰতিবাদ। ইয়াৰ পিছতে কলিকতা উচ্চ ন্যায়ালয়ে সন্দীপক দীৰ্ঘদিনীয়া ছুটীত যাবলৈ নিৰ্দেশ দিয়ে। পৰৱৰ্তী সময়ত তেওঁক ৰাষ্ট্ৰীয় চিকিৎসা বিষয়াৰ দায়িত্বৰ পৰাও অব্যাহতি দিয়া হয়।

      মহিলা চিকিৎসকৰ সৈতে হোৱা ঘটনাক লৈ চলি থকা প্ৰতিবাদৰ মাজতে বিত্তীয় দুৰ্নীতত নাম সাঙোৰ খাই সন্দীপ ঘোষৰ। ঘটনা সন্দৰ্ভত ২৫ আগষ্টৰ পুৱাই সন্দীপৰ বেলেঘাটাস্থিত ঘৰত চি বি আইৰ এটা দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে। পিছত চি বি আইয়ে আৰ জি কৰ হাস্পতালত চিকিৎসকক ধৰ্ষণ আৰু হত্যাৰ প্ৰমাণ নষ্ট কৰাৰ অভিযোগতো তেওঁক গ্ৰেপ্তাৰ কৰে।

      পৰৱৰ্তী সময়ত ধৰ্ষণ আৰু হত্যাৰ প্ৰমাণ নষ্ট কৰাৰ গোচৰত তেওঁক জামিন দিয়া হয় যদিও বিত্তীয় দুৰ্নীতিৰ গোচৰত তেওঁ এতিয়াও কাৰাগাৰত আছে। নীতি বহিৰ্ভূতভাৱে সম্পত্তি ক্ৰয় কৰাৰ অভিযোগ সন্দীপ ঘোষৰ বিৰুদ্ধে।

      Tags: KOLKATARG KarSandip Ghosh

      Related Posts

      ভঙা আঙুলিৰে খেলপথাৰত নমা ঋষভ পন্তে ভংগ কৰিলে ধোনীৰ অভিলেখ
      Top News

      July 24, 2025
      ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি; ভাৰতীয় বজাৰত সস্তা হ’ব এইসমূহ সামগ্ৰী

      কানাড়া অভিনেতাক জামিন মঞ্জুৰ কৰাক লৈ অসন্তুষ্ট সৰ্বোচ্চ ন্যায়ালয়
      Top News

      কানাড়া অভিনেতাক জামিন মঞ্জুৰ কৰাক লৈ অসন্তুষ্ট সৰ্বোচ্চ ন্যায়ালয়

      July 24, 2025
      পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…
      Top News

      পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

      July 24, 2025
      গাজাত বন্ধ হ’ব নেকি যুদ্ধ? যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ ইজৰাইলৰ!
      Top News

      ইজৰাইলত নেতান্যায়াহুৰ বিৰুদ্ধে ভয়ংকৰ পৰিকল্পনা! এগৰাকী ৭০ বছৰীয়া মহিলাক গ্ৰেপ্তাৰ

      July 24, 2025
      নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…
      Top News

      নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

      July 24, 2025

      শীৰ্ষ সংবাদ

      ভঙা আঙুলিৰে খেলপথাৰত নমা ঋষভ পন্তে ভংগ কৰিলে ধোনীৰ অভিলেখ

      ভাৰত-ব্ৰিটেইনৰ মুক্ত বাণিজ্য চুক্তি; ভাৰতীয় বজাৰত সস্তা হ’ব এইসমূহ সামগ্ৰী

      কানাড়া অভিনেতাক জামিন মঞ্জুৰ কৰাক লৈ অসন্তুষ্ট সৰ্বোচ্চ ন্যায়ালয়

      পৰ্বতঝোৰাত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে শেষ…

      ইজৰাইলত নেতান্যায়াহুৰ বিৰুদ্ধে ভয়ংকৰ পৰিকল্পনা! এগৰাকী ৭০ বছৰীয়া মহিলাক গ্ৰেপ্তাৰ

      নৱবিবাহিতাৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য, স্বামীৰ লগতে পলায়ন পৰিয়ালৰ লোকৰ…

      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist