Sunday, May 3, 2026
22 °c
Guwahati
24 ° Mon
25 ° Tue
Language -
অসমীয়া
  • English

ক্ৰীড়া

‘৭ দিনৰ জিৰণিৰ পিছতো মূল একাদশত নাই বুমৰাহ…’, মেনেজমেণ্টৰ বিৰুদ্ধে ক্ষোভ ৰবি শাস্ত্ৰীৰ

ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাৰ দ্বিতীয়খন টেষ্টত ভাৰতীয় দলত যশপ্ৰীত বুমৰাহক মূল একাদশত স্থান নিদিয়াক লৈ ক্ষুন্ন হৈ পৰিছে...

Read moreDetails

‘আৰক্ষী যাদুকৰ বা ভগৱান নহয়’, বাংগালুৰুৰ পদপিষ্টৰ ঘটনাক লৈ RCBক দোষাৰোপ

আই পি এলৰ খিতাপ দখলৰ পিছতেই বাংগালুৰু এন চিন্নাস্বামী ক্ৰিকেট ষ্টেডিয়ামত আয়োজন কৰা বিজয় উৎসৱ ৰেলীত হোৱা পদপিষ্টৰ ঘটনাক লৈ...

Read moreDetails

১২৪টা বলত ২০৫ ৰানৰ দুৰ্দান্ত ইনিংছ; জন্ময়ৰ পিছত এইবাৰ ইতিহাস লিখিলে ডলীয়ে

কিছু দিন পূৰ্বে নলবাৰীৰ ১৩ বছৰীয়া জন্ময় ৰাজবংশীয়ে বিস্ফোৰক বেটিঙেৰে ক্ৰিকেট মহলত চাঞ্চল্যৰ সৃষ্টি কৰাৰ পিছত এইবাৰ ১৫ বছৰীয়া এগৰাকী...

Read moreDetails

ইংৰাজৰ ভূমিত স্মৃতি মান্ধানাৰ বিস্ফোৰক শতকীয় ইনিংছ

ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ প্ৰথমখন মেচত ভাৰতীয় মহিলা দলৰ অধিনায়ক স্মৃতি মান্ধনাই বিস্ফোৰক শতকীয় ইনিংছ খেলে। এই ইনিংছৰ জৰিয়তে তেওঁ...

Read moreDetails

RCBৰ হৈ খেলা এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ এগৰাকী মহিলাৰ

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আই পি এলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু (আৰ চি বি)ৰ হৈ খেলা বাওঁহতীয়া বেগী বলাৰ যশ দয়ালৰ...

Read moreDetails

ক্ৰিকেট মহলত চাঞ্চল্য! টেষ্ট শৃংখলাৰ মাজতেই এগৰাকী ক্ৰিকেটাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ ১১ গৰাকী মহিলাৰ

ভাৰত, ইংলেণ্ড, ৱেষ্টইণ্ডিজ, অষ্ট্ৰেলিয়াসহ কেইবাখনো দেশ সম্প্ৰতি টেষ্ট শৃংখলাত ব্যস্ত। ইয়াৰ মাজতেই এটা বিশেষ খবৰে ক্ৰিকেট মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে।...

Read moreDetails

বেন ডাকেটে ৰচিলে ইতিহাস; এই অভিলেখ গঢ়া ইংলেণ্ডৰ প্ৰথমগৰাকী বেটাৰ

ইংলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হোৱা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত জয়ৰ স্বপ্ন দেখা শুভমন গিল বাহিনীৰ সন্মুখত বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে...

Read moreDetails

জ’ ৰুটে ৰচিলে ইতিহাস; ভংগ কৰিলে শ্ৰীলংকাৰ প্ৰাক্তন মহান ক্ৰিকেটাৰৰ অভিলেখ

দুৰ্দান্ত ফৰ্মত থকা ইংলেণ্ডৰ তাৰকা বেটাৰ জ’ ৰুটৰ নামত সংযোজন হ’ল এক বিশেষ অভিলেখ। সাম্প্ৰতিক সময়ৰ অন্যতম শ্ৰেষ্ঠ টেষ্ট বেটাৰ...

Read moreDetails

শতকীয় ইনিংছৰ সহায়ত ঋষভ পন্তে গঢ়িলে কেইবাটাও অভিলেখ

ভাৰত আৰু ইংলেণ্ডৰ মাজত আৰম্ভ হোৱা টেষ্ট শৃংখলাৰ প্ৰথমখন মেচত উইকেটকীপাৰ বেটাৰ ঋষভ পন্তে দৰ্শনীয় শতকীয় ইনিংছেৰে ইতিহাস ৰচিবলৈ সক্ষম...

Read moreDetails

ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দলত দুটা ডাঙৰ পৰিৱৰ্তন

ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধ্ব দলৰ বিৰুদ্ধে খেলিবলগীয়া শৃংখলাৰ পূৰ্বে ভাৰতীয় ১৯ বছৰ অনুৰ্ধ্ব দলত দুটা ডাঙৰ পৰিৱৰ্তন সাধন কৰিছে বিচিচিআইয়ে।...

Read moreDetails
Page 12 of 57 1 11 12 13 57

শীৰ্ষ সংবাদ

Welcome Back!

Login to your account below

Retrieve your password

Please enter your username or email address to reset your password.

Add New Playlist