• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, April 26, 2026
24 °c
Guwahati
23 ° Mon
22 ° Tue
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ‘নিৰ্দোষী লোকক জে’লত ভৰাই থৈছে’, প্ৰথমবাৰৰ বাবে মুখ খুলিলে শ্যামকানু মহন্তৰ পত্নীয়ে

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home আন্তঃ ৰাষ্ট্ৰীয়

দুই ভাতৃৰ শত্ৰুতাৰ বাবেই জন্ম লাভ কৰিছিল দুটা বাহুবলী কোম্পানী

জানো আহক এডিডাছ আৰু পুমাৰ কাহিনী...

Nation NE by Nation NE
June 24, 2024
in আন্তঃ ৰাষ্ট্ৰীয়
0 0
দুই ভাতৃৰ শত্ৰুতাৰ বাবেই জন্ম লাভ কৰিছিল দুটা বাহুবলী কোম্পানী

ৰুডলাফ ডেছলাৰ আৰু এডলাফ ডেছলাৰ (ছ'চিয়েল মিডিয়াৰ পৰা সংগৃহীত ফটো)

Share on FacebookShare on TwitterWhatsApp

শত্ৰুতাই কি কৰিব নোৱাৰে। শত্ৰুতাৰ বাবে কিছু লোক ধ্বংস হৈ যায়। কিন্তু দুই ভাতৃৰ শত্ৰুতাৰ ফলত বিশ্বই লাভ কৰিছিল দুটা বাহুবলী কোম্পানী।

হাই ডিমাণ্ড থকা পুমা আৰু এডিডাছৰ জন্ম হোৱাৰ কাহিনী একেবাৰেই সুকীয়া। ১২৬ বছৰ পিছলৈ উভতি যাব লাগিব। ক্ৰিষ্টফ ডেছলাৰ নাম এজন লোকে কাম কৰিছিল এটা জোতাৰ কোম্পানীত। এই ক্ৰিষ্টফ ডেছলাৰৰ ঘৰত জন্ম পাইছিল এটা পুত্ৰ সন্তান। নাম আছিল ৰুডলাফ ডেছলাৰ। ৰুডলাফ ডেছলাৰৰ সৰু ভাতৃৰ নাম হৈছে এডলাফ ডেছলাৰ। প্ৰথম অৱস্থাত ৰুডলাফে কাম কৰিছিল এখন বেকাৰীৰ দোকানত। কিন্তু ৰুডলাফে বুজি পাইছিল এই কাম কৰাৰ বাবে তেওঁৰ জন্ম হোৱা নাই। সেয়ে নিজৰ পিতৃৰ পৰা জোতা তৈয়াৰ কৰা কাম শিকাৰ আগ্ৰহ হৈ পৰিছিল ৰুডলাফৰ। আনহাতে ৰুডলাফৰ সৰু ভাতৃৰ আন এক সপোন। এডলাফে মনত সপোন পুহি ৰাখিছিল যে বিশ্বৰ খেলুৱৈসকলৰ পিন্ধা জোতা নিম্নমানৰ। যদিহে খেলুৱৈৰ বাবে ভাল জোতা নিৰ্মাণ কৰিব পৰা যায় তেন্তে ভাল প্ৰদৰ্শন কৰিব পাৰিব খেলুৱৈয়ে। দুই ভাতৃৰ সপোন পূৰ্ণ হোৱাৰ পূৰ্বেই ১৯১৪চনত আৰম্ভ হৈছিল দ্বিতীয় বিশ্বযুদ্ধ। ভয়ংকৰ আক্ৰমণ-প্ৰত্যাক্ৰমণ চলিছিল বিশ্বত। বিশ্বযুদ্ধৰ সময়ত যুদ্ধৰ বাবে ৰুডলাফে যোগদান কৰিছিল সেনাত। যুদ্ধৰ অন্তত ঘৰলৈ ঘূৰি আহিছিল ৰুডলাফ। ১৯২৪ চনত ৰুডলাফে ঘৰৰ পাকঘৰতে সাজি লৈছিল এটা জোতা নিৰ্মাণ কৰা সৰু ফেক্টৰী। আনহাতে এডলাফে সৰুকৈ এখন দোকানত আৰম্ভ কৰিলে খেলুৱৈসকলৰ বাবে জোতা। কিন্তু জাৰ্মানীত তেতিয়াৰ অৰ্থব্যৱস্থা অতি বেয়া আছিল। লগতে কেঁচামালৰ অভাৱত বাধাৰ সন্মুখীন হৈছিল দুই ভাতৃ। যুদ্ধত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা গাঁওসমূহত উপস্থিত হৈছিল এডলাফ। গাঁওসমূহত পৰি থকা সেনাৰ হেলমেট, পানীৰ বেগ আৰু পেৰাশ্বুটকে ধৰি পৰি থকা সামগ্ৰী সংগ্ৰহ কৰিছিল। এইসমূহ সামগ্ৰীৰে জোতা তৈয়াৰ কৰিছিল এডলাফে। আনহাতে বিজুলীৰ অভাৱত মেচিন চলাব পৰা নাছিল এডলাফে, কিন্তু বুধিয়ক এডলাফে ঘৰে ডাইনামা তৈয়াৰ কৰি মেচিন চলোৱাৰ যোগাৰ কৰি লৈছিল। এনেকৈয়ে দুটা বছৰ পাৰ হোৱাৰ পিছত একত্ৰিত হৈছিল দুই ভাতৃ ৰুডলাফ আৰু এডলাফ। দুই ভাতৃয়ে মিলি স্থাপন কৰিছিল এটা কোম্পানী। কোম্পানীটোৰ নাম দিছিল গ্ৰেবুডৰ ডেছলাৰ ছুফেব্ৰিক। জোতা তৈয়াৰ কৰাৰ সকলো শৈলী জানিছিল এডলাফে। মাৰ্কেটিং আৰু প্ৰচাৰৰ দায়িত্ব লৈছিল ৰুডলাফে। ১৯২৫ চনত দুই ভাতৃয়ে জন্তুৰ ছালৰ পৰা তৈয়াৰ কৰিছিল ফুটবল। দুই ভাতৃৰ অধীনত তেতিয়া ১২জন লোকে কাম কৰিছিল। প্ৰতিটো দি নে ৫০যোৰকৈ জোতা তৈয়াৰ কৰিছিল দুই ভাতৃয়ে। ক্ৰমাৎ আহিল সেই দিনটো। ১৯২৮ চনত আমষ্টাৰডামত আয়োজন কৰা হৈছিল অলিম্পিকৰ। সমগ্ৰ বিশ্বৰ মিডিয়া আৰু কোটি কোটি উপস্থিত হৈছিল আমষ্টাৰডামত। ৮০০ মিটাৰ দৌৰত ডেছলাৰ কোম্পানীয়ে তৈয়াৰ কৰা জোতা পিন্ধি সোণৰ মেডেল জয়ী হৈছিল লীনা ৰেডকেই। এয়া আছিল দুই ভাতৃ ক্ৰমে ৰুডলাফ আৰু এডলাফৰ টাৰ্ণিং পইণ্ট। দুই ভাতৃয়ে নিৰ্মাণ কৰা জোতা অতি কমফৰ্ট আৰু অতি দ্ৰুতভাবে দৌৰিব পৰা যায় বুলি প্ৰচাৰ লাভ কৰে। লাহে লাহে ৰুডলাফ আৰু এডলাফৰ ব্যৱসায়ে বিশ্বৰ চুকে কোণে প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰে। ইয়াৰ পিছতে ১৯৩২ চনত লছ এঞ্জেলছ আৰু ১৯৩৬চনত বাৰ্লিন অলম্পিকত দুই ভাতৃয়ে নিৰ্মাণ কৰা জোতাৰ ডিমাণ্ড বাঢ়ি যায়। আমেৰিকাৰ এথলিট অবেন্সে দুই ভাতৃৰ জোতা পিন্ধি চাৰিটা গোল্ড মেডেল লাভ কৰিবলৈ সক্ষম হয়। ইণ্টাৰনেশ্য়নেল লেভেলত দুই ভাতৃয়ে নিৰ্মাণ তৈয়াৰ কৰা জোতাই নাম আৰ্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ মাজতে আৰম্ভ হৈছিল দুই ভাতৃৰ মাজত শত্ৰুতা। কোম্পানীৰ নাম ৰুডলাফে। পৰিয়ালৰ কোনো সদস্যই যাতে কোম্পানীৰ ভাগ লাভ নকৰে তাৰ বাবে ষড়যন্ত্ৰ ৰচিছিল ৰুডলাফে। কিন্তু ৰুডলাফৰ বেয়াদিনৰ বাবে সকলো ব্যৱসায় নিজৰ হাতলৈ আনিছিল এডলাফে। পৃথক পৃথক হৈ পৰে দুই ভাতৃ ক্ৰমে ৰুডলাফ আৰু এডলাফ। ১৯৪৮ চনত জ্যেষ্ঠ ভাতৃ ৰুডলাফে প্ৰথমে ৰুডা নামৰ কোম্পানী খোলে। কিন্তু পিছলৈ এই ৰুডা হৈ পৰে পুমা। ইয়াৰ এটা বছৰৰ পিছতে সৰু ভাতৃ এডলাফে ১৯৪৯ চনত জন্ম দিয়ে এডিডাছ নামৰ এটা কোম্পানী। পুৰণা কোম্পানীৰ সকলো সা-সামগ্ৰী দুই ভাতৃয়ে ভগাই লয়। দুই ভাতৃৰ শত্ৰুতাৰ বাবেই জন্ম লাভ কৰে পুমা আৰু এডিডাছ। কৰ্মচাৰীও সমানে ভগাই লৈছিল দুই ভাতৃয়ে। ইয়াৰ পিছতে এডিডাছে দ্ৰুত জনপ্ৰিয়তা লাভ কৰিছিল জাৰ্মানীত। বিশ্বত এডিডাছৰ নাম দ্ৰুতভাবে জনপ্ৰিয় হৈ পৰে। আনহাতে পুমাও ডাঙৰ ব্ৰেণ্ড হৈ পৰিছিল। ১৯৭০ চনত পুমাই লাভ কৰিছিল বিশ্বৰ এক হাই ডিমাণ্ড কোম্পানীৰ খিতাপ। দুই ভাতৃৰ ভীষণ শত্ৰুতাৰ বাবে দুয়োটা কম্পানী বিশ্বত হৈ পৰে খ্যাত।

Tags: #puma #adidas #international

Related Posts

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 25, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 25, 2026
দুসপ্তাহৰ যুদ্ধবিৰতিৰ পিছত ২০,৪০০ মেট্ৰিক টন এল পি জি লৈ ভাৰতত উপস্থিত হ’ব প্ৰথমখন জাহাজ জগ বিক্ৰম
Top News

হৰমুজ জলদ্বীপৰ সংকটৰ মাজতে তেল-গেছৰ বিকল্প, নতুন পথৰ সন্ধান তীব্ৰতৰ উপসাগৰীয় দেশসমূহৰ

April 24, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 24, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 24, 2026
ইছলামিক উ*গ্ৰ*প*ন্থীয়ে আক্ৰমণ চলাই প্ৰাণ ল’লে ১১ জনৰ, কেইবাটাও গৃহত অ*গ্নি সংযোগ
Top News

ইছলামিক উ*গ্ৰ*প*ন্থীয়ে আক্ৰমণ চলাই প্ৰাণ ল’লে ১১ জনৰ, কেইবাটাও গৃহত অ*গ্নি সংযোগ

April 23, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অত্যাধিক গাখীৰ সেৱন কৰাটোও স্বাস্থ্যৰ পক্ষে হ’ব পাৰে ক্ষতিকাৰক, জানক এই ১০ পাৰ্শ্বক্ৰিয়া

‘৪টা সন্তান জন্ম দি এটা সন্তানক RSSলৈ উৎসৰ্গা কৰক; হিন্দুসকললৈ বাবা বাগেশ্বৰৰ আহ্বান

নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025