• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
22 °c
Guwahati
23 ° Thu
25 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

১২৮ বছৰৰ মূৰত অলিম্পিকত ক্ৰিকেট; ঠিৰাং হ’ল কিমানখন দেশে ল’ব অংশ…

Nation NE by Nation NE
April 10, 2025
in Top News, ক্ৰীড়া
0 0
১২৮ বছৰৰ মূৰত অলিম্পিকত ক্ৰিকেট; ঠিৰাং হ’ল কিমানখন দেশে ল’ব অংশ…
Share on FacebookShare on TwitterWhatsApp

১২৮ বছৰৰ অন্তত পুনৰ অলিম্পিকলৈ ঘূৰি আহিছে ক্ৰিকেট। বুধবাৰে নিশা অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠকত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলগীয়া দেশৰ সংখ্যা নিৰ্ণয় কৰা হয়। ছয়খন দেশে স্বৰ্ণ পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছে আন্তৰ্জাতিক অলিম্পিক কমিটীয়ে।

ইফালে হ্ৰাস পাইছে ফুটবলত অংশগ্ৰহণ কৰা দেশৰ সংখ্যা। ১৬খন দেশৰ বিপৰীতে আগন্তুক অলিম্পিকত ১২টা দলে অংশ ল’ব। আনহাতে মহিলা ফুটবলত অংশগ্ৰহণ কৰা দেশৰ সংখ্যা বৃদ্ধি পাইছে। ১২ খনৰ বিপৰীতে ১৬খন দেশে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব পাৰিব।

উল্লেখ্য যে, শেষবাৰৰ বাবে ১৯০০ চনৰ অলিম্পিকত আছিল ক্ৰিকেট। সেইবাৰ মাত্ৰ এখন মেচহে খেলা হৈছিল। দীৰ্ঘদিন ধৰি আইচিচিয়ে ক্ৰিকেটক অলিম্পিকত অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলাই আহিছিল আৰু সেই ক্ষেত্ৰত এইবাৰ সফল হ’ল।

বিশ্বৰ সৰ্ববৃহত প্ৰতিযোগিতাখনত ছটা দলে টি-২০ ফৰ্মেটত খেলিব। পুৰুষ আৰু মহিলা উভয়ৰ বাবে এই সংখ্যা একেই। প্ৰতিটো দলত সৰ্বাধিক ১৫ জন সদস্য থাকিব।

অৱশ্যে এই অৰ্হতা কেনেদৰে লাভ কৰিব সেয়া এতিয়াও ঘোষণা কৰা হোৱা নাই। আইচিচিৰ অধীনত ১২খন সম্পূৰ্ণ সদস্য দেশ। ইয়াৰ উপৰিও সহযোগী সদস্য হিচাপে ৯০ খনতকৈও অধিক দেশ আছে, যিয়ে মূলতঃ টি-২০ খেলে। আমেৰিকাই পোনপটীয়াকৈ আয়োজক হিচাপে যোগ্যতা অৰ্জন কৰিব পাৰে। বাকী দেশসমূহে কেনেদৰে যোগ্যতা অৰ্জন কৰিব সেয়া পৰৱৰ্তী সময়ত জানিব পৰা যাব।

Tags: #cricketLos AngelesOlympic 2028Olympic Games

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025