• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, May 1, 2026
22 °c
Guwahati
23 ° Sat
22 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

আমেৰিকাত বিপদঘণ্টা! ঘূৰ্ণীবতাহে ধাৰণ কৰিছে এক বিধ্বংসী ৰূপ

Nation NE by Nation NE
October 10, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
আমেৰিকাত বিপদঘণ্টা!  ঘূৰ্ণীবতাহে ধাৰণ কৰিছে এক বিধ্বংসী ৰূপ
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাত প্ৰতি ঘণ্টাত ২৯৮ কিলোমিটাৰ বেগত ফ্ল’ৰিডা উপকূলৰ ফালে আগবাঢ়িছে মিল্টন। বৃহস্পতিবাৰে কেন্দ্ৰীয় ফ্ল’ৰিডাত ঘূৰ্ণীবতাহ মিল্টনে সৃষ্টি কৰে ভয়ংকৰ এক ধ্বংসলীলাৰ। এই ধুমুহাই ৰাজ্যখনৰ পশ্চিম উপকূলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে।

এই ধুমুহাৰ ফলত মাৰাত্মক টৰ্ণেডোৰ সৃষ্টি হয়, যিয়ে ঘৰ-দুৱাৰ সকলো এফালৰ পৰা ধ্বংস কৰে। ধুমুহাৰ ফলত প্ৰায় ২ নিযুত ঘৰ বিচ্ছিন্ন হৈ পৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেচনেল হাৰিকেন চেণ্টাৰে কয় যে, বুধবাৰে নিশা প্ৰায় ৮:৩০ বজাত এই ধুমুহা “শ্ৰেণী ৩” ৰ ঘূৰ্ণীবতাহ হিচাপে ছিয়েষ্টা কীৰ ওচৰলৈ আহে।

এই সময়ছোৱাত বতাহৰ গতি বেগ আছিল প্ৰতি ঘণ্টাত ১২০ মাইল (প্ৰতি ঘণ্টাত ১৯৫ কিলোমিটাৰ)। পশ্চিম-মধ্য ফ্ল’ৰিডাৰ কিছু অংশত আকস্মিক বানপানী হৈছে।

ফ্ল’ৰিডাৰ গভৰ্ণৰ ৰন ডেচেণ্টিছে কৈছে যে, ধুমুহাৰ ফলত কমেও ১৯ টা টৰ্ণেডো সৃষ্টি হয় আৰু কেইবাটাও ঠাইত ক্ষতি সাধন হয়, যাৰ ফলত প্ৰায় ১২৫ টা ঘৰ ধ্বংস হৈছিল, যাৰ বেছিভাগেই ভ্ৰাম্যমাণ ঘৰ।

ধুমুহাৰ ফলত ইতিমধ্যে ৰাজ্যখনত গেছ’লিনৰ চাহিদা বৃদ্ধি পাইছে। এই ধুমুহাৰ ফলত পানী যোগানও প্ৰভাৱিত হৈছে। বহু ঠাইত পাইপলাইন ভাঙি গৈছে, যাৰ ফলত সাধাৰণ জনতাৰ সমস্যা বৃদ্ধি হৈছে। ফ্লৰিডাৰ উপসাগৰীয় উপকূলত আৰু ইয়াৰ আশে-পাশে বাস কৰা লোকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে।

ৰাষ্ট্ৰপতি জো বাইডেনে ফ্ল’ৰিডাৰ বাবে এক জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছে আৰু সহায়ৰ বাবে ৭,০০০ উদ্ধাৰকাৰী কৰ্মী নিয়োগ কৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ জাৰ্মানী আৰু এংগোলা ভ্ৰমণ হাৰিকেন মিল্টনৰ বাবে পিছুৱাই দিয়া হৈছে।

ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিয়ে মানুহক সুৰক্ষিত স্থানলৈ যাবলৈ আহ্বান জনাইছে। তেওঁ কয়  যে, এইটো ফ্ল’ৰিডাত এটা শতিকাৰ আটাইতকৈ ভয়ংকৰ ধুমুহা হ’ব পাৰে। ইয়াৰ বাবে সকলোৱে সাৱধান আৰু সুৰক্ষিত হোৱা উচিত।

Tags: AmericacycloneFlorida

Related Posts

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026

শীৰ্ষ সংবাদ

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025