• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
22 °c
Guwahati
23 ° Thu
25 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

নোখোৱাকৈ থাকিলে মগজুৱে সঠিকভাৱে কাম কৰে নেকি? মানসিক স্বাস্থ্যৰ ওপৰত উপবাসৰ প্ৰভাৱ কি?

Nation NE by Nation NE
March 6, 2026
in Top News, ৰাষ্ট্ৰীয়
0 0
নোখোৱাকৈ থাকিলে মগজুৱে সঠিকভাৱে কাম কৰে নেকি? মানসিক স্বাস্থ্যৰ ওপৰত উপবাসৰ প্ৰভাৱ কি?
Share on FacebookShare on TwitterWhatsApp

বৰ্তমান সময়ত উপবাসে থকাটো কেৱল ধৰ্মীয় আচাৰ-ব্যৱহাৰতে সীমাবদ্ধ সীমিত হৈ থকা নাই। বহু লোকে নিজৰ ওজন কমাবৰ বাবে, শৰীৰত শৰ্কৰাৰ পৰিমাণ কমাবলৈ অথবা ফিট হৈ থাকিবলৈ Intermittent Fasting অথবা দিনটোৰ এটা সময়তহে খাদ্যগ্ৰহণ কৰাৰ অভ্যাস গঢ়ি তুলিছে। কিন্তু কেতিয়াবা খালী পেটে থকাটোৱে আমাৰ মগজুতো প্ৰভাৱ পেলায়।

শেহতীয়া বছৰবোৰত বিজ্ঞানী আৰু স্নায়ু বিশেষজ্ঞসকলে আৱিষ্কাৰ কৰিছে যে শুদ্ধভাৱে আৰু সীমিত সময়ৰ বাবে কৰা উপবাস মগজুৰ বাবেও উপকাৰী হ’ব পাৰে। ই কেৱল শৰীৰৰ চৰ্বি হ্ৰাস কৰাই নহয়, মগজুৰ কাৰ্য্যক্ষমতা, স্মৃতিশক্তি আৰু মানসিক স্পষ্টতাতো প্ৰভাৱ পেলাব পাৰে।

কিন্তু এইটো বুজিব লাগিব যে উপবাস থকাটো সকলোৰে বাবে নিৰাপদ নহয় আৰু ইয়াক বিবেচনাপূৰ্ণভাৱে গ্ৰহণ কৰা উচিত। গতিকে খালী পেটত মগজুৱে সঁচাকৈয়ে ভাল কাম কৰে নেকি জানো আহক।

যেতিয়া আমি প্ৰায় ১২ৰ পৰা ১৬ ঘণ্টা সময় নাখাওঁ তেতিয়া শৰীৰত জমা হোৱা গ্লাইক’জেন কমিবলৈ আৰম্ভ কৰে। ইয়াৰ পিছত শৰীৰে শক্তিৰ বাবে চৰ্বি জ্বলাবলৈ আৰম্ভ কৰে। এই প্ৰক্ৰিয়াত কিট’ন বডি উৎপন্ন হয়। ইয়াৰে অন্যতম প্ৰধান কিট’ন বিটা-হাইড্ৰক্সিবুটাইৰেটক মগজুৰ বাবে ভাল ইন্ধন বুলি গণ্য কৰা হয়। ই কেৱল শক্তি প্ৰদান কৰাই নহয় মগজুৰ কোষবোৰ সক্ৰিয় আৰু শক্তিশালী কৰি ৰখাতো সহায় কৰে। এই পৰিৱৰ্তনক বিপাকীয় কাৰ্য বুলি কোৱা হয়। যেতিয়া মগজুৱে গ্লুক’জৰ পৰিৱৰ্তে কিট’নৰ পৰা শক্তি আহৰণ কৰিবলৈ আৰম্ভ কৰে তেতিয়া বহুতে মানসিক স্পষ্টতা বৃদ্ধি, মনোযোগ ভাল আৰু কম ভাগৰ অনুভৱ কৰে।

উপবাসৰ মানসিক প্ৰভাৱ আৰু উপকাৰ কি জানো আহক-

  • মগজুৰ বৃদ্ধিত সহায়ক- উপবাসৰ এটা প্ৰধান উপকাৰ হ’ল ইয়াৰ দ্বাৰা BDNF নামৰ প্ৰ’টিনৰ মাত্ৰা বৃদ্ধি কৰাৰ ক্ষমতা বুলি কোৱা হয়। BDNF য়ে মগজুৰ নতুন কোষ গঠনত সহায় কৰে, পুৰণি কোষক সুৰক্ষা দিয়ে, শিক্ষণ আৰু স্মৃতিশক্তি উন্নত কৰে আৰু মগজুক মানসিক চাপৰ সৈতে মোকাবিলা কৰাত সহায় কৰে। BDNF য়ে মগজুৰ বাবে পুষ্টিকৰ পদাৰ্থ হিচাপে কাম কৰে, ইয়াৰ বৃদ্ধি আৰু শক্তিত অৰিহণা যোগায়।
  • মগজু পৰিষ্কাৰ কৰা- উপবাসৰ সময়ত শৰীৰত অটোফেগী নামৰ এক নিৰ্দিষ্ট প্ৰক্ৰিয়া সক্ৰিয় হয়। ইয়াৰ অৰ্থ হৈছে আত্ম-শুচি কৰা। এই প্ৰক্ৰিয়াৰ সময়ত কোষে জমা হোৱা আৰু ক্ষতিগ্ৰস্ত প্ৰটিন আঁতৰাবলৈ আৰম্ভ কৰে। এই প্ৰক্ৰিয়াটো মগজুৰ স্বাস্থ্যৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়, কিয়নো কিছুমান স্নায়ুৰ অৱক্ষয়ী ৰোগত (যেনে এলঝেইমাৰ আৰু পাৰ্কিনছন) অস্বাভাৱিক প্ৰটিন জমা হোৱা দেখা যায়। যদিও মানৱীয় বৃহৎ অধ্যয়নৰ প্ৰয়োজন, প্ৰাথমিক গৱেষণাৰ পৰা দেখা গৈছে যে অটোফেগীয়ে দীৰ্ঘম্যাদীভাৱে মগজুক সুৰক্ষা দিয়াত সহায় কৰিব পাৰে।
  • পৰিষ্কাৰ আৰু সুস্থিৰ শক্তি- যেতিয়া মগজুৱে কিট’নৰ পৰা শক্তি আহৰণ কৰে তেতিয়া ই কম অক্সিডেটিভ চাপৰ সৃষ্টি কৰে। অক্সিডেটিভ ষ্ট্ৰেছ হৈছে বাৰ্ধক্য আৰু মানসিক অৱনতিৰ সৈতে জড়িত এক অৱস্থা। কিট’নৰ পৰা আহৰণ কৰা শক্তি অধিক সুস্থিৰ আৰু ই হঠাতে হোৱা ভাগৰ কম কৰিব পাৰে। ইয়াৰ উপৰিও ই মগজুৰ কুঁৱলী হ্ৰাস কৰাত সহায় কৰিব পাৰে, যাৰ বাবে কিছুমান মানুহে উপবাসৰ সময়ত অধিক মনোনিৱেশ আৰু স্পষ্ট চিন্তাধাৰাৰ অনুভৱ কৰে।
  • বিপাকীয় স্বাস্থ্য আৰু মগজু- সময় সীমিত খাদ্য গ্ৰহণৰ ওপৰত কৰা কেইবাটাও গৱেষণাৰ পৰা দেখা গৈছে যে ই ইনচুলিনৰ সংবেদনশীলতা বৃদ্ধি কৰে, শৰীৰৰ প্ৰদাহ হ্ৰাস কৰিব পাৰে, আৰু বিপাকীয় নমনীয়তা বৃদ্ধি কৰে। চেনি আৰু বিপাকীয় বিকাৰৰ সৈতেও মগজুৰ অৱনতিৰ সম্পৰ্ক আছে, গতিকে এই পৰিৱৰ্তনে পৰোক্ষভাৱে মগজুৰ স্বাস্থ্যৰ লাভৱান হ’ব পাৰে।

বিশেষকৈ ডায়েবেটিছ ৰোগী, খাদ্যাভ্যাসৰ বিসংগতি থকা, গৰ্ভাৱস্থা আৰু স্তনপানৰ সময়ত মহিলা, বৃদ্ধ আৰু দুৰ্বল, চেনি কমোৱা ঔষধ গ্ৰহণ কৰা সকলোৰে বাবে উপবাস নিৰাপদ নহয়। এনেধৰণৰ লোকসকলে উপবাস আৰম্ভ কৰাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। তদুপৰি মগজুৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱ নিশ্চিত কৰিবলৈ বৃহৎ বৈজ্ঞানিক অধ্যয়নৰো প্ৰয়োজন হয়।

Tags: brainfastingfunction

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?
Top News

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

April 29, 2026
নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস
Top News

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

April 29, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 29, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025