• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
23 °c
Guwahati
22 ° Thu
22 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ক’ৰোণা ভাইৰাছতকৈও অতি বিপজ্জনক এক ৰোগ, জানক কেনেদৰে ই ক্ষতিকাৰক হৈ উঠিব পাৰে…

Nation NE by Nation NE
January 3, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ক’ৰোণা ভাইৰাছতকৈও অতি বিপজ্জনক এক ৰোগ, জানক কেনেদৰে ই ক্ষতিকাৰক হৈ উঠিব পাৰে…
Share on FacebookShare on TwitterWhatsApp

২০১৯ চনত চীনৰ পৰা অহা এটা বিপজ্জনক ভাইৰাছ সমগ্ৰ বিশ্বতে বিয়পি পৰিছিল। একাংশ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, চীনত বৰ্তমান এটা নতুন ভাইৰাছ বিয়পি পৰিছে, যাৰ নাম হৈছে এইচ পি এম ভি ভাইৰাছ বুলি কোৱা হৈছে।

এই ভাইৰাছবিধও ক’ভিডৰ দৰেই বিয়পি পৰিছে। ক’ৰোণা ভাইৰাছৰ দৰে এই ভাইৰাছকো মাৰাত্মক, বিষাক্ত বুলি গণ্য কৰা হৈছে। খবৰ অনুসৰি, বৰ্তমান চীনত বহু লোক এই ভাইৰাছৰ চিকাৰ হৈছে।

চীনৰ এই এইচ পি এম ভি ভাইৰাছৰ উপস্থিতিৰ বিষয়ে আলোচনা চলি আছে। সংবাদ মাধ্যমৰ বাতৰিয়ে চীনৰ বিভিন্ন ঠাইত এই ৰোগৰ সংক্ৰমণ নিশ্চিত কৰিছে। শেহতীয়া ৰোগীৰ ক্ষেত্ৰত মূলতঃ ১৪ বছৰৰ তলৰ ব্যক্তিৰ সৈতে জড়িত। ৰয়টাৰৰ প্ৰতিবেদনৰ ভিত্তিত নিউজ নাইনৰ এক প্ৰতিবেদনে এই কথা নিশ্চিত কৰিছে। ইয়াৰ উপৰিও এক্সৰ এটা ভিডিঅ’ই চীনৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰতো পোহৰ পেলাইছে।

এইচ পি এম ভি ভাইৰাছ কি?

এই ভাইৰাছবিধৰ বিষয়ে এতিয়াও বিশেষ তথ্য প্ৰকাশ হোৱা নাই যদিও চিকিৎসা ভাষাত এইচ পি এম ভি ভাইৰাছ হৈছে এনে এটা ভাইৰাছ, যি বিশেষভাৱে নিউমোভাইৰিডে, মেটাপনিউমোভাইৰাছ প্ৰজাতিৰ সৈতে মিল খায়।

২০০১ চনত এটা গৱেষণা কৰা হৈছিল, য’ত এই ভাইৰাছৰ আৱিষ্কাৰ হৈছিল। তাৰ পিছত শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ থকা নমুনা পৰীক্ষাৰ সময়ত পোৱা গৈছিল।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ই শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ সৈতে জড়িত ভাইৰাছ, যিয়ে কাৰোবাক আক্ৰান্ত কৰি কাহ, হাঁচি, কফ আৰু জ্বৰৰ সৃষ্টি কৰে। আচলতে কৰোণা  ভাইৰাছৰ দৰে এই ৰোগে মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক আক্ৰমণ কৰে। ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ শৰীৰত ধৰা দিবলৈ ৩ৰ পৰা ৫ দিন পৰ্যন্ত সময়ৰ প্ৰয়োজন হয়।যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, সেই লোকসকল এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে।

Tags: CoronaCovidMediacal Health

Related Posts

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

April 29, 2026
কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026

শীৰ্ষ সংবাদ

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

কেমেৰাত বন্দী হ’ল ড্ৰেছিং ৰুমৰ এই দৃশ্যৰ, বিপদত পৰিব নেকি অসম সন্তান ৰিয়ান পৰাগ?

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025