• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Wednesday, April 29, 2026
24 °c
Guwahati
23 ° Thu
24 ° Fri
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

যুদ্ধবিৰতিৰ বাবে সাজু পুটিন, কিন্তু এটা বিশেষ চৰ্ত বান্ধি দিলে ট্ৰাম্পক

Nation NE by Nation NE
March 14, 2025
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
যুদ্ধবিৰতিৰ বাবে সাজু পুটিন, কিন্তু এটা বিশেষ চৰ্ত বান্ধি দিলে ট্ৰাম্পক
Share on FacebookShare on TwitterWhatsApp

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ইউক্ৰেইনৰ সৈতে শান্তি চুক্তিৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে। যুদ্ধবিৰতিৰ বাবে ৰাছিয়া সাজু বুলি মন্তব্য কৰিছে ৰাষ্ট্ৰপতি পুটিনে। অৱশ্যে ইয়াৰ বাবে তেওঁ বান্ধি দিছে এটা বিশেষ চৰ্ত।

পুটিনে কয় যে আমি যুদ্ধবিৰতিৰ বাবে সাজু, কিন্তু এয়া দীৰ্ঘম্যাদী হ’ব লাগিব।

বেলাৰুছৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকোৰ সৈতে হোৱা আলোচনাৰ অন্তত পুটিনে কয় যে শত্ৰুতা শেষ কৰাৰ প্ৰস্তাৱত ৰাছিয়াই সন্মতি প্ৰকাশ কৰিছে। তেওঁ কয় যে আমি দীৰ্ঘদিন ধৰি শান্তিৰ পক্ষত আছো। যুদ্ধবিৰতিৰ ফলত চিৰস্থায়ী শান্তি আহিব।

যুদ্ধ সমাধানৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে পুটিনে ট্ৰাম্পক ধন্যবাদ জনায়। পুটিনে কয় যে যুদ্ধৰ প্ৰকৃত কাৰণসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজন।

লগতে তেওঁ কয় যে তেওঁৰ মনত এতিয়াও বহু প্ৰশ্ন আৰু উদ্বেগ আছে বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ সৈতে কথা পাতিব। ইফালে যুদ্ধবিৰতি সন্দৰ্ভত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ বক্তব্যক প্ৰশংসা কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ট্ৰাম্পে কয় যে তেওঁ পুটিনক অতি সোনকালে সাক্ষাৎ কৰি এই সমস্যা সমাধান কৰিব।

উল্লেখ্য যে, ১১ মাৰ্চত ছৌদি আৰৱৰ জেদ্দাত ইউক্ৰেইন আৰু আমেৰিকাৰ শীৰ্ষ বিষয়াসকলৰ মাজত ৮ ঘণ্টাৰো অধিক সময় ধৰি হোৱা বৈঠকৰ অন্তত ইউক্ৰেইনে যুদ্ধবিৰতিৰ প্ৰস্তাৱক সমৰ্থন জনাইছিল। এই বৈঠকত উপস্থিত আছিল আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিয়ো।

Tags: Donald trumpRussiaRussia-Ukraine WarUkraineVladimir Putin

Related Posts

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস
Top News

April 29, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 29, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

April 29, 2026
পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি
Top News

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

April 28, 2026
৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

শীৰ্ষ সংবাদ

নিচাযুক্ত দ্ৰব্য সৰবৰাহেৰে নিৰ্মাণ কৰা সম্পত্তিৰ বিৰুদ্ধে এক্সন, কোটি টকাৰ অবৈধ সম্পত্তি ধ্বংস

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

পাকিস্তানৰ বৰ্বৰতাঃ আফগানিস্তানত নিক্ষেপ মিছাইল, ৭ জনৰ প্ৰাণহানি

৫০ লাখ টকাৰ যৌতুক দিয়াৰ পিছত এই কাম কৰি আদৰ্শ দেখুৱালে দৰাপক্ষই

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025