• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Sunday, June 7, 2026
28 °c
Guwahati
27 ° Tue
28 ° Wed
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কি কয় ৰাশিচক্ৰই

    ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীৰ ঘোষণা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

ৱাকফ সংশোধনী বিধেয়ক গৃহীত কৰাৰ সময়ত নীতিশ-লালুৰ দলে কৰিলে ভিন-ভিন দাবী, জানক কি ক’লে…

Nation NE by Nation NE
April 4, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
ৱাকফ সংশোধনী বিধেয়ক গৃহীত কৰাৰ সময়ত নীতিশ-লালুৰ দলে কৰিলে ভিন-ভিন দাবী, জানক কি ক’লে…
Share on FacebookShare on TwitterWhatsApp

৪ এপ্ৰিলত ৰাজ্যসভাত গৃহীত হোৱা ৱাকফ (সংশোধনী) বিধেয়কক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জেডিইউৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় কুমাৰ ঝাই। তেওঁ কয় যে ৰাজ্যসভাত সঁচা অৰ্থত ঐতিহাসিক বিধেয়ক গৃহীত হৈছে।

তেওঁ কয় এই বিধেয়কখন গৃহীত হোৱাৰ পিছতে দৰিদ্ৰ আৰু পসমাদা মুছলমানসকলৰ সুবিধাৰ্থে কাম কৰা হ’ব, বিশেষকৈ যি ধন-সম্পত্তি থাকিব, সেই সকলো ধন দান-বৰঙণিলৈ যাব। সকলো নিৰীক্ষণ সঠিকভাৱে কৰা হ’ব, যি অনিয়ম হৈ আছিল সেয়া সকলো শুধৰণি কৰা হ’ব।

ৰাজ্যসভাত ৱাকফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰজেডিৰ সাংসদ মনোজ ঝাই কয় যে, ৱাকফৰ যাতে কৃষি আইনৰ দৰে দশা নহয়।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে বিহাৰ বিজেপিৰ সভাপতি দিলীপ জয়ছৱালেও ৱাকফ সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ কয় যে, ২০২৪ চনত যেতিয়া ৱাকফ সংশোধনী বিধেয়ক অনা হৈছিল তেতিয়া সেই বিধেয়কখন অধ্যয়নৰ বাবে জেপিচিক সময় দিয়া হৈছিল। কেইজনমান লোকে ৱাকফ দখল কৰিছিল আৰু ইয়াৰ কোনোধৰণৰ ন্যায়িক নিৰীক্ষণ নাছিল। ৱাকফৰ সম্পত্তিৰ এক অসম্পূৰ্ণ জৰীপ কৰা হৈছিল। সকলোৰে হৃদয়ত আছিল যে ৱাকফৰ সম্পত্তি আইনী কাঠামোৰ ভিতৰত থাকিব লাগে। এই দেশত সকলোৰে অধিকাৰ আছে আৰু যদি সকলোৰে অধিকাৰ আছে তেন্তে সকলোৱে এই আইনৰ পৰিসৰৰ ভিতৰত থাকিব লাগে।

Tags: muslimPropertyWAQF

Related Posts

‘ভাৰতত LPGৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন’, এইক্ষেত্ৰত কি ক’লে চৰকাৰে?
Top News

June 7, 2026
৬০০০ টকাৰে আৰম্ভ কৰিছিল চাকৰি, বৰ্তমান লকাৰত পাহাৰসদৃশ টকা, ৫টাকৈ ৰাজপ্ৰসাদ, ১৩ ঠাইত মাটি…

বন্ধ হ’ব খান ছাৰৰ কোচিং চেণ্টাৰ! প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে গুৰুতৰ গাফিলতিৰ অভিযোগ চৰকাৰৰ…

অভিষেক, কল্যাণ বেনাৰ্জীৰ পিছত এইবাৰ মদন মিত্ৰৰ পাল, গাড়ীলৈ লক্ষ্য কৰি আক্রমণ ক্ষুব্ধ লোকৰ…

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

শীৰ্ষ সংবাদ

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025