• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Saturday, December 13, 2025
18 °c
Guwahati
18 ° Sun
19 ° Mon
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

    অৰুণাচল প্ৰদেশত ট্ৰাক বাগৰি পৰি ১৮ জন অসমীয়া শ্ৰমিকৰ প্ৰাণহানি,  বৰ্তমানেও নিৰুদ্দেশ ৩ জনকৈ লোক

    জুবিন গাৰ্গৰ অভিযুক্তক দিয়া হ’ব পাৰে মৃত্যুদণ্ড!

    চাৰ্জশ্বীটত আছে বহু ভয়ংকৰ তথ্য? আজি কাৰ কাৰ মুখা খোল খাব? সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাবনে?

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    জুবিনৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা ছাত্ৰক সমালোচনা নাগালেণ্ডৰ মন্ত্ৰীৰ

    কোনে কিয় প্ৰাণ ল’লে জুবিন গাৰ্গৰ? কাইলৈ ফাদিল হ’ব সকলো তথ্য…

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    ফুটপাথত ব্যৱসায় কৰিব নোৱাৰিব অচিনাকী লোকে! অচিনাকী লোকলৈ মুখ্যমন্ত্ৰীৰ সকীয়নি

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অব্যাহত আছে অপাৰেশ্যন সিন্দুৰ : সৰ্বদলীয় বৈঠকৰ অন্তত এই মন্তব্য কিৰেন ৰিজিজুৰ

Nation NE by Nation NE
May 8, 2025
in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
অব্যাহত আছে অপাৰেশ্যন সিন্দুৰ : সৰ্বদলীয় বৈঠকৰ অন্তত এই মন্তব্য কিৰেন ৰিজিজুৰ
Share on FacebookShare on TwitterWhatsApp

পাকিস্তানৰ পৰা সঞ্চালিত হৈ থকা সন্ত্ৰাসবাদীৰ ঘাটীত ভাৰতে চলোৱা এয়াৰ ষ্ট্ৰাইক সন্দৰ্ভত আজি নতুন দিল্লীৰ সংসদ ভৱনত অনুষ্ঠিত হয় সৰ্বদলীয় বৈঠক। এই সৰ্বদলীয় বৈঠকত প্ৰায় প্ৰতিটো বিৰোধী দলৰে শীৰ্ষ পৰ্যায়ৰ নেতাসকল উপস্থিত থাকে।

এই বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ হৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহ মন্ত্ৰী অমিত শ্বাহ, কিৰেন ৰিজিজুৰ লগতে বিৰোধীৰ হৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে, তৃণমূল কংগ্ৰেছৰ সুন্দীপ মুখাৰ্জী, এআইএমআইএম প্ৰধান তথা সাংসদ আছাদুদ্দিন ওৱেছিৰ লগতে আন কেইবাজনো নেতা উপস্থিত থাকে।

সৰ্বদলীয় বৈঠকৰ পিছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে সংবাদ মাধ্যমৰ আগত কয় যে অপাৰেশ্যন সিন্দুৰৰ বিষয়ে প্ৰতিটো ৰাজনৈতিক দলক অৱগত কৰাব বিচাৰিছিল চৰকাৰে। অপাৰেশ্যন সিন্দুৰ এতিয়াও অব্যাহত আছে।

বুধবাৰে মাজ নিশা পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯টাকৈ সন্ত্ৰাসবাদীৰ ঘাটীত চলোৱা আক্ৰমণত ১০০ৰো অধিক উগ্ৰপন্থী সদস্য নিহত হোৱাৰ লগতে ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ কেইবাটাও ঘাটী ধ্বংস কৰি দিয়া বুলি কিৰেন ৰিজিজুৱে মন্তব্য কৰে।

ৰিজিজুৱে লগতে কয় যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকতেই তেওঁ অপাৰেশ্যনৰ বিষয়ে জানিব দিয়ে।

ইফালে, বৈঠকত উপস্থিত থকা বিৰোধীয়ে এই বৈঠকক ইতিবাচক আখ্যা দিয়াৰ লগতে ভাৰত চৰকাৰৰ সকলো পদক্ষেপৰ সৈতে একেলগে আছে বুলিও মন্তব্য কৰে।

আনহাতে বৈঠকৰ অন্তত আছাদুদ্দিন ওৱেছিয়ে সন্ত্ৰাসবাদক আশ্ৰয় দিয়া পাকিস্তানক ক্ষুৰধাৰ সমালোচনা কৰাও দেখা যায়।

Tags: All party meetingKiren RijijuOperation Sindoor

Related Posts

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ
Top News

December 13, 2025
ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!
Top News

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

December 13, 2025
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

December 13, 2025
দেশৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া বাংলাদেশৰ সমালোকৰ এপৰত বিধ্বংসী ৰূপ ধাৰণ ইউনুছ চৰকাৰৰ
Top News

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

December 13, 2025

শীৰ্ষ সংবাদ

সাজু বুলড’জাৰ, ১৬ ডিচেম্বৰত পুনৰ আৰক্ষীৰ বৃহৎ উচ্ছেদ

ফিলিপাইনছৰ ৰাজধানীত ভয়ংকৰ অগ্নিকাণ্ড, ৫০০ লোক গৃহহীন

আৰক্ষীলৈ সাৱধানবাণী! ইউনিফৰ্মত ৰীল বনালেই পৰিব বিপদত, SOP জাৰী

ট্ৰাম্পৰ শুল্কৰ মাজতে চীন সন্দৰ্ভত এটা ডাঙৰ সিদ্ধান্ত ভাৰতৰ, উত্তেজনা বৃদ্ধি আমেৰিকাৰ!

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল: কেনে যাব আজিৰ দিনটো

বাংলাদেশত নিৰ্বাচনৰ দিন ঘোষণা, প্ৰতিদ্বন্দ্বিতাত নামিব নোৱাৰিব নেকি শ্বেখ হাছিনাৰ আৱামী লীগে?

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025