• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
23 °c
Guwahati
23 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

অব্যাহত আছে অপাৰেশ্যন সিন্দুৰ : সৰ্বদলীয় বৈঠকৰ অন্তত এই মন্তব্য কিৰেন ৰিজিজুৰ

Nation NE by Nation NE
May 8, 2025
in Top News, BIG BREAKING, ৰাষ্ট্ৰীয়
0 0
অব্যাহত আছে অপাৰেশ্যন সিন্দুৰ : সৰ্বদলীয় বৈঠকৰ অন্তত এই মন্তব্য কিৰেন ৰিজিজুৰ
Share on FacebookShare on TwitterWhatsApp

পাকিস্তানৰ পৰা সঞ্চালিত হৈ থকা সন্ত্ৰাসবাদীৰ ঘাটীত ভাৰতে চলোৱা এয়াৰ ষ্ট্ৰাইক সন্দৰ্ভত আজি নতুন দিল্লীৰ সংসদ ভৱনত অনুষ্ঠিত হয় সৰ্বদলীয় বৈঠক। এই সৰ্বদলীয় বৈঠকত প্ৰায় প্ৰতিটো বিৰোধী দলৰে শীৰ্ষ পৰ্যায়ৰ নেতাসকল উপস্থিত থাকে।

এই বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ হৈ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহ মন্ত্ৰী অমিত শ্বাহ, কিৰেন ৰিজিজুৰ লগতে বিৰোধীৰ হৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গে, তৃণমূল কংগ্ৰেছৰ সুন্দীপ মুখাৰ্জী, এআইএমআইএম প্ৰধান তথা সাংসদ আছাদুদ্দিন ওৱেছিৰ লগতে আন কেইবাজনো নেতা উপস্থিত থাকে।

সৰ্বদলীয় বৈঠকৰ পিছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে সংবাদ মাধ্যমৰ আগত কয় যে অপাৰেশ্যন সিন্দুৰৰ বিষয়ে প্ৰতিটো ৰাজনৈতিক দলক অৱগত কৰাব বিচাৰিছিল চৰকাৰে। অপাৰেশ্যন সিন্দুৰ এতিয়াও অব্যাহত আছে।

বুধবাৰে মাজ নিশা পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯টাকৈ সন্ত্ৰাসবাদীৰ ঘাটীত চলোৱা আক্ৰমণত ১০০ৰো অধিক উগ্ৰপন্থী সদস্য নিহত হোৱাৰ লগতে ভাৰতীয় সেনাই সন্ত্ৰাসবাদীৰ কেইবাটাও ঘাটী ধ্বংস কৰি দিয়া বুলি কিৰেন ৰিজিজুৱে মন্তব্য কৰে।

ৰিজিজুৱে লগতে কয় যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকতেই তেওঁ অপাৰেশ্যনৰ বিষয়ে জানিব দিয়ে।

ইফালে, বৈঠকত উপস্থিত থকা বিৰোধীয়ে এই বৈঠকক ইতিবাচক আখ্যা দিয়াৰ লগতে ভাৰত চৰকাৰৰ সকলো পদক্ষেপৰ সৈতে একেলগে আছে বুলিও মন্তব্য কৰে।

আনহাতে বৈঠকৰ অন্তত আছাদুদ্দিন ওৱেছিয়ে সন্ত্ৰাসবাদক আশ্ৰয় দিয়া পাকিস্তানক ক্ষুৰধাৰ সমালোচনা কৰাও দেখা যায়।

Tags: All party meetingKiren RijijuOperation Sindoor

Related Posts

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026

শীৰ্ষ সংবাদ

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025