• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, May 15, 2025
29 °c
Guwahati
27 ° Fri
23 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    GOLDEN BOY নীৰজ চোপ্ৰাৰ বাবে ভাল খবৰ, ভাৰতীয় সেনাবাহিনীত নীৰজে চম্ভালিব এই দায়িত্ব…

    আপোনাৰ আজিৰ দিনটো ভালদৰে যাবনে? পঢ়ক ৰাশিফল

    ২৪ ঘণ্টাত ১২ জন উগ্ৰপন্থীক গ্ৰেপ্তাৰ মণিপুৰ আৰক্ষীৰ

    আজি আপোনাৰ ভাগ্যই কি কয়? জানো আহক দিনটোৰ ৰাশিফল…

    প্ৰেমে শেষ কৰিলে অভিনেতাৰ জীৱন, প্ৰকৃততে কি হৈছিল মৃগাংকৰ সৈতে, আৰক্ষীৰ তদন্তত ফাদিল নতুন তথ্য

    যুদ্ধবিৰতি ঘোষণাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত হাইভ’ল্টেজ বৈঠক

    ভোটগণনাৰ মাজতেই ঠায়ে ঠায়ে অপ্ৰীতিকৰ ঘটনা…

    Trending Tags

    • ৰাষ্ট্ৰীয়
    • আন্তঃ ৰাষ্ট্ৰীয়
    • বিনোদন
    • ক্ৰীড়া
    • ভিডিও
    No Result
    View All Result

      Home Top News

      ২৭ বছৰত ৮৮টাকৈ চুৰি কৰি আৰক্ষীৰ জালত এগৰাকী অভিযন্তা

      Nation NE by Nation NE
      May 15, 2025
      in Top News, ৰাষ্ট্ৰীয়
      0 0
      ২৭ বছৰত ৮৮টাকৈ চুৰি কৰি আৰক্ষীৰ জালত এগৰাকী অভিযন্তা
      Share on FacebookShare on TwitterWhatsApp

      শেহতীয়াকৈ বেংগালুৰু আৰক্ষীয়ে ২৭ বছৰ ধৰি ৮৮টা চুৰি গোচৰত অভিযুক্ত এজন চোৰক গ্ৰেপ্তাৰ কৰে। শেহতীয়াকৈ এই চোৰজনে কোডিগেহল্লীৰ এটা ঘৰত লুটপাত কৰি ৯.২০ লাখ টকাৰ মূল্যৱান সামগ্ৰী লৈ পলায়ন কৰিছিল।

      এই ঘটনা সংঘটিত হৈছে  বেংগালৰুৰ এখন ভিতৰুৱা গাঁৱত। অন্ধ্ৰপ্ৰদেশৰ বাসিন্দা শ্ৰীনিবাসে ১৯৯৮ চনৰ পৰা সমগ্ৰ অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকৰ বহুতো ঘৰৰ লুটপাত চলাই আহিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। মেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক শ্ৰীনিৱাসে পূৰ্বতে তেলেগু চলচ্চিত্ৰ উদ্যোগত কাৰিকৰী ক্ৰু মেম্বাৰ হিচাপে কাম কৰিছিল বুলি আৰক্ষীয়ে জনায়।

      কিন্তু জুৱাৰ প্ৰতি আসক্তি আৰু আড়ম্বৰপূৰ্ণ জীৱনশৈলীৰ বাবে চুৰি কৰিবলৈ বাধ্য হৈছিল বুলি তেওঁলোকে কয়। এগৰাকী আৰক্ষী বিষয়াৰ মতে, তেওঁৰ ভাই-ভনীসকল আমেৰিকা আৰু অষ্ট্ৰেলিয়াত কৰ্মৰত।

      উল্লেখ্য যে, ১৬ এপ্ৰিলত কোডিগেহল্লীৰ বালাজী লেআউটৰ এটা ঘৰত কোনো নথকাৰ সুযোগ লৈ ৰড ব্যৱহাৰ কৰি ঘৰৰ দুৱাৰ খুলি সকলো মূল্যৱান সামগ্ৰী চুৰি কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। পিছে শ্ৰীনিবাসৰ আঙুলিৰ ছাপ সেই স্থানতে এৰি থৈ গৈছিল, আৰু আৰক্ষীৰ আঙুলিৰ ছাপ বিশেষজ্ঞসকলে ২০২২ চনত পূৰ্বৰ গ্ৰেপ্তাৰৰ ৰেকৰ্ডৰ সৈতে মিলাই এই ঘটনাৰ সৈতে শ্ৰীনিবাস জড়িত থকা বুলি নিশ্চিত কৰে।

      ২ মে’ত আৰক্ষীয়ে শ্ৰীনিবাসক আটক কৰে।

      আৰক্ষীয়ে জনোৱা অনুসৰি, শ্ৰীনিবাসৰ বিৰুদ্ধে হায়দৰাবাদৰ মাধাপুৰ আৰু সৰোজিনী নগৰ, কৰ্ণাটকৰ বিদাৰ, অন্ধ্ৰপ্ৰদেশৰ এলুৰু চহৰত গোচৰ ৰুজু হৈছে। পিছে ৮৮ টা গোচৰ থকাৰ পিছতো তেওঁ কেতিয়াও দোষী সাব্যস্ত হোৱা নাই বুলি আৰক্ষীয়ে জনায়।

      Tags: Andhra PradeshBengaluruthief

      Related Posts

      বিয়া খাই ওভতাৰ পথতেই ভয়ংকৰ দুৰ্ঘটনা; এটা পৰিয়ালৰে ৫ জনৰ মৃত্যু
      Top News

      বিয়া খাই ওভতাৰ পথতেই ভয়ংকৰ দুৰ্ঘটনা; এটা পৰিয়ালৰে ৫ জনৰ মৃত্যু

      May 15, 2025
      ইংলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দল ঘোষণা; এই কেইগৰাকী ক্ৰিকেটাৰে পালে স্থান

      যুদ্ধবিৰতিক লৈ ডাঙৰ ডাঙৰ দাবী কৰা ট্ৰাম্পৰ পাভলুটি; এইবাৰ ক’লে এনেদৰে…

      ব্যয়বহুল হ’ব আইফোন? Appleৰ চিইঅ’ টিম কুকক ক’লে ট্ৰাম্পে- ‘ভাৰতত বন্ধ কৰক উৎপাদন’
      Top News

      ব্যয়বহুল হ’ব আইফোন? Appleৰ চিইঅ’ টিম কুকক ক’লে ট্ৰাম্পে- ‘ভাৰতত বন্ধ কৰক উৎপাদন’

      May 15, 2025
      GOLDEN BOY নীৰজ চোপ্ৰাৰ বাবে ভাল খবৰ, ভাৰতীয় সেনাবাহিনীত নীৰজে চম্ভালিব এই দায়িত্ব…
      Top News

      GOLDEN BOY নীৰজ চোপ্ৰাৰ বাবে ভাল খবৰ, ভাৰতীয় সেনাবাহিনীত নীৰজে চম্ভালিব এই দায়িত্ব…

      May 15, 2025
      বিপদ বাঢ়িছে পাকিস্তানৰ! বেলুচ নেতাৰ ডাঙৰ দাবী- ‘বেলুচিস্তান এতিয়া পাকিস্তানৰ অংশ নহয়’
      Top News

      বিপদ বাঢ়িছে পাকিস্তানৰ! বেলুচ নেতাৰ ডাঙৰ দাবী- ‘বেলুচিস্তান এতিয়া পাকিস্তানৰ অংশ নহয়’

      May 15, 2025
      Nation NE

      © 2024 | Created and maintained by - Provibe Media LLP

      Navigate Site

      • About us
      • Contact us
      • Privacy Policy
      • Disclaimer
      • Grievance Redressal

      Follow Us

      Welcome Back!

      Login to your account below

      Forgotten Password?

      Retrieve your password

      Please enter your username or email address to reset your password.

      Log In

      Add New Playlist