• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Friday, October 24, 2025
25 °c
Guwahati
25 ° Sat
25 ° Sun
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    ৰাজহুৱা কৰা নহয় জুবিন গাৰ্গৰ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্ট, কি আছে ভিছেৰা ৰিপোৰ্টত?

    জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

    জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

    আজিৰ দিনটো কেনে যাব আপোনাৰ? জানিবলৈ পঢ়ক আমাৰ ৰাশিফল

    কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

    বাক্সাত উপস্থিত হৈ পদত্যাগ সন্দৰ্ভত কি ক’লে মুখ্যমন্ত্ৰীয়ে?

    জুবিন গাৰ্গৰ মৃ*ত্যু*ৰ তদন্তৰ বাবে ছিংগাপুৰলৈ যাব অসম আৰক্ষীৰ SIT দল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home ৰাষ্ট্ৰীয়

অতিৰিক্ত চৰ্বিয়ে জুৰুলা কৰিছে নেকি আপোনাক? এৰিব লাগিব এইকেইবিধ খাদ্য

Nation NE by Nation NE
July 19, 2024
in ৰাষ্ট্ৰীয়
0 0
অতিৰিক্ত চৰ্বিয়ে জুৰুলা কৰিছে নেকি আপোনাক? এৰিব লাগিব এইকেইবিধ খাদ্য

প্ৰতিনিধিত্বমূলক চিত্ৰ

Share on FacebookShare on TwitterWhatsApp

বৰ্তমান সময়ত প্ৰায়সমূহ লোকৰ এটা সমস্যা হৈছে মেদবহুলতা। অকল প্ৰাপ্ত বয়স্ক লোক বুলিয়ে নহয় শিশুও মেদবহুলতাৰ সমস্যাত ভোগা দেখা গৈছে। যাৰ বাবে নিতৌ এই সমস্যাত ভোগা লোকৰ সংখ্যা বৃদ্ধি হৈছে। আপুনিও যদি মেদবহুলতাৰ সমস্যাত ভুগিছে তেতিয়া হ’লে ত্যাগ কৰিব লাগিব এইকেইবিধ খাদ্য।

আলুৰ চিপছঃ ৰঙীন পেকেটত অহা আলুৰ চিপছ আপুনি বাদ দিব লাগিব। চিপছত অতি বেছি কেলৰি, নিমখ আৰু অসংপৃক্ত চৰ্বি থাকে বাবেই চৰ্বি কমাবলৈ ত্যাগ কৰিব লাগিব আলুৰ চিপছ।

মিঠাঃ মিঠা সকলোৰে প্ৰিয়। চকলেট, বিভিন্ন ধৰণৰ মিঠাই সকলোৱে খাই ভাল পায়। অৱশ্যে, অতিৰিক্ত মিঠাই আপোনাৰ চৰ্বি বৃদ্ধি কৰিব পাৰে। গতিকে, চৰ্বি কমাবলৈ বাদ দিব লাগিব মিঠাই-চকলেট।

আইচক্ৰীমঃ গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আমি আইচক্ৰীমৰ প্ৰতি সোনকালে আকৰ্ষণ হওঁ। কিন্তু আইচক্ৰীম স্বাস্থ্যৰ বাবে উপকাৰী নহয়। কিয়নো আইচক্ৰীম চেনি আৰু চৰ্বিৰে ভৰপূৰ। লগতে, আইচক্ৰীমত গ্লাইচেমিক ইনডেক্সৰ মাত্ৰা বেছি থকাৰ বাবে তেজত চেনীৰ মাত্ৰা বৃদ্ধি কৰে।

জাংক ফুডঃ দৈনন্দিন জীৱনত জাংক ফুড আমি সহজতে পাব পাৰো। ৰাজপথৰ কাষতে থকা জাংক ফুড আমি সকলোৱে খাবলৈ ভাল পাও। অৱশ্যে, এই জাংক ফুডে আপোনাৰ চৰ্বি অত্যাধিক পৰিমানে বৃদ্ধি কৰিব পাৰে।

পেক কৰা ফলৰ ৰসঃ বৰ্তমান সময়ত বিভিন্ন ধৰণৰ ফলৰ পেক কৰা ৰস আমি দেখিবলৈ পাও। এই পেক কৰা ফলৰ ৰসসমূহৰ প্ৰতি শিশুসকলো আকৰ্ষিত হয়। অৱশ্যে, পেক কৰা ফলৰ ৰসে বৃদ্ধি কৰিব পাৰে আপোনাৰ চৰ্বি।

Tags: FoodsLose Weight

Related Posts

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি
Top News

October 24, 2025
INDIA মিত্ৰজোঁটৰ চুক্তি! কোন হ’ব বিৰোধীৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী? শীঘ্ৰে ঘোষণা…

October 23, 2025
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ নিৰাপত্তাত বৃহৎ খামখেয়ালি! অৱতৰণৰ সময়ত হেলিপেডত আৱদ্ধ হৈ পৰে হেলিকপ্টাৰৰ চকা

October 22, 2025
শ্বাসৰুদ্ধ হৈ পৰিছে দীপাৱলীত দিল্লীৰ বতাহ! বিষাক্ত কুঁৱলীলে আগুৰি ধৰিলে দিল্লীৰ আকাশ…

October 21, 2025
উৰণৰ বাবে সাজু হৈ থকাৰ সময়তে হঠাতে এখন বিমানৰ ৰাণৱেত লাগিল হাহাকাৰ, তীব্ৰ আতংকৰ সৃষ্টি

October 20, 2025
বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰা চৰকাৰী কৰ্মচাৰী সাৱধান; আহি আছে এখন নতুন আইন

October 19, 2025

শীৰ্ষ সংবাদ

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত, কি তথ্য লাভ কৰিছে ছিংগাপুৰত SITয়ে?

মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন টীম-ইণ্ডিয়াৰ, জানক আগন্তুক সূচী…

জুবিন ক্ষেত্ৰত SOP, পূৰ্বৰ দৰে মাজনিশালৈ ভিৰ কৰিব নোৱাৰিব অনুৰাগীয়ে, কি ক’লে গৰিমা শইকীয়া গাৰ্গে?

ট্ৰাম্পৰ শান্তি চুক্তিক ভেঙুচালি নেতান্যায়াহুৰ! ক্ষুব্ধ আমেৰিকাই জাৰি কৰিছে সতৰ্কবাণী

বেংগালুৰু-হায়দৰাবাদ ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা, কেইবাজনৰো প্ৰাণহানি

কোনবোৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটো শুভ; পঢ়ক আমাৰ ৰাশিফল

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025