• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
23 °c
Guwahati
21 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

কেন্দ্ৰৰ তথ্য, ২০২৪ চনৰ হজত প্ৰাণ হেৰুৱাইছে ২০৮ জন ভাৰতীয়ক

Nation NE by Nation NE
December 11, 2024
in Top News, আন্তঃ ৰাষ্ট্ৰীয়
0 0
চৰকাৰৰ তথ্য, ২০২৫ চনত কিমান সংখ্যক লোক যাব পাৰিব হজলৈ?
Share on FacebookShare on TwitterWhatsApp

কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে শেহতীয়াকৈ এইবাৰৰ হজ তীৰ্থযাত্ৰাৰ সময়ত প্ৰাণ হেৰুওৱা লোকৰ তথ্য দিছে। তেওঁ জনাইছে যে, এইবাৰ হজৰ সময়ত ২০৮ জন ভাৰতীয় হজযাত্ৰীয়ে প্ৰাণ হেৰুৱাইছে।

ৰাজ্যসভাত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত এই তথ্য দিয়া হৈছে। য’ত এইবাৰৰ হজ যাত্ৰাৰ সময়ত সন্মুখীন হোৱা সমস্যাসমূহৰ ওপৰতো তথ্য দিয়া হৈছে।

এইবাৰ হজৰ সময়ত যাত্ৰীসকলে বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ১৪ জুনৰ পৰা ১৯ জুনলৈ অনুষ্ঠিত হোৱা ২০২৪ চনৰ হজ তীৰ্থযাত্ৰাৰ সময়ত উষ্ণতা ৫০ ডিগ্ৰী চেলছিয়াছৰ ওপৰলৈ গৈছিল। যাৰ ফলত ভাৰতকে ধৰি বহু দেশৰ লোকৰ প্ৰাণহানি হয়।

অতি উত্তাপে বহু তীৰ্থযাত্ৰীৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলাইছিল, যাৰ ফলত বিভিন্ন দেশৰ পৰা অহা প্ৰায় ১৮ লাখ অংশগ্ৰহণকাৰীৰ ভিতৰত ১৩০১ জনৰ প্ৰাণহানি হৈছিল। এই মৃত্যুৰ অধিকাংশই হিট ষ্ট্ৰ’ক আৰু ডিহাইড্ৰেচনৰ ফলত হৈছিল। মন কৰিবলগীয়া কথাটো হ’ল যে, প্ৰাণ হেৰুওৱা লোকসকলৰ ভিতৰত ৭০ শতাংশতকৈ অধিক লোকৰ বয়স ৬০ বছৰ বা তাতকৈ অধিক।

খবৰ অনুসৰি, ১৮ লাখ তীৰ্থযাত্ৰীয়ে হজত অংশ লৈছিল, যিটো হজত যোৱা দশকবোৰত ৰেকৰ্ড কৰা সৰ্বোচ্চ উষ্ণতাৰ সন্মুখীন হৈছিল। অত্যাধিক গৰমৰ বাবে বহু স্বাস্থ্যজনিত সমস্যাৰো সৃষ্টি হৈছিল, হজ যাত্ৰাৰ সময়ত এদিনতে ২৭০০ৰো অধিক লোক গৰমৰ বাবে অসুস্থ হোৱাৰ ঘটনা পোহৰলৈ আহিছিল।

Tags: HajjmuslimSaudi Arab

Related Posts

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026

শীৰ্ষ সংবাদ

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025