• About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal
Thursday, April 30, 2026
23 °c
Guwahati
21 ° Fri
22 ° Sat
Nation NE
Language -
অসমীয়া
  • English
  • অসম
  • উত্তৰ পূৱ
    • All
    • অৰুণাচল প্ৰদেশ
    • অসম
    • চিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    অহা বৰ্ষৰ পৰা নতুন নিয়মেৰে অনুষ্ঠিত হ’ব HS পৰীক্ষা, জানক এই নিয়মসমূহ…

    উৎকণ্ঠাৰ অৱসান! কি কি ৱেৱছাইটযোগে লাভ কৰিব পৰীক্ষাৰ ফলাফল?

    ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল, ১২ টা ৱেব চাইটত উপলব্ধ হৈছে ফলাফল

    আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

    কেনে যাব আপোনাৰ আজিৰ দিনটো: কি কয় ৰাশিচক্ৰই

    কমেডি শ্ব’ উপভোগ কৰি অহাৰ পিছতেই ঘটিল ভয়ংকৰ ঘটনা! ১৮ ছেকেণ্ডৰ পিছতে আৰক্ষীৰ উপস্থিতি, চালকৰ পলায়ন

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

    নিষ্ঠুৰ নিয়তি! নাচনী সাজেৰেই বিদায় ল’লে নিশামনিয়ে, ট্ৰাকৰ খুন্দাত চিৰদিনৰ বাবে শেষ হৈ গ’ল এক প্ৰতিভা

  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও
No Result
View All Result

Home Top News

হজ তীৰ্থযাত্ৰীৰে ভৰা বিমানৰ চকাৰ পৰা ওলাবলৈ ধৰে ধোঁৱা, এক ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা…

Nation NE by Nation NE
June 16, 2025
in Top News, ৰাষ্ট্ৰীয়
0 0
হজ তীৰ্থযাত্ৰীৰে ভৰা বিমানৰ চকাৰ পৰা ওলাবলৈ ধৰে  ধোঁৱা, এক ডাঙৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা…
Share on FacebookShare on TwitterWhatsApp

আহমেদাবাদৰ ঘটনাৰ পিছতেই ১৫ জুনৰ পুৱা লক্ষ্ণৌ বিমানবন্দৰত আন এক বৃহৎ দুৰ্ঘটনা ৰোধ কৰা হয়। আচলতে চৌদি আৰৱৰ জেদ্দাৰ পৰা SV 3112 বিমান অৱতৰণৰ সময়ত বিমানখনৰ চকাৰ পৰা স্ফুলিংগ আৰু ধোঁৱা ওলাবলৈ ধৰে। এই বিমানত প্ৰায় ২৫০ জন হজ তীৰ্থযাত্ৰী আছিল।

এই বিমানখনে পুৱা ৬:৩০ বজাত আহি লক্ষ্ণৌ পায়। বিমানখন ৰাণৱেত অৱতৰণ কৰাৰ লগে লগে ইয়াৰ এটা চকাৰ পৰা স্ফুলিংগ ওলাই অহা দেখা যায়। লগে লগে বিমানবন্দৰৰ কৰ্মচাৰীয়ে সজাগতা প্ৰদৰ্শন কৰি জৰুৰীকালীন পদ্ধতি গ্ৰহণ কৰি সকলো যাত্ৰীক নিৰাপদে উলিয়ায়। এই ঘটনাৰ বিষয়ে জানিব পাৰি যাত্ৰীসকল আতংকিত হৈ পৰে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বিমানখন পিছলৈ ঠেলি টেক্সিৱেলৈ অনা হয়। তাৰ পৰাই যাত্ৰীসকলক নিৰাপদে উলিয়াই অনা হয়।

১২ জুনত লণ্ডনৰ গেটৱিক বিমানবন্দৰলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ এখন বিমান বৃহৎ দুৰ্ঘটনাৰ বলি হয়। উৰণৰ কেইমিনিটমান পিছতে আহমেদাবাদৰ মেডিকেল কলেজৰ চৌহদত এই বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

এয়াৰ ইণ্ডিয়াৰ তথ্য অনুসৰি, বিমানখনত মুঠ ২৪২ জন লোক আছিল, ইয়াৰে ২৪১ জন লোকৰ মৃত্যু হৈছিল। দুৰ্ঘটনাটোত মাত্ৰ এজন যাত্ৰীৰহে প্ৰাণ ৰক্ষা পৰে। অৱশ্যে তেওঁকো অতি অৱস্থা সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। এই দুৰ্ঘটনাটো কেৱল বিমানতে সীমাবদ্ধ নাছিল। সেই ঠাইৰ আশে-পাশে থকা বহু লোকক পতিত বিমানখনে আঘাত কৰে, যাৰ বাবে মুঠ মৃত্যুৰ সংখ্যা ২৭০ জনতকৈও অধিক হৈছে।

এই দুৰ্ঘটনাক ভাৰতৰ বিমান পৰিবহণৰ ইতিহাসৰ অন্যতম বেদনাদায়ক আৰু ভয়ানক ঘটনা বুলি বিবেচিত হৈছে। চৰকাৰী সংস্থাসমূহে তদন্ত আৰম্ভ কৰিছে আৰু প্ৰাথমিক প্ৰতিবেদন অনুসৰি, কাৰিকৰী দোষক এই দুৰ্ঘটনাৰ সম্ভাৱ্য কাৰণ হিচাপে বিবেচিত কৰা হৈছে। এই দুৰ্ঘটনাৰ বাবে সমগ্ৰ দেশ গভীৰ স্তম্ভিত আৰু শোকত ভাগি পৰিছে।

Tags: HajjLucknowUttar Pradesh

Related Posts

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?
Top News

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

April 30, 2026
দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে
Top News

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

April 30, 2026
ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…
Top News

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

April 30, 2026
পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো
Top News

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

April 30, 2026
আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল
Top News

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

April 30, 2026
এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…
Top News

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

April 29, 2026

শীৰ্ষ সংবাদ

অসমত জয়ৰ হেট্ৰিক কৰিব নেকি বিজেপিয়ে? EXIT POLLত অসমৰ ক’ত ক’ত কংগ্ৰেছ?

দেশ কঁপোৱা ভয়ংকৰ পথ দুৰ্ঘটনা, প্ৰাণ হেৰুৱালে ১৬ জনকৈ লোকে

ইতিহাসৰ পৃষ্ঠাত আজিৰ দিনটোৰ বিশেষত্ব, কি কি ঘটনা সংঘটিত হৈছিল জানো আহক…

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰেৰে আজিৰ দিনটো

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল

এইকেইটা ভুলৰ বাবেই ব্লা*ষ্ট হয় প্ৰেচাৰ কুকাৰ, জানক সবিশেষ…

Nation NE

© 2025

Navigate Site

  • About us
  • Contact us
  • Privacy Policy
  • Disclaimer
  • Grievance Redressal

Follow Us

Welcome Back!

Login to your account below

Forgotten Password?

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • অসম
  • উত্তৰ পূৱ
  • ৰাষ্ট্ৰীয়
  • আন্তঃ ৰাষ্ট্ৰীয়
  • বিনোদন
  • ক্ৰীড়া
  • ভিডিও

© 2025